• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

মেনহিৰ আৰু মেগালিথ আৱিষ্কৃত মিজোৰামৰ ভেঞ্চিয়া গাঁৱক প্ৰত্নতাত্বিক ক্ষেত্ৰৰ মৰ্যাদা

ছাংজুৱালা মাৰ by ছাংজুৱালা মাৰ
July 25, 2018 5:01 pm
v-6-570x320
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় প্ৰত্নতত্ব জৰীপ বিভাগে মিজোৰামৰ ভেঞ্চিয়া গাঁৱত থকা মেনহিৰ (ইউৰোপীয়ান মধ্য ব্ৰঞ্জ যুগৰ এককশিলৰ গাঁথনি) আৰু মেগালিথসমূহক (প্ৰাগঐতিহাসিক যুগৰ বিৰাট আকৃতিৰ প্ৰস্তৰ স্মৃতিসৌধ) প্ৰত্নতাত্বিক ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে। ইয়াপ পাছতে কলা আৰু সাংস্কৃতিক ঐতিহ্যৰ হকে ভাৰতীয় ৰাষ্ট্ৰীয় ন্যাস, ইনটাচৰ (INTACH) মিজোৰাম শাখাই এই ক্ষেত্ৰখন ইউনেস্ক’ৰ নিৰীক্ষণৰ মাজত থকা বুলি সদৰি কৰিছে।

‘‘এয়া ইতিমধ্যে নিশ্চিত কৰা হৈছে যে মিজোৰামৰ মেনহিৰ আৰু মেগালিথসমূহ ২৪০০ বছৰ প্ৰাচীন। এই ঐতিহাসিক ক্ষেত্ৰখন এতিয়া ইউনেস্কৰ নিৰীক্ষণৰ ভিতৰত আছে। আমি আশা কৰোঁ যে এই স্থানক অতি শীঘ্ৰে বিশ্ব ঐতিহ্যক্ষেত্ৰ ঘোষণা কৰা হওক।’’ কলা আৰু সাংস্কৃতিক ঐতিহ্যৰ হকে ভাৰতীয় ৰাষ্ট্ৰীয় ন্যাসৰ মিজোৰাম শাখাৰ আহ্বায়ক পি ৰোহমিংথাংগাই কয়।

Apply Now

এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া পি ৰোহমিংথাংগাই ১৯৭০ চনতেই এই ক্ষেত্ৰখন হেলিকপ্টাৰেৰে  প্ৰত্যক্ষ কৰিছিল। স্থলপথেৰে যাব পৰা হোৱাত তেওঁ এই স্থানত নিজে গৈ উপস্থিত হৈছিলগৈ।

উল্লেখ্য যে মিজোৰামৰ চামফাই জিলাত থকা চামফাই-ফাৰ্কৱন পৰ্বত শ্ৰেণীৰ ঘন সেউজীয়া হাবিতলীয়া পৰিৱেশত লালিত-পালিত ম্যানমাৰৰ সীমান্তৱৰ্তী এখন গাঁও হৈছে ভেঞ্চিয়া গাঁও। শ শ বছৰ ধৰি মেগালিথিক শৈল প্ৰহৰীয়ে এই সৰু গাঁৱখন পহৰা দি আহিছে।

বহুকেইটা প্ৰত্নতাত্বিক খননকাৰ্যৰ পাছত ২০টা পৰ্যন্ত শিল পাৰি দিয়া গাঁথনি, প্ৰাচীন সমাধিস্থলৰ অৱশেষ, প্ৰাচীন কয়লা আৰু জৈৱ অৱশেষ লাভ কৰা গৈছে আৰু এই সমূহ সময় নিৰূপণ কৰাৰ  বাবে ৰেডিঅ’ কাৰ্বন ডেটিঙৰ বাবে পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা গৈছে।

v2

ভেঞ্চিয়া গাঁওত অলপতে এটা ২০০ মিটাৰ দৈৰ্ঘৰ জন মণ্ডপ, এটা মোগল যুগত বিনোদন স্থান হিচাপে অনুমান কৰা গাঁথনিৰ সৈতে মিল থকা শিলৰ গাঁথনি মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছে।

স্থানীয় বাসিন্দাসকলে বিশ্বাস কৰে যে ম্যানমাৰৰ চিন পাহাৰৰ পৰা হোৱা ঐতিহাসিক প্ৰব্ৰজনৰ তথ্য এই মেনহিৰ সমূহৰ ৰহস্যময় চিত্ৰসমূহত খোদিত হৈ আছে। প্ৰচলিত এটা স্থানীয় কিংবদন্তি অনুসৰি কাওচ্চুৱা ৰুপোই হৈছে এটা গোপন পথৰ প্ৰৱেশদ্বাৰ। লোক বিশ্বাস অনুসৰি এই গোপন পথটো ভাৰত-ভূটান সীমান্তত অৱস্থিত তিউ নদী পৰ্যন্ত  আছে।

ভেঞ্চিয়া হৈছে মাথোঁ ১৫৩ ঘৰ মানুহে বাস কৰা এখন গাঁও। এই প্ৰাগঐতিহাসিক সম্পদসমূহ সন্দৰ্ভত অজ্ঞ এই মানুহখিনিয়ে এই মেনহিৰসমূহক লুংফান (ঠিয় শিলৰ স্মৃতিচিহ্ন) বুলি কয়।১৯৮০ আৰু ১৯৯০ চনত বহুতো মেগালিথ আৰু মেনহিৰ ভাঙি পেলোৱা হৈছিল।

কাৰ্বন-১৪ ডেটিঙৰ পৰা জানিব পৰা মতে এই স্থান খৃষ্টপূৰ্ব ৬০০ চনৰ পূৰ্বৰ। ভাৰতীয় প্ৰত্নতত্ব জৰীপ বিভাগৰ প্ৰত্নতত্ববিদসকলে বিশ্বাস কৰে যে এই স্থাৰ প্ৰাচীন বসতিস্থানসমূহ ৪০ কি:মি: ব্যাসাৰ্ধৰ এলেকা বিয়পি আছিল।

ছাংজুৱালা মাৰ

ছাংজুৱালা মাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd