• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

মেঘালয় বিধানসভাত উত্থাপিত হ’ল চাকৰিৰ বাবে থকা সৰংক্ষণ নীতি বিষয়ক প্ৰশ্ন

এন ই নাও নিউজ by এন ই নাও নিউজ
April 6, 2018 8:00 pm
Meghalaya-Legislative-Assembly-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ৰ বিধানসভাত আজি উত্থাপিত হ’ল জনসাধাৰণৰ বিভিন্ন অংশৰ বাবে চৰকাৰী চাকৰিত থকা সংৰক্ষণ বিষয়ক প্ৰশ্ন। প্ৰশ্নটো অধিৱেশনৰ শূন্য কালত উত্থাপন কৰে মাফলাং সমষ্টিৰ নিৰ্দলীয় বিধায়ক ছিনটাৰ ক্লাছ ছানে। তেওঁ প্ৰশ্নটো উত্থাপন কৰি ৰাজ্যৰ পদ সংৰক্ষণ ব্যৱস্থাটোত উচ্চ শিক্ষা, বিশেষকৈ কাৰিকৰী শিক্ষাৰ বাবে সংৰক্ষণ অন্তৰ্ভুক্ত আছে নে নাই জানিব বিচাৰে। তেওঁ কাৰিকৰী শিক্ষাৰ উদাহৰণ হিচাপে পলিটেকনিক, এম বি বি এছ আৰু ইঞ্জিনীয়াৰিঙৰ কথা কয়।

উল্লেখযোগ্য যে মেঘালয়ত ৰাজ্যিক আৰু জিলাৰ পৰ্য্যায়ত থকা সংৰক্ষণ নীতিয়ে চাকৰিৰ ক্ষেত্ৰত খাচি আৰু জয়ন্তীয়া জনজাতিৰ বাবে ৪০ শতাংশ আৰু গাৰো জনজাতিৰ বাবে ৪০ শতাংশ আৰু ৫ শতাংশ অন্যান্য অনুসূচিত জনজাতি আৰু অনুসূচিত জাতিৰ বাবে সংৰক্ষণৰ সুবিধা দিছে।

Apply Now

ৰাজ্যিক পৰ্য্যায়ত এই সংৰক্ষণ নীতিকে ৰাজ্যৰ বাহিৰত ইঞ্জিনীয়াৰিং আৰু চিকিৎসাশাস্ত্ৰ পঢ়িবলৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত আৰু ৰাজ্যৰ ভিতৰত প’লিটেকনিক পঢ়িব খোজা ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়।

প্ৰশ্নটোৰ উত্তৰ দি মুখ্য মন্ত্ৰী কনৰাড চাংমাই কয় যে সংৰক্ষণ ব্যৱস্থাটো বহু বছৰ ধৰি চলি অহা নিয়মৰ ভিত্তিত সম্প্ৰসাৰিত কৰা হৈছিল।

‘এই নীতিয়েই বহু বছৰ ধৰি চলি আহিছে আৰু আমি ইয়াকে আজিলৈকে অনুসৰণ কৰি আহিছো।’ কনৰাড চাংমাই কয়।

আনহাতে প্ৰশ্নকৰ্তা চানে সংৰক্ষণ নীতিটোৰ প্ৰযোজ্যতা সন্দৰ্ভত প্ৰশ্ন তুলি যোৱা পাঁচ বছৰত কিমান ছাত্ৰ-ছাত্ৰীক তেওঁলোকে ৭৫ শতাংশ আৰু ৬৫ শতাংশ নম্বৰ পোৱাৰ পিছতো মেডিকেল আৰু ইঞ্জিনীয়াৰিং পাঠ্যক্ৰম পঢ়াৰ পৰা বঞ্চিত কৰা হৈছে সেইটো জানিব বিচাৰে।

ইয়াৰ উত্তৰত মুখ্য মন্ত্ৰীজনে কয় যে এই তালিকা বৰ দীঘল আছিল আৰু এতিয়া সেই পৰিসংখ্যা দিব পৰা অৱস্থাত নাই।

আনহাতে বিৰোধী দলপতি মুকুল চাংমাই প্ৰসংগটোত মুখ্য মন্ত্ৰীজনক তেওঁৰ উত্তৰৰ সংশোধন ঘটাবলৈ আহ্বান জনাই কয় যে বিষয়টো অতি সংবেদনশীল আৰু ই ৰাজ্যখনত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।

কিন্তু তাৰ পিছতো মুখ্য মন্ত্ৰীজনে নিজৰ স্থিতিত অটল থাকি কয় যে তেওঁ লিপিবদ্ধ নথকা কোনো তথ্য দি সদনক বিপথে পৰিচালিত কৰিব নোৱাৰে।

তেওঁ পুনৰ কয় যে সংৰক্ষণ ব্যৱস্থাটো বহু বছৰ ধৰি চলি অহা নিয়মৰ ভিত্তিত সম্প্ৰসাৰিত কৰা হৈছিল।

আনহাতে ইয়াৰ পূৰ্বে কংগ্ৰেছী বিধায়ক এম্পাৰীন লিংডোৱেও ৰাজ্য চৰকাৰখনে চাকৰিৰ বাবে থকা সংৰক্ষণ ব্যৱস্থাক কিহৰ ভিত্তিত শিক্ষাৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিবলৈ বিচাৰিছে জানিবলৈ বিচাৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

June 9, 2026 7:00 am
ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

June 9, 2026 7:00 am
ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd