• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰবেশ্যনাৰী বিষয়াসকলক সততা-নিষ্ঠাৰে দেশ সেৱাত ব্ৰতী হোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 3, 2018 1:19 pm
ATTACHMENT
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান অসমলৈ শিক্ষামূলক ভ্ৰমণৰ বাবে অহা ২০১৭ বৰ্ষৰ ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰৱেশ্যনাৰী বিষয়াসকলে সোমবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক তেওঁৰ কাৰ্যালয় কক্ষত সাক্ষাৎ কৰাৰ সময়ত মুখ্যমন্ত্ৰীয়ে প্ৰশিক্ষণৰত এই বিষয়াসকলক সততা আৰু দায়ৱদ্ধতাৰে ৰাষ্ট্ৰলৈ উৎসৰ্গিত মনোভাৱেৰে সেৱা আগবঢ়ালৈ আহ্বান জনায়।

মুখ্যমন্ত্ৰীয়ে সমাজৰ দৰিদ্ৰ আৰু অৱহেলিতজনৰ প্ৰতি সহৃদয়তা আৰু সঁহাৰিপূৰ্ণ মনোভাৱেৰে ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ইতিবাচক দৃষ্টিভংগীৰে সেৱা আগবঢ়াবলৈও বিষয়াসকলক আহ্বান জনায়।

Apply Now

বিষয়াসকলক উদ্দেশ্যি আগবঢ়োৱা ভাষণত মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে এই যুৱ বিষয়াসকলে প্ৰশাসনিক ব্যৱস্থাত স্বচ্ছতা, দায়ৱদ্ধতাৰ নিশ্চিতি প্ৰদানেৰে সু-শাসন ব্যৱস্থা সুনিশ্চিত কৰাৰ দিশটো দায়ৱদ্ধতাৰে কৰ্মত অগ্ৰসৰ হ’ব লাগিব। তেওঁলোকে পৰিধান কৰা ইউনিফৰ্মে সমাজৰ আৰ্ত আৰু দুৰ্দশাগ্ৰস্তজনৰ মাজটো চৰকাৰী শাসন ব্যৱস্থাৰ প্ৰতি আস্থা বৃদ্ধি কৰিব লাগিব।

মত-বিনিময়ৰ সময়ত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ চহকী-ঐতিহ্য, সংস্কৃতি আৰু সমলৰ বিষয়েও প্ৰৱেশ্যনাৰী বিষয়াসকলক অৱগত কৰে। ভাৰতীয় সভ্যতা- সংস্কৃতিৰ ক্ষুদ্ৰ সংস্কৰণ হিচাপে অভিহিত অসমৰ বিভিন্ন জাতি-সম্প্ৰদায় সমূহৰ মাজত অতীজৰে পৰা বিৰাজ কৰি থকা সমন্বয়ৰ বিষয়েও মুখ্য মন্ত্ৰীগৰাকীয়ে প্ৰশিক্ষাৰ্থীসকলক ব্যাখ্যা কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰাজ্যখনৰ সাংস্কৃতিক, সামাজিক আৰু আধ্যাত্মিক দিশত প্ৰদান কৰা অনবদ্য অৱদানৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনক প্ৰকৃতাৰ্থত এখন ধৰ্ম নিৰপেক্ষ আৰু সহনশীলতাৰ ৰাজ্য বুলি কয়।

মত-বিনিময়ৰ সময়ত মুখ্য মন্ত্ৰীগৰাকীয়েয়ে দক্ষিণ পূৱ এছিয়াৰ দেশসমূহৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ়কৰণৰ দিশত ৰাজ্যখনত থকা বিপুল সম্ভাৱনীয়তাৰ বিষয়েও সদৰী কৰাৰ লগতে ইয়াক বাস্তৱায়িত কৰাৰ বাবে ‘এক্ট ইষ্ট পলিচি’ ৰূপায়ণৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বিষয়েও কয়। মুখ্য মন্ত্ৰীক সাক্ষাতৰ সময়ত প্ৰৱেশ্যনাৰী বিষয়াসকলেও মুখ্য মন্ত্ৰীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰাৰ উপৰি অসম ভ্ৰমণ কৰি লাভ কৰা অভিজ্ঞতাৰ বিষয়েও সদৰী কৰে।

উল্লেখ যে ২০১৭ বৰ্ষৰ প্ৰৱেশ্যনাৰ বিষয়া সকলে বৰ্তমান হায়দৰাবাদস্থিত চৰ্দাৰ বল্লভ ভাই পেটেল পুলিচ একাডেমিত প্ৰশিক্ষণ লৈ আছে আৰু মিজোৰামত শিক্ষামূলক ভ্ৰমণ কৰি আছে। ১৫ দিনীয়া উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ সময়ত এই বিষয়াসকলে মেঘালয়লৈও শিক্ষামূলক ভ্ৰমণলৈ যাব বুলি জানিব পৰা গৈছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd