• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজনৈতিক আক্ৰোশৰ বাবেই চৰকাৰে অৰ্কিড পাৰ্কৰ মাটিৰ পট্টা স্থায়ী কৰি দিয়া নাই : অখিল গগৈ

কল্প জ্যোতি শইকীয়া by কল্প জ্যোতি শইকীয়া
February 27, 2018 8:04 pm
akhil gogoi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
‘অৰ্কিড উদ্যানৰ মাটিৰ নথি-পত্ৰ সকলোখিনি অসম চৰকাৰৰ কেবিনেটৰ হাতত আছে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অধীনত থকাৰ বাবে চৰকাৰে ৰাজনৈতিক আক্ৰোশত উদ্যানখনৰ মাটিৰ পত্তা বৰ্তমানলৈকে স্থায়ী কৰি দিয়া নাই।’ আজি এক সংবাদমেল যোগে এই মন্তব্য কৰে কৃষক নেতা অখিল গগৈয়ে।

অৰ্কিড পাৰ্কৰ মাটিৰ সকলো নথি-পত্ৰ তেওঁলোকৰ হাতত আছে বুলি মন্তব্য কৰি গগৈয়ে কয়, ‘মাটিৰ পত্তা স্থায়ী কৰি নিদি পেছাদাৰী দালালৰ হতুৱাই আমাৰ বিৰুদ্ধে এটাৰ পিছত আন এটা গোচৰ ৰুজো কৰি আছে।’

তাৎপৰ্য্যপূৰ্ণভাবে কৃষক নেতাজনে চৰকাৰে বিচাৰিলে অৰ্কিড উদ্যানখন চৰকাৰক দিবলৈ প্ৰস্তুত আছে বুলি সদৰী কৰি তেওঁ কয়, ‘চৰকাৰে যদি তাত কৰ্মৰত কৰ্মচাৰীসকলৰ চাকৰি কৰ্তন নকৰে অথবা আজি মোলৈ সৰ্বানন্দ সোণোৱালে যোগাযোগ কৰে তেন্তে আজিয়েই এই অৰ্কিড পাৰ্কখন চৰকাৰক গতাই দিবলৈ প্ৰস্তুত আছো। কাৰণ আমি পূৰ্বতেই চুক্তিবদ্ধ আছিলো যদি চৰকাৰে বিচাৰে তেন্তে এইখন চৰকাৰক দি দিয়া হ’ব।‘’

Apply Now

আনহাতে ৰকিবুল হুছেইনৰ পৰা ৫ কোটি টকা লৈ উক্ত উদ্যান নিৰ্মাণ কৰা বুলি কালি দুলাল বৰা নামৰ ব্যক্তিজনে তোলা অভিযোগক এক ভূৱা প্ৰচাৰ আখ্যা দি তেওঁ কয়, ‘যদি ৰকিবুল হুছেইন নাইবা আন কোনো ব্যক্তিৰ পৰা ধন লৈ পাৰ্কখন মুকলি কৰা বুলি প্ৰমাণ দিব পাৰে তেন্তে সেইদিনাই আমি সেই পাৰ্কখন আমাৰ হাতৰ পৰা এৰি দিম।’

তদুপৰি উদ্যানখনৰ পৰা কৃষক মুক্তি সংগঠনৰ সদস্যই অৰ্কিড বিক্ৰী কৰা বুলি অভিযোগ কৰাসকলক তেওঁ মহামূৰ্খ আখ্যা দি কয়, ‘প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা অৰ্কিডৰ বিষয়ে বন্য আইনত কি উল্লেখ আছে সেয়া জানি লোৱাটো ভাল। যদি কোনোবাই  চোৰাংভাবে এই অৰ্কিড বিক্ৰী কৰে তেন্তে তেওঁ বন্য আইনৰ অধীনত লগে লগে গ্ৰেপ্তাৰ হ’ব।’

যদিহে তেওঁলোকৰ বিৰুদ্ধে অৰ্কিড বিক্ৰী কৰাৰ প্ৰমাণ দিব পাৰে তেন্তে জেইলত যাবলৈ প্ৰস্তুত আছে বুলিও কৃষক নেতাজনে মন্তব্য কৰে।

তাৎপৰ্য্যপূৰ্ণভাবে আজিৰ সংবাদমেলত কৃষক নেতাজনে ‘আসাম ট্ৰিবিউন’ নামৰ ইংৰাজী বাতৰি কাকতখনে তেওঁৰ বিৰুদ্ধে কেৱল নেতিবাচক বাতৰিহে প্ৰকাশ কৰি আহিছে বুলি মন্তব্য কৰি কয় যে কাকতখনৰ চৰকাৰৰ পৰা পেঞ্চন লাভ কৰা কেইগৰাকীমান সাংবাদিকে উক্ত বাতৰি পৰিবেশন কৰিছিল।

কল্প জ্যোতি শইকীয়া

কল্প জ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd