• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মানৱ কল্যাণ বহুমুখী সমবায় সমিতিয়ে হোজাইত মুকলি কৰিলে ইয়াৰ অন্নপূৰ্ণাৰ প্ৰথমটো গোট

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
April 16, 2018 9:23 am
Annapurna-1-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সহকাৰ ভাৰতীৰ সহযোগত মানৱ কল্যাণ বহুমুখী সমবায় সমিতিয়ে দেওবাৰে হোজাইৰ লালপট্টি এনএছচিবি ৰোডত তেওঁলোকৰ অন্নপূৰ্ণাৰ প্ৰথমটো গেলামালৰ গোট মুকলি কৰে।

মুকলি অনুষ্ঠানত উপস্থিত থকা সহকাৰ ভাৰতীৰ হোজাই জিলাৰ সভাপতি শংকৰ প্ৰসাদ ৰয়ে কয়, ‘’ সহকাৰ ভাৰতীৰ সহযোগত ২০১৬ চনত মানৱ কল্যাণ বহুমুখী সমবায় সমিতি লিমিটেড আৰম্ভ হৈছিল। আৰম্ভণিৰে পৰা আমাৰ উদ্দেশ্য হৈছে আৰ্থিকভাৱে পিছ পৰা সকলক শক্তিশালী কৰি তোলা।‘’

Apply Now

তেওঁ লগতে জনায় যে তেওঁলোকৰ অংশীদাৰিত্বত আছে হকাৰ, কৃষক, ঠেলা চালক, ৰিক্সা চালক, শ্ৰমিক ইত্যাদি। ‘’আনকি কিছুমান আৰ্থিকভাৱে স্বচ্ছল লোকো আমাৰ সদস্য,’’-ৰয়ে কয়।

ৰয় লগতে কয়,’’ বৰ্তমান ৯ খন পঞ্চায়তকে ধৰি হোজাই নগৰত আমাৰ ৫৫০ গৰাকী অংশীদাৰ আছে। আমাৰ অংশ ক্ৰয় সকলোৰে বাবে বহনযোগ্য। প্ৰতিটো অংশদাৰিত্ব ২৫০ টকাৰ পৰা আৰম্ভ হয় আৰু কোনোৱে সৰ্বাধিক ১০,০০০ টকাৰ অংশীদাৰিত্ব ক্ৰয় কৰিব পাৰে।‘’

Annapurna-2

‘’আমাৰ হোজাইত ১৮ টা আত্ম সহায়ক গোট আছে আৰু এই গোটটোৰে  আত্মসহায়ক গোটসমূহে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰীৰ বাবে এখন মঞ্চ লাভ কৰিব,’’- ৰয়ে কয়।

সহকাৰ ভাৰতীৰ হোজাই জিলাৰ সম্পাদক সুদীপ দেবে কয়, ‘’ আমি ভৱিষ্যতে ব্যক্তিসকলৰ পৰিয়ালৰ আয়ৰ প্ৰতি লক্ষ্য ৰাখি অন্নপূৰ্ণাত গেলামালৰ সামগ্ৰীসমূহ বজাৰৰ মূল্যতকৈ সুলভ মূল্যত দিয়াৰ পৰিকল্পনা কৰিছো।‘’

মানৱ কল্যাণ বহুমুখী সমবায় সমিতি লিমিটেডৰ সভাপতি উমা শংকৰ গোস্বামীয়ে কয়, ‘’ আমাৰ সমিতিৰ লভ্যাংশ কেৱল সদস্যসকলৰ মাজতে সীমাবদ্ধ নহয়। আমাৰ সমাজৰ কল্যাণমূলক কামৰ বাবে আৰু অভাৱগ্ৰস্ত ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ বাবে সুকীয়া পুঁজি আছে।‘’

‘’সমিতিয়ে লগতে ইয়াৰ অংশীদাৰসকলক ঋণ দিয়ে যাতে এই ধন উৎপাদনমূলক কামত ব্যহাৰ কৰি তেওঁলোকে নিজৰ আয় বৃদ্ধি কৰিব পাৰে,’’-গোস্বামীয়ে লগতে কয়।

নিখিল মুন্দ্ৰা

নিখিল মুন্দ্ৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd