• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিতৰ্কৰ মাজতেই চাকৰিৰ পৰা অপসাৰণ কৰা হ’ল সৌৰ শক্তি নিগমৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰামেশ্বৰ প্ৰসাদ গুপ্তাক

এন ই নাও, গুৱাহাটী by এন ই নাও, গুৱাহাটী
May 13, 2025 7:31 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে দেশৰ অন্যতম আগশাৰীৰ সৌৰ শক্তি কোম্পানী ভাৰতীয় সৌৰ শক্তি নিগমৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰামেশ্বৰ প্ৰসাদ গুপ্তাক অপসাৰণ কৰিছে। যদিও কোনো নিৰ্দিষ্ট কাৰণ জানিব পৰা হোৱা নাই, বহুতে বিশ্বাস কৰে যে এই পদক্ষেপ লোৱা হৈছে কাৰণ কোম্পানীটোৰ নাম আমেৰিকাত আদানি গোটৰ বিৰুদ্ধে উৎকোচৰ অভিযোগৰ সৈতে জড়িত আছিল।

১০ মে’ত কেবিনেটৰ নিযুক্তি সমিতিয়ে জাৰি কৰা এক নিৰ্দেশনাত কোৱা হৈছে যে ৰামেশ্বৰ প্ৰসাদ গুপ্তাক “তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ” চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কোনো কাৰণ দিয়া হোৱা নাই।

Apply Now

গুজৰাট কেডাৰৰ অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া আৰ পি গুপ্তাই শেষবাৰৰ বাবে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ সচিব হিচাপে দায়িত্ব পালন কৰিছিল। ২০২৩ চনৰ জুন মাহত তেওঁ এছ ই চি আইৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল আৰু অহা মাহত তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ কথা আছিল।

বিদ্যুৎ বিক্ৰী আৰু ক্ৰয়ৰ সৈতে জড়িত নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত স্বচ্ছতাৰ অভাৱ, নিবিদা ব্যৱস্থাপনাত ভুল, প্ৰকল্প ৰূপায়ণত পলম আদি কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কোম্পানীটোৰ প্ৰায় ১২ গিগাৱাট নবীকৰণযোগ্য শক্তি প্ৰকল্পই এতিয়াও বিদ্যুৎ বিক্ৰী বা ক্ৰয় চুক্তিৰ বাবে অনুমোদন লাভ কৰা নাই।

এনে পৰিস্থিতিত আদানি গ্ৰুপ আৰু এজুৰ পাৱাৰৰ সৈতে জড়িত প্ৰকল্পসমূহত দুৰ্নীতিৰ অভিযোগো পোহৰলৈ আহিছে। অভিযোগ কৰা হৈছে যে ২০১৯-২০ চনত এছ ই চি আইৰ জৰিয়তে ৩০ জি ডব্লিউৰ বিশাল নিবিদা আহ্বান কৰাৰ পিছতো ইয়াৰ বেছিভাগ প্ৰকল্পৰ বাবে কোনো ক্ৰেতা পোৱা নগ’ল।

আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনৰ তদন্তত প্ৰকাশ পাইছে যে আদানী আৰু এজুৰে ৰাজ্য চৰকাৰৰ বিষয়াসকলক উৎকোচ দি চুক্তিখন সুৰক্ষিত কৰিবলৈ চেষ্টা কৰিছিল।

কেন্দ্ৰীয় বিদ্যুৎ নিয়ন্ত্ৰণ আয়োগেও চলিত বৰ্ষৰ জানুৱাৰী মাহত ২০২২ চনত এছইচিআইৰ প্ৰথমটো বেটাৰী শক্তি সংৰক্ষণ ব্যৱস্থা প্ৰকল্পৰ বাবে নিৰ্ধাৰণ কৰা শুল্ক নাকচ কৰে। চিইআৰচিয়ে কয় যে এই প্ৰত্যাখ্যানৰ কাৰণ হৈছে “বিদ্যুৎ যোগান আৰু ক্ৰয় চুক্তি (পিএছএ আৰু পিপিএ) স্বাক্ষৰ কৰাত পলম”।

একাধিক বিতৰ্কৰ মাজতে এস ই চি আইৰ অধ্যক্ষগৰাকীক হঠাৎ চাকৰিৰ পৰা বৰ্খাস্ত কৰাক লৈ প্ৰশাসনিক পৰ্যায়ত প্ৰশ্ন উত্থাপন হৈছে। অৱশ্যে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই আৰ পি গুপ্তাই।লগতে, কংগ্ৰেছে কেন্দ্ৰৰ এই সিদ্ধান্তক সমালোচনা কৰিছে। কংগ্ৰেছৰ মুখপাত্ৰ জয়ৰাম ৰমেশে কয় যে যোৱা নৱেম্বৰ মাহত গৌতম আদানী আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামাত সৌৰশক্তিৰ নাম উল্লেখ কৰা হৈছে। সংগঠনটোৰ পৰামৰ্শৰ বাবেই আদানী গোটৰ সৈতে বিভিন্ন ৰাজ্যই চুক্তি স্বাক্ষৰ কৰিছিল। এতিয়া তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ পূৰ্বেই সৌৰশক্তিৰ চিএমডিৰ পৰা অপসাৰণ কৰা হৈছে। এই সকলো চেষ্টা কৰিও ‘মোডানী’ কেলেংকাৰী লুকুৱাব পৰা নাযায়।

এন ই নাও, গুৱাহাটী

এন ই নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd