• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধেয়ক বাতিল নকৰিলে মাজুলীৰ পৰাই আৰম্ভ হ’ব ৰক্তাক্ত আন্দোলনৰ: আছু

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
May 26, 2018 1:40 pm
Citizenship-Amendment-Bill-2016-570x320-2

প্ৰতিনিধিত্বমূলক ছবি

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল নকৰিলে মাজুলীৰ পৰা ৰক্তাক্ত আন্দোলনৰ আৰম্ভ হ’ব বুলি হুংকাৰ দিছে মাজুলী জিলা ছাত্ৰ সন্থাই।

মাজুলী জিলা ছাত্ৰ সন্থাৰ আহ্বানত যুৱ ছাত্ৰ পৰিষদ, মাজুলী মহিলা সমিতি, টি এম পি কে, চুতীয়া ছাত্ৰ সন্থা, মাজুলী জিলা সাহিত্য সভা, জ্যেষ্ঠ নাগৰিক সন্থা তথা মাজুলীবাসীয়ে আজি মাজুলী গড়মূৰ মিনি ষ্টেডিয়ামৰ পৰা গড়মূৰৰ মাজেৰে এক বিশাল প্ৰতিবাদী সমদল উলিয়ায়।

Apply Now

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত উলিওৱা এই প্রতিবাদী সমদলকাৰীয়ে হাতে হাতে প্লেকাৰ্ড লৈ বিজেপি চৰকাৰ হুচিয়াৰ, মুখ্যমন্ত্ৰী মিছলীয়া আদি শ্লগানেৰে আকাশ বতাহ উত্তাল কৰি তোলে।

প্ৰতিবাদী সমদলৰ পিছত গড়মূৰত আৰম্ভ হয় প্ৰতিবাদী সভা । এই সভাতে ছাত্ৰ সন্থাৰ যোৰহাট জিলাৰ সভাপতি গৰাকীয়ে হুংকাৰ দিয়ে যে এই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল নকৰিলে মাজুলীৰ পৰাই আৰম্ভ হব ৰক্তাক্ত আন্দোলনৰ।

সম্প্ৰতি অসমৰ তিনি কোটি জনসাধাৰণক প্ৰভাৱিত কৰা এই বিধেয়ক এক জ্বলন্ত সমস্যাত পৰিণত হৈছে। ৰাজ্য তথা দেশৰ সকলো ৰাজনৈতিক দল আৰু বিভিন্ন ছাত্ৰ সংগঠন, যুৱ সংগঠন তথা ৰাজহুৱা অনুষ্ঠান – প্ৰতিষ্ঠানে এই বিধায়কখনৰ তীব্ৰ বিৰোধিতা কৰিছে।

নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ ই এনআৰচি উন্নীতকৰণৰ মূল উদ্দেশ্যটোকেই বাধাগ্ৰস্ত কৰিব আৰু ই হ’ব ১৯৮৫ চনৰ ঐতিহাসিক অসম চুক্তিৰ চূড়ান্ত উলংঘন।

আছুৰ প্ৰতিবাদ
নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে মাজুলীত আছুৰ উদ্যোগত প্ৰতিবাদী সমদল

অসম চুক্তিৰ পিছত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমৰ সকলো শ্ৰেণীৰ লোকে শান্তি আৰু সম্প্ৰীতিৰে বসবাস কৰি আহিছে। এই নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ খন ভাৰতবৰ্ষৰ সংবিধানৰ মূল আদৰ্শৰ পৰিপন্থী। লগতে এই নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ খনে ৰাজ্য পুনৰ গঠন আইন, ১৯৫৬ ৰ মূল আদৰ্শক ধ্বংস কৰিব।

নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ ই সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত উদ্বিগ্নতা আৰু ক্ষোভ, অসন্তষ্টিৰ সৃষ্টি কৰিছে । যিহেতু ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগলৈকে অসমলৈ অহা প্ৰব্ৰজনকাৰী সকলক সকলো পক্ষই গ্ৰহণ কৰিছে, গতিকে এতিয়া কোনো কাৰণতে অসমে নতুন প্ৰব্ৰজনকাৰীৰ বোজা বহন কৰিবলৈ প্ৰস্তুত নহয়। কিয়নো অসমে নতুন প্ৰব্ৰজনকাৰীৰ বোজা গ্ৰহণ কৰিলে ইয়াৰ জনসাধাৰণৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পৰিচয় গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত কৰিব।

অসমবাসীৰ স্বাৰ্থত যিকোনো মূল্যৰ বিনিময়ত ১৯৮৫ চনৰ ঐতিহাসিক অসম চুক্তিৰ দফাসমূহ অক্ষুণ্ণ ৰাখিবলৈ তথা চুক্তিখন কোনো কাৰণতে উলংঘন নকৰিবলৈ সংগঠনসমূহে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়। আনহাতে চৰকাৰখনে অসমত হিন্দু বাংলাদেশী জাপি দিয়াৰ যি চক্ৰান্ত কৰিছে তাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এতিয়ালৈকে বহুবাৰ সলনি হৈছে ১০ টকীয়া নোটৰ চেহেৰা : জানক এই নোটখনৰ ইতিহাস

এতিয়ালৈকে বহুবাৰ সলনি হৈছে ১০ টকীয়া নোটৰ চেহেৰা : জানক এই নোটখনৰ ইতিহাস

August 24, 2026 7:16 pm
দেশৰ ৫২ গৰাকী সুন্দৰীক পিছ পেলাই ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৬’ৰ মুকুট পিন্ধিলে কেৰেলামৰ কেজিয়া লিজ মেজোৱে

দেশৰ ৫২ গৰাকী সুন্দৰীক পিছ পেলাই ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৬’ৰ মুকুট পিন্ধিলে কেৰেলামৰ কেজিয়া লিজ মেজোৱে

August 24, 2026 6:49 pm
ভিক্ষা কৰিয়েই কটালে জীৱন! মৃত্যুৰ পাছত বৃদ্ধাৰ কোঠাত উদ্ধাৰ ৮.৪০ লাখ টকা

ভিক্ষা কৰিয়েই কটালে জীৱন! মৃত্যুৰ পাছত বৃদ্ধাৰ কোঠাত উদ্ধাৰ ৮.৪০ লাখ টকা

August 24, 2026 6:03 pm
ৰামদেৱ আৰু কংগনাৰ বাক যুদ্ধ : কংগনাক কি উত্তৰ দিলে বাবা ৰামদেৱে?‎

ৰামদেৱ আৰু কংগনাৰ বাক যুদ্ধ : কংগনাক কি উত্তৰ দিলে বাবা ৰামদেৱে?‎

August 24, 2026 5:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এতিয়ালৈকে বহুবাৰ সলনি হৈছে ১০ টকীয়া নোটৰ চেহেৰা : জানক এই নোটখনৰ ইতিহাস

এতিয়ালৈকে বহুবাৰ সলনি হৈছে ১০ টকীয়া নোটৰ চেহেৰা : জানক এই নোটখনৰ ইতিহাস

August 24, 2026 7:16 pm
দেশৰ ৫২ গৰাকী সুন্দৰীক পিছ পেলাই ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৬’ৰ মুকুট পিন্ধিলে কেৰেলামৰ কেজিয়া লিজ মেজোৱে

দেশৰ ৫২ গৰাকী সুন্দৰীক পিছ পেলাই ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৬’ৰ মুকুট পিন্ধিলে কেৰেলামৰ কেজিয়া লিজ মেজোৱে

August 24, 2026 6:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd