• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home পৰিবেশ

সংৰক্ষিত বনাঞ্চলত বেদখল : অচিৰেই উচ্ছেদ চলাব মণিপুৰ চৰকাৰে

সভাপতি চামম by সভাপতি চামম
April 4, 2018 5:32 pm
andro natural park
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী থাউনাওজান শ্যামকুমাৰে মঙলবাৰে ঘোষণা কৰিছে যে মণিপুৰৰ সংৰক্ষিত বনাঞ্চলত বে-দখলকাৰীৰ বিৰুদ্ধে অতি সোনকালে অভিযান চলোৱা হ’ব।

কালি আবেলি ইম্ফল-য়াইৰিপোক পথত অৱস্থিত নগাৰিয়ান সংৰক্ষিত বনাঞ্চলত এটা নিৰীক্ষণমূলক ভ্ৰমণ কৰি উভতি আহি বন মন্ত্ৰীগৰাকীয়ে এই কথা ঘোষণা কৰিছে। বে-দখলকৃত এলেকাটো কেইৰাও ৱাংখেম এলেকাৰ ওচৰে-পাঁজৰে অৱস্থিত।

Apply Now

নিৰীক্ষণ কালত মন্ত্ৰীগৰাকীক সংগ দিয়া তিনিটা বিভাগৰ বিষয়াবৰ্গই বে-দখলকৰীসকলে পথত বেৰ দিয়াটো লক্ষ্য কৰিছিল। দলটোৱে আৰু লক্ষ্য কৰিছিল যে ছেৰা চাহ বাগিচাৰ ওচৰত পথটো কাটি এটা পথ উলিয়াই লৈছে আৰু পথটোৰ কাষত বেৰ দিছে।

বে-দখলকাৰীৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বন মন্ত্ৰীগৰাকীয়ে বন বিষয়াসকলক নিৰ্দেশ দিয়ে। বেদখলকৃত এলেকাটো  থৌবাল ফৰেষ্ট ডিভিজনৰ অন্তৰ্গত নগাৰিয়ান ফৰেষ্ট ৰেঞ্জৰ এক্তিয়াৰৰ ভিতৰত পৰে।

সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে সংৰক্ষিত বনাঞ্চল ৰক্ষণাৱেক্ষণ দিয়া প্ৰথমখন ৰাজ্য মণিপুৰ হোৱা স্বত্তেও  অসমকে ধৰি উ: পূবৰ ৮ খন ৰাজ্যৰ ৪৫,৩৭৭ বৰ্গ কি: মি: জোৰা বনাঞ্চলৰ  ৩,৮৭৮.৮৫ বৰ্গ কি: মি: বনাঞ্চল এতিয়া বেদখলকাৰীৰ দখলত।

বন আৰু পৰিৱেশ মন্ত্ৰীজনে ব্যক্ত কৰিছে যে বন, পৰিৱেশ, উদ্যানশস্য আৰু ভূমি সংৰক্ষণ আদি বিভাগৰ লগতে স্থানীয় বাসিন্দাৰ সৈতে আলোচনা কৰি সংৰক্ষিত বনাঞ্চলখন সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে। বন বিভাগৰ গ্ৰীন ইণ্ডিয়া মিশ্যন আৰু কাম্পা আঁচনিৰ অন্তৰ্গত বিভিন্ন বৃক্ষ ৰোপনৰ কাৰ্যসূচী হাতত লোৱা হৈছে।

তেওঁ আৰু কৈছে যে পূব ইম্ফলত অৱস্থিত  তেওঁৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত জনপ্ৰিয় পৰ্যটন স্থান আন্দ্ৰো ছান্থাই প্ৰাকৃতিক উদ্যানক পৰৱৰ্তী দুবছৰৰ ভিতৰত বিশ্বৰ পৰ্যটন মানচিত্ৰত স্থান দিয়াৰ বাবে প্ৰচেষ্টা কৰিব।

তেওঁ অনুভৱ কৰে যে নাহাৰুপ পাংগঙৰ পৰা খালং আৰু খালঙৰ পৰা আন্দ্ৰোলৈকে কেবল কাৰৰ ব্যৱস্থা কৰিলে পৰ্যটকসকলে এই দূৰত্বখিনি ১০ মিনিটত অতিক্কম কৰিব পাৰিব। ইম্ফলৰ দৰ্শনাৰ্থীসকলক কেবল কাৰেৰে নাহাৰুপ পাংগঙৰ পৰা আন্দ্ৰোলৈকে কঢ়িয়াই অনা হ’ব ষ্টপেজটো আন্দ্ৰো ছান্থাই প্ৰাকৃতিক উদ্যানৰ নাতিদূৰত অৱস্থিত।

তেওঁ মত প্ৰকাশ কৰে যে ৰাজ্যখনৰ মইৰাং, লকটাক, চুৰাচান্দপুৰ আৰু কানংপকপি আদিৰ সুন্দৰ দৃশ্যৱলী ইম্ফলৰ পৰা মাথোঁ ১৫ কি:মি: দূত্বত অৱস্থিত খালং শৃংগৰ পৰা চাব পাৰি।

বন মন্ত্ৰীগৰাকীয়ে আত্মবিশ্বাসেৰে কয় যে প্ৰাকৃতিক শোভা প্ৰত্যক্ষ কৰাৰ পাছত মানুহৰ অৰণ্য ধ্বংস কৰাৰ মানসিকতা নোহোৱা হ’ব। এই ক্ষেত্ৰত বিভিন্ন চৰকাৰী বিভাগৰ লগতে স্থানীয় বাসিন্দাৰ সহযোগিতাৰ আৱশ্যকতাৰ বিষয়েও তেওঁ দোহাৰে।

প্ৰাকৃতিক সৌন্দৰ্যক তুলি ধৰাৰ উপৰিও প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ আৰু ৰিজৰ্ট নিৰ্মাণ, বৃক্ষৰোপন আদিৰ দ্বাৰা এলেকাটোৰ উন্নতি সাধন কৰি পৰ্যটকক আকৰ্ষণৰ উদ্যোগ লোৱা হ’ব বুলি তেওঁ কয়।

সভাপতি চামম

সভাপতি চামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd