• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰীৰ মুখৰ কথাৰ মূল্য কিমান? প্ৰব্ৰজনে খিলঞ্জীয়াৰ ওপৰত প্ৰভাৱ পেলোৱা নাই বুলি উচ্চতম ন্যায়ালয়ত লিখিতভাৱে জনাইছিল চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 14, 2018 9:38 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰীয়ে যোৱা ১২ মে’ত অসমৰ সংবাদ প্ৰতিষ্ঠানৰ সম্পাদকসকলৰ সৈতে বহা এখন বৈঠকত তেওঁ কৈছিল যে ৰাইজৰ স্বাৰ্থ, জাতিৰ স্বাৰ্থ বিঘ্নিত হ’ব পৰা কোনো কাম নকৰে আৰু তেওঁ মুখ্য মন্ত্ৰীৰ আসনখনতকৈ জাতিৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়ে। কিন্তু এইদৰে কৈ আচলতে মুখ্য মন্ত্ৰী সোণোৱালে গা বচোৱাৰ কৌশলহে লৈছে নেকি?

মুখ্য মন্ত্ৰীৰ স্থিতিত সঁচায়ে কিবা বিশ্বাসযোগ্যতা আছে নে? এই প্ৰশ্ন উত্থাপন কৰিছে প্ৰব্ৰজন বিৰোধী মঞ্চই। মঞ্চই অভিযোগ কৰিছে যে মুখ্য মন্ত্ৰী আৰু তেওঁৰ চৰকাৰৰ যোৱা দুবছৰৰ কাম-কাজে এটা সম্পূৰ্ণ বিপৰীত ছবি দাঙি ধৰে। মঞ্চই অভিযোগ কৰামতে, চৰকাৰে ২০১৭ চনৰ ২ মে’ত এটা গুৰুত্বপূৰ্ণ গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠৰ আগত ‘প্ৰব্ৰজনে খিলঞ্জীয়াৰ ওপৰত কোনো প্ৰভাৱ পেলোৱা নাই’ বুলি লিখিতভাৱে জনাইছিল।

Apply Now

মঞ্চই কয়, অসম চৰকাৰৰ লিখিত মতামতত স্পষ্টভাৱে কোৱা হৈছে যে প্ৰব্ৰজনে খিলঞ্জীয়াৰ ওপৰত কোনো প্ৰভাৱ পেলোৱা নাই। খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰ খৰ্ব হোৱা নাই আৰু এই সম্পৰ্কে কোনো তথ্য নাই।

ইয়ে প্ৰমাণ কৰে যে ৰাজ্য চৰকাৰৰ স্থিতি সম্পূৰ্ণ মিছাৰে ভৰা আৰু খিলঞ্জীয়া বিৰোধী। চৰকাৰৰ এনে স্থিতিয়ে উচ্চতম ন্যায়ালয়ত চলি থকা গোচৰত খিলঞ্জীয়াৰ কাৰণে স্থিতি দুৰ্বল কৰি তুলিলে। ফলত বিদেশীৰ ভিত্তিবৰ্ষ খিলঞ্জীয়াৰ বিৰুদ্ধে গৈ ৩ ডিচেম্বৰ, ২০০৪ চনলৈকে অহা সকলো বিদেশীৰ সতি-সন্ততিয়ে জন্মৰ ভিত্তিত নাগৰিকত্ব পোৱাৰ সম্ভাৱনা বাঢ়িল। আনহাতে চৰকাৰে বাংলাদেশীয়ে বেদখল কৰি থকা ভূমি বেদখলমুক্ত নকৰাৰো অভিযোগ কৰি উদাহৰণ হিচাপে ছিপাঝাৰৰ ৭৭,৪২০ বিঘা ভূমি এতিয়াও বেদখলমুক্ত নকৰাৰ কথা কয়।

আনহাতে যোৱা ডেৰ বছৰতকৈও অধিক কাল অসমৰ ৰাইজে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতাৰে সমগ্ৰ ৰাজ্য উত্তাল কৰি ৰখাৰ সময়তো মুখ্য মন্ত্ৰীজনে কৌশলপূৰ্বক মৌনতা অৱলম্বন কৰি আহিছে।

মঞ্চৰ মতে, এইখন চৰকাৰে আইনগত আৰু বাস্তৱিক ৰূপত খিলঞ্জীয়াক দুৰ্বল কৰিলে। কৌশলপূৰ্বক মৌনতাৰে মুখ্য মন্ত্ৰীয়ে জটিল সময়খিনি পাৰ হৈ যোৱাৰ চেষ্টা কৰে বুলি অভিযোগ কৰে মঞ্চই।

আনহাতে মুখ্য মন্ত্ৰীক জাতীয় নায়ক বুলি কটাক্ষ কৰি কয় যে নিজৰ জাতিটোৰ সংকটৰ সময়ত পলাই গৈ বেংগালোৰত সময় কটায় আৰু এজন ছাত্ৰ নেতা হৈ ছাত্ৰ সমাজৰ মুখামুখি হ’বলৈও ভয় কৰে। এনে নেতাই জাতিৰ আত্মবিশ্বাস আৰু আত্মবল ভাঙি জাতিক পংগু কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd