• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

‘শান্তি, উন্নয়ন আৰু পাৰস্পৰিক ভাতৃত্ববোধ’ ৰক্ষাৰ স্বাৰ্থত চি পি আই(এম)য়ে অষ্টমবাৰলৈ গঠন কৰিব চৰকাৰ: মানিক সৰকাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 11, 2018 3:42 pm
Manik Sarkar campaign

ফাইল ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘শান্তি, উন্নয়ন আৰু পাৰস্পৰিক ভাতৃত্ববোধ’ ৰক্ষাৰ বৃহত্তৰ স্বাৰ্থত ত্ৰিপুৰাত অষ্টম বাৰৰ বাবে চি পি আই(এম)য়ে চৰকাৰ গঠন কৰিব বুলি শণিবাৰে দাবী কৰে বাওঁপন্থী নেতা মানিক সৰকাৰে।

বৰ্ষীয়ান চি পি আই(এম) নেতাজনে শান্তিপ্ৰিয় ত্ৰিপুৰাবাসীক আগন্তুক নিৰ্বাচনত সকলো সাম্প্ৰদায়িক আৰু বিভাজনকাৰী শক্তিক পৰাভূত কৰিবলৈ আহ্বান জনায়।

Apply Now

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে পাঁচবাৰৰ মুখ্য মন্ত্ৰী মানিক সৰকাৰে শণিবাৰে খায়াৰপুৰত এখন নিৰ্বাচনী জনসভাত অংশ লৈ কয় যে ভাৰতীয় জনতা পাৰ্টী আৰু ইণ্ডিজিনিয়াছ পিপল’ছ ফ্ৰণ্ট অৱ ত্ৰিপুৰা(আই পি এফ টি)য়ে  কৰা প্ৰাক নিৰ্বাচনী মিত্ৰতাৰ ফলত ৰাজ্যখনৰ শান্তি শংখলাত বেয়াকৈ প্ৰভাৱ পৰিব, তাৰ উপৰি ৰাজ্যখনৰ জনজাতি আৰু অজনজাতীয় লোকৰ মাজত থকা ভাতৃত্ববোধৰ ক্ষেত্ৰতো যথেষ্ট অস্থিৰতা দেখা যাব।

‘বিজেপি আৰু আৰ এছ এছৰ দৰে সাম্প্ৰদায়িক দলে বিভাজনকাৰী শক্তি আইপিএফটিৰ সহায় লৈ চলো পাল্টাই শ্লোগানেৰে ৰাজ্যখনত বাওঁপন্থী চৰকাৰখনক আঁতৰাই তেওঁলোকে শাসনৰ গাদী দখল কৰাৰ অপচেষ্টা চলাই আছে। কিন্তু শান্তিপ্ৰিয় ত্ৰিপুৰাবাসীয়ে এনেধৰণৰ অপশক্তিক পৰাজয় কৰি পৰম্পৰাগত শান্তি-শৃংখলা অটুট ৰাখাৰ স্বাৰ্থত পুনৰবাৰ চি পি আই(এম)কে শাসনৰ গাদীত বহুৱাব’ ৰাইজক উদ্দেশ্যি এনেদৰে কয় মানিক সৰকাৰে।

তেওঁ উক্ত জনসভাতে আইপিএফটিক উভটি ধৰি কয় যে আইপিএফটিৰ দলীয় কৰ্মকৰ্তাই ৰাজ্যখনত বহুটো অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ কৰাৰ উপৰি বহুতো নিৰিহ লোকৰ প্ৰাণ কাঢ়ি নিছে একমাত্ৰ পৃথক ৰাজ্যৰ নামত।

বিজেপিয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে কৰা সকলো প্ৰতিশ্ৰুতি ৰক্ষা কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু দিনক দিনে দেশৰ অৰ্থনীতি ব্যৱস্থা বেয়াৰ ফালে ঢাল খাইছে বুলিও সৰকাৰে অভিযোগ উত্থাপন কৰে।

ইয়াৰ উপৰি মুখ্য মন্ত্ৰীজনে তেওঁলোকৰ চৰকাৰে কৰা বিভিন্ন উন্নয়ন মূলক আঁচনিৰ কথা কোৱাৰ উপৰি চৰকাৰে সম্পূৰ্ণ ৰূপে ৰাইজৰ হৈ কাম কৰা বুলি কয়।

আনহাতে সৰকাৰে কয়, ‘স্বাস্থ্য খণ্ডত ভাল ফলাফল আগবঢ়োৱাৰ ক্ষেত্ৰত দেশৰ পাঁছখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰতে ত্ৰিপুৰাৰ নামো সন্নিৱিষ্ট আছে’।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

October 11, 2026 7:00 pm
জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd