• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বি টি চিৰ ভূমি বিষয়ক কেবিনেট সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত আদিবাসী জাতীয় মহাসভাৰ বন্ধ আহ্বান

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
February 27, 2018 7:53 pm
ANC

সংবাদমেলত আদিবাসী জাতীয় মহাসভাৰ নেতা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বি টি এ ডিত সুদূৰ অতীতৰ পৰা বসৱাস কৰি অহা অন্যান্য সংৰক্ষিত জনগোষ্ঠীৰ লগতে আদিবাসী, চাওতাল জনগোষ্ঠীক ভূমিৰ অধিকাৰৰ পৰা আৰু জনগোষ্ঠী বেষ্টনীৰ সংৰক্ষিত শ্ৰেণীৰ পৰা বঞ্চিত কৰিব বিচাৰি বি টি চি কেবিনেটে গ্ৰহণ কৰা প্ৰস্তাৱক হঠকাৰী বুলি মন্তব্য কৰিছে আদিবাসী জাতীয় মহাসভাই।

ইয়াৰ প্ৰতিবাদত মহাসভাই অহা ১ মাৰ্চত ১২ ঘণ্টীয়া বি টি এ ডি বন্ধৰ আহ্বান জনোৱাৰ লগতে ২২ মাৰ্চত ১০ ঘণ্টীয়া ৰেইলপথ অৱৰোধ কাৰ্যসূচী ঘোষণা কৰিছে।

Apply Now

উক্ত সিদ্ধান্ত লৈ বি টি চি প্ৰশাসনে বি টি এ ডিৰ ভূখণ্ডত বসৱাস কৰা চাওতাল আৰু আদিবাসী সকলক বিতাড়নৰ পথ সুচল কৰিব বিচাৰিছে বুলি অভিযোগ তোলে মহাসভাই।

আজি কোকৰাঝাৰৰ তিতাগুৰিস্থিত চিধু কানহু ভৱনত আদিবাসী জাতীয় মহাসভাৰ এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হোৱাৰ পিছতে আদিবাসী জাতীয় মহাসভাৰ সংগ্ৰামী গোটৰ সাধাৰণ সম্পাদক বীৰচিং মুণ্ডাই বন্ধ আহ্বানৰ কথা ঘোষণা কৰে। সংবাদমেলত বীৰচিং মুণ্ডাই শীঘ্ৰেই উক্ত হঠকাৰী সিদ্ধান্ত বাতিলৰ দাবী জনায়। ইয়াৰ অন্যথাই এই সিদ্ধান্তৰ প্ৰতিবাদ জনাই আদিবাসী জাতীয় মহাসভাই ধাৰাবাহিক আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিছে।

উল্লেখযোগ্য যে বি টি চি প্ৰশাসনে ভূমি সম্পৰ্কীয় নতুন নীতি কাৰ্য্যকৰী কৰিবলৈ ওলোৱা বুলি এক খবৰ সংবাদ মাধ্যমত প্ৰচাৰিত হৈ আছে। এই নীতি মতে বি টি এ ডিত কেৱল বড়োসকলেহে নিজ ইচ্ছামতে মাটি-বাৰী কিনাবেচা কৰিব পাৰিব।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, মাটি-বাৰী কিনা-বেচাৰ ক্ষেত্ৰত বি টি এ ডিত থকা অন্যান্য সংৰক্ষিত শ্ৰেণীবোৰক অসংৰক্ষিত শ্ৰেণী হিচাপে গণ্য কৰিবলৈ যোৱা ১২ জানুৱাৰিত বি টি চি পৰিষদৰ এক বৈঠকত সিদ্ধান্ত কৰা হৈছিল।

এতিয়ালৈকে মাটি-বাৰী কিনাবেচাৰ ক্ষেত্ৰত ইয়াৰ অন্যান্য সংৰক্ষিত জনগোষ্ঠী, যেনে- চাওতালী, আদিবাসী, নেপালী, কোচ আদিসকলে বড়োসকলৰ দৰে একেই অধিকাৰ লাভ কৰি আহিছে। কিন্তু এই নতুন নিৰ্দেশনা কাৰ্য্যকৰী হ’লে এই জনগোষ্ঠীবোৰে সেই সুবিধাৰ পৰা বঞ্চিত হোৱাটো নিশ্চিত।

শেহতীয়াকৈ পোহৰলৈ অহা বি টি চি প্ৰশাসনৰ এই সিদ্ধান্তই গোটেই ৰাজ্যজুৰি সচেতন লোকসকলৰ মনোযোগ আকৰ্ষণ কৰিছে। অবড়ো লোকৰ সংখ্যাতকৈ কম সংখ্যক বড়ো লোক থকা বি টি এ ডিত বড়োসকলক অতিমাত্ৰা ৰক্ষাকৱচ দিবলৈ গৈ অবড়োসকলৰ অধিকাৰ খৰ্ব কৰা হৈছে নেকি বুলিও বহুতে প্ৰশ্ন উত্থাপন কৰিছে।

আনহাতে বি টি চি প্ৰশাসনে ৰাজ্য চৰকাৰৰ কোনো অনুমতি অবিহনেই, অৰ্থাৎ প্ৰায় গোপনে বি টি এ ডিৰ বৃহৎ অংশ জনতাৰ ভূমিৰ অধিকাৰ বঞ্চিত কৰা নীতি গ্ৰহণ কৰিবলৈ ওলোৱাটোতো আশ্চৰ্য্য প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে বি টি চি প্ৰশাসনৰ এই সিদ্ধান্তৰ বিষয়ে ৰাজ্য চৰকাৰ জ্ঞাত নহয় বুলি ইতিমধ্যে বিত্ত মন্ত্ৰী ড়০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক জানিবলৈ দিছে।

বহুতে শংকা প্ৰকাশ কৰিছে যে এই অবিবেচকী তথা এক পক্ষীয় সিদ্ধান্তই বি টি এ ডিক পুনৰ অশান্ত অঞ্চলত পৰিণত কৰিব পাৰে। আক্ৰাছু, এ বি এমছু আৰু গোৰ্খা ছাত্ৰ সন্থাই ইতিমধ্য ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে।

অনুপ চেতিয়াৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা আকমাৰ :

আনহাতে অসমৰ বাসিন্দা তথা ভূমিপুত্ৰ জনগোষ্ঠী আদিবাসীসকলক অসমৰ খিলঞ্জীয়া নহয় বুলি আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই দিয়া মন্তব্যৰ বিৰুদ্ধেও ক্ষুব্ধ হৈ উঠে আদিবাসীৰ সংগ্ৰামী সংগঠন (আদিবাসী কোব্ৰা মিলিটেণ্ট অব আছাম) চমুকৈ আকমাৰ নেতা।

সংগঠনটোৰ উপ-সেনাধ্যক্ষ ৰতন টুডুই আজি কোকৰাঝাৰ তিতাগুৰিস্থিত বড়োলেণ্ড চিডোকানু গাড় ভৱনত আয়োজিত সংবাদ মেলত আলফাৰ নেতাই এনেধৰণৰ বিভ্ৰান্তিমূলক মন্তব্য ৰখাৰ পৰা দূৰত থাকিব লাগে বুলি সকীয়নি দিয়ে।

আলফাৰ নেতা অনুপ চেতিয়াই সংগ্ৰাম কৰা সময়ত অন্য ৰাজ্যত বাস কৰা কাৰণে আদিবাসী সকলে যে অসমৰ খিলঞ্জীয়া সেই বিষয়ে গম নাপায় বুলিও কটাক্ষ কৰে নেতাজনে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

June 26, 2026 7:05 am
নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

June 26, 2026 7:05 am
নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd