• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেধাৱী শিক্ষাৰ্থীৰ মাজত চেক আৰু স্কুটী বিতৰণ বি টি চি শিক্ষা বিভাগৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
April 13, 2018 1:50 pm
IMG-20180412-WA0022
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৩ বহাগ শুকুৰবাৰে কোকৰাঝাৰৰ হৰিণাগুৰিত অনুষ্ঠিত ৬ষ্ঠ বাউখুংগ্ৰি উৎসৱৰ দ্বিতীয় দিনা মেধাৱী শিক্ষাৰ্থীক উদগনি দিয়াৰ লক্ষ্যৰে সৰ্বমুঠ ১৯২ গৰাকী মেধাৱী শিক্ষাৰ্থীৰ মাজত চেক আৰু ৮৮ গৰাকী দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰীৰ মাজত বিতৰণ কৰিছে বি টি চিৰ শিক্ষা বিভাগে।

অনুষ্ঠানত শিক্ষা বিভাগে হাইস্কুল, উচ্চতৰ মাধ্যমিক আৰু হাই মাদ্ৰাছা উত্তীৰ্ণ তিনিজন শিক্ষাৰ্থীৰ প্ৰত্যেককে ২ লাখ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰা হয়। কেন্দ্ৰীয় লোকসেৱা পৰীক্ষাৰ প্ৰশিক্ষণৰ বাবে ১২ গৰাকী শিক্ষাৰ্থীৰ প্ৰত্যেককে প্ৰথম কিস্তিৰ ধন ১.৫০ হাজাৰ টকাকৈ, ১৮ গৰাকী আই আই টি শিক্ষাৰ্থীৰ প্ৰত্যককে ২ লাখ টকাকৈ, ৮ গৰাকী আই আই এমৰ শিক্ষাৰ্থীৰ প্ৰত্যেককে ২ লাখ টকাকৈ, ৪১ গৰাকী মেডিকেল শিক্ষাৰ্থীৰ প্ৰত্যেককে ১ম কিস্তিৰ ১ লাখ টকাৰ, ২২গৰাকী এন আই টিৰ শিক্ষাৰ্থীৰ প্ৰত্যেককে ৫০ টকাৰ, ৮৮ গৰাকী গৱেষণাৰ শিক্ষাৰ্থীৰ প্ৰত্যেককে ৫০ হাজাৰকৈ টকাৰ চেক আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৮৮ গৰাকী ছাত্ৰীক স্কুটী প্ৰদান কৰা হয়। এই উদগনিমূলক ধনৰাশি আৰু চেকসমূহ শিক্ষাৰ্থীসকল ৰ হাতত অৰ্পণ কৰে মুখ্য অতিথি, বি টি চিৰ উপ মুখ্য কাৰ্যবাহী বিষয়া কাম্পা বৰগয়াৰী, সন্মানীয় অতিথি ই এম এছ দনেশ্বৰ গয়াৰী,  আনছুমৱি খুংগুৰ বড়ো, বি টি ছিৰ প্ৰধান সচিব বীৰেণ চন্দ্ৰ ফুকন, আৰু অন্যন্য বিশিষ্ট লোকসকলে। ভাষণত বি টি চিৰ উপ মুখ্য কাৰ্যবাহী বিষয়া কাম্পা বৰগয়াৰীয়ে কয় যে ২০০৩লৈকে বি টি চি এলেকাত স্বাক্ষৰতাৰ হাৰ যথেষ্ট নিম্ন আছিল, কিন্তু বিকাশৰ গতি ত্বৰান্বিত হোৱাৰ ফলত শিক্ষাৰ ক্ষেত্ৰখনলৈ পৰিৱৰ্তন আহিছে।

Apply Now

ইয়াৰ পূৰ্বে হৰিণাগুৰি হাইস্কুলৰ খেলপথাৰত আৰতৰ বিভিন্ন প্ৰান্তৰ যেনে বিহাৰ, উত্তৰ প্ৰদেশ, বেংগল, নাগালেণ্ড, ত্ৰিপুৰা আদি ৰাজ্যৰ ৭৩ পুৰুষ আৰু ১৮ মহিলাৰ মুঠ ৯১ গৰাকী প্ৰতিযোগীয়ে পাহাৰ বগোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। উক্ত প্ৰতিযোগিতাত উত্তৰ প্ৰদেশৰ যোগেন্দ্ৰ কুমাৰ, অসমৰ বিজয় ডেকা আৰু পশ্চিম বংগৰ দুলু সৰকাৰে যথাক্ৰমে ১ম, ২য় আৰু ৩য় স্থান দখল কৰিছিল।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

July 6, 2026 7:49 pm
পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

July 6, 2026 7:14 pm
কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

July 6, 2026 7:49 pm
পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

July 6, 2026 7:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd