• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বেজবৰুৱা পৰিয়ালৰ বংশবৃক্ষৰ জালিয়াতিৰে নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰ চেষ্টা বাংলাদেশী পৰিয়ালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 12, 2018 8:08 am
এন আৰ চি
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা পৰিয়ালৰ লিগেচী ডাটা ব্যৱহাৰ কৰি ভুৱা বংশবৃক্ষৰ তথ্য সন্নিৱিষ্ট কৰি এটি বাংলাদেশী পৰিয়ালে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত কৰাৰ অপচেষ্টাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে।

জানিব পৰা মতে তেজপুৰৰ ৰুণুমী ভট্টাচাৰ্য নামৰ বোৱাৰী এগৰাকীক বংশবৃক্ষৰ তথ্য পৰীক্ষণৰ বাবে এনআৰচিৰ বিষয়াই শিৱসাগৰ জিলাৰ সোণাৰীলৈ তলব কৰাৰ পিছতেই এই জালিয়াতিৰ ঘটনা পোহৰলৈ আহিছে।

Apply Now

১৯৭১ চনৰ পিছত অহা এটা বাংলাদেশী পৰিয়ালে সাহিত্যৰথীৰ পৰিয়ালৰ বংশবৃক্ষ জালিয়াতিৰে নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰে স্বদেশী হোৱাৰ অপচেষ্টা ধৰা পৰে যোৱা ৫ এপ্ৰিলত সোণাৰীৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী পৰ্যবেক্ষণ কেন্দ্ৰত।

বেজবৰুৱা পৰিয়ালৰে এগৰাকী পৰিনাতি তেজপুৰৰ কলিবাৰী নিৱাসী ৰুণুমী ভট্টাচাৰ্যৰ বংশবৃক্ষ পৰীক্ষণৰ সময়ত পোহৰলৈ অহা এই জালিয়াতিৰ ঘটনাই সকলোৰে চকু কপালত তুলিছে।

প্ৰসিদ্ধ বেজবৰুৱা পৰিয়ালৰ প্ৰয়াত মহেশ্বৰ বেজবৰুৱাৰ নাতি লক্ষীভূষণ বেজবৰুৱাৰ তিনি পুত্ৰৰ ভিতৰত বিপুল বৰুৱা আৰু গোবিন্দ বেজবৰুৱাই দাখিল কৰা বংশবৃক্ষ পৰীক্ষণৰ সময়ত ধৰা পৰে যে টেঙানিবাম চাহ বাগিচা নিৱাসী এটি বঙালী পৰিয়ালেও তেওঁলোকৰ আজোককা মহেশ্বৰ আৰু ককা ফনীভূষণৰ নাম ব্যৱহাৰ কৰি লিগেচী ডাটা তথ্য দাখিল কৰিছে।

ইয়াৰ বাবে দুয়োটা পৰিয়ালকে যোৱা ৫ এপ্ৰিলত সোণাৰীৰ পৰ্যবেক্ষণ কেন্দ্ৰলৈ মাতি পঠায়। কেন্দ্ৰটোৰ বিশেষ পৰ্যবেক্ষণ বিষয়াগৰাকীয়ে পৰিয়াল দুটাৰ বংশবৃক্ষ পৰীক্ষা কৰি টেঙানিবামৰ উক্ত পৰিয়ালটোৱে ভুৱা তথ্য দাখিল কৰা বুলি নিশ্চিত হয়।

তাৎপৰ্যপূৰ্ণভাৱে টেঙানিবামৰ উক্ত পৰিয়ালটোৱে জনা নাছিল যে তেওঁলোকে অসমৰ এটি প্ৰখ্যাত পৰিয়ালৰ তথ্য দাখিল কৰিছে। শিৱসাগৰৰ মৌজাদাৰৰ পৰিয়ালটোৱেও টেঙানিবাম চাহ বাগিচাৰ বঙালী পৰিয়ালটোৰ অৱস্থিতি সম্পৰ্কে অজ্ঞ আছিল।

আনহাতে, পৰ্যবেক্ষনকাৰী বিষয়াই উক্ত বঙালী পৰিয়ালটোৰ ৭১ চনৰ আগৰ কিবা তথ্য আছে নেকি চাবলৈ বিচাৰে যদিও তেওঁলোকে তেনে কোনো তথ্য দাখিল কৰিবলৈ অসমৰ্থ হয় আৰু ততাতয়াকৈ কেন্দ্ৰটোৰ পৰা পলায়ন কৰে।

এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত এনেদৰে ভুৱা তথ্য দাখিল কৰি বহু বিদেশী লোকে নাম সন্নিৱিষ্ট কৰিবলৈ চেষ্টা চলোৱাৰ বাতৰি ওলাই থকাৰ মাজতে অসমৰ এটি প্ৰসিদ্ধ পৰিয়ালৰ তথ্য দাখিল কৰি এন আৰ চিত নাম সন্নিৱিষ্ট কৰিব বিচৰা এনে কাৰ্যই সকলোকে আচৰিত কৰি তুলিছে।বেজবৰুৱা পৰিয়ালৰ বংশবৃক্ষৰ জালিয়াতিৰে নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰ চেষ্টা বাংলাদেশী পৰিয়ালৰ

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

July 6, 2026 3:18 pm
পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

July 6, 2026 3:18 pm
পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd