• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰীত ২০ টা কেন্দ্ৰযোগে কৰা হ’ব আধাৰ কাৰ্ডৰ পঞ্জীয়ন

এন ই নাও নিউজ by এন ই নাও নিউজ
March 10, 2018 10:10 am
adhar card
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী মহানগৰৰ চৰকাৰী আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কাৰ্যালয়ত মুঠ ২০ টা কেন্দ্ৰৰ জৰিয়তে আধাৰ কাৰ্ড কাৰ্যকৰীকৰণৰ কাম শীঘ্ৰে আৰম্ভ হ’ব। এই কেন্দ্ৰ কেইটাৰ জৰিয়তে মহানগৰবাসীয়ে নিজৰ নিজৰ আধাৰ কাৰ্ড পঞ্জীয়ন কৰাৰ সুবিধা লাভ কৰিব।

শুকুৰবাৰে সন্ধিয়া এক চৰকাৰী শুত্ৰৰ পৰা কেন্দ্ৰ কেইটাৰ স্থান সম্পৰ্কে এই খবৰ আহে। মহানগৰবাসীৰ বাবে ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা কেন্দ্ৰ কেইটা ক্ৰমে ৰিহাবাৰীৰ সহকাৰী শ্ৰম আয়ুক্ত, খানাপাৰাৰ নগৰ গাখীৰ যোগান অধীক্ষকৰ কাৰ্যালয়, খানাপাৰাৰ সহ: ৰেচম সঞ্চালকৰ কাৰ্যালয়, উলুবাৰীৰ আৰক্ষী সঞ্চালকৰ কাৰ্যালয়ৰ লগতে CIDৰ মুখ্য কাৰ্যালয়।

Apply Now

ইয়াৰ উপৰি গণেশগুৰিৰ কৰ ভৱন, কাহিলিপাৰাৰ ফৰেনচিক বিজ্ঞান গৱেষণাগাৰ, বশিষ্ঠৰ বন গৱেষণা আৰু শিক্ষা চক্ৰৰ সংৰক্ষকৰ কাৰ্যালয় আৰু নদী গৱেষণাৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়, ভঙাগড়ৰ কৰ্মচাৰী ভৱিষ্যনিধি কাৰ্যালয়, চানমাৰিৰ গড়কাপ্টানি (গৃহ)ৰ মুখ্য অভিযন্তাৰ কাৰ্যালয় আৰু গড়কাপ্টানি (গৃহ) চক্ৰ ২ অধীক্ষক অভিযন্তাৰ কাৰ্যালয়, দিছপুৰৰ গড়কাপ্টানি (গৃহ)ৰ সংমণ্ডল ২ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়, জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়।

পল্টনবজাৰ আৰক্ষী নিবেশ আৰু বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়, ভৰলুমুখৰ জলসম্পদ পশ্চিম সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়, আমবাৰীৰ হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ কাৰ্যালয়, বেলতলাৰ অসামৰিক প্ৰতিৰক্ষাৰ কাৰ্যালয় আৰু দক্ষিণ গাঁৱৰ জৰীপ প্ৰশিক্ষণৰ অধ্যক্ষৰ কাৰ্যালয়।

মনকৰিবলগীয়া যে আধাৰ কাৰ্ড পঞ্জীয়নৰ বাবে কেন্দ্ৰসমূহ নিৰ্ধাৰণ কৰিবলৈ মহানগৰ প্ৰশাসনে আজিৰ পৰা প্ৰায় দুমাহ পূৰ্বেই বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছিল। আৰু সেই আহ্বানৰ ভিত্তিতেই কালি মহানগৰ প্ৰশাসনে মহানগৰৰ এই ২০ টা কেন্দ্ৰৰ কথা ৰাজহুৱা কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd