• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিলচৰ চিকিৎসা মহাবিদ্যালয় চৌহদত স্থাপন হ’ব আৰক্ষী চকী; চিকিৎসক বিক্ষোভৰ পিছতে ঘোষণা স্বাস্থ্য মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 24, 2018 11:55 pm
Himanta-Biswa-Sarma-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিলচৰ চিকিৎসা মহাবিদ্যালয় চৌহদত স্থাপন কৰা হ’ব আৰক্ষী চকী। আজি ২৪ জুলাইত চিকিৎসক-ছাত্ৰ বিক্ষোভৰ পিছত মহাবিদ্যালয়খনত উপস্থিত হোৱা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিলচৰ চিকিৎসা মহাবিদ্যালয় ছাত্ৰ সন্থাৰ স্মাৰক পত্ৰ গ্ৰহণ কৰি এই প্ৰতিশ্ৰুতি প্ৰদান কৰে।

চিকিৎসালয় চৌহদত আৰক্ষী চকীটো স্থাপন কৰা সন্দৰ্ভত কাছাৰৰ আৰক্ষী অধীক্ষকৰ সৈতে শীঘ্ৰে কথা পাতিব বুলিও স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে মহাবিদ্যালয়খনৰ ক্ষুভিত চিকিৎসকসকল আশ্বাস প্ৰদান কৰে।

Apply Now

‘কৰ্তব্যৰত চিকিৎসক আৰু আন সহকাৰী কৰ্মচাৰীৰ ওপৰত শাৰীৰিক আক্ৰমণৰ ধাৰাৱাহিক ঘটনাৰ অৱসানৰ বাবে আৰু মূল্যৱান ৰাজহুৱা সম্পত্তিৰ সুৰক্ষাৰ বাবে  চিকিৎসালয় চৌহদত এটা আৰক্ষী চকী স্থাপনৰ’ দাবীত স্বাস্থ্য মন্ত্ৰীক প্ৰদান কৰিছিল চিকিৎসালয়ৰ ছাত্ৰ সন্থাই।

সন্ধিয়া প্ৰায় ৮ বজাত চিকিৎসালয়খনত গৈ উপস্থিত হোৱা স্বাস্থ্য মন্ত্ৰীজনে চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসক আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে আলোচনাত মিলিত হৈ চিকিৎসালয়খনৰ নিৰাপত্তা ব্যৱস্থা বঢ়োৱাৰো আশ্বাস প্ৰদান কৰে।

চিকিৎসালয়খনৰ ছাত্ৰ সন্থাই কৰ্তব্যৰত চিকিৎসকৰ ওপৰত বাৰে বাৰে হৈ থকা শাৰীৰিক আক্ৰমণৰ পৰা নিৰাপত্তা বিচাৰি প্ৰতিবাদ কৰাৰ ফলত আজি ২৪ জুলাইত চিকিৎসালয়খন প্ৰায় অচল হৈ পৰিছিল।

শিলচৰ চিকিৎসা মহাবিদ্যালয়তে বিজুলী নথকা অৱস্থাত এগৰাকী ৰোগীৰ মৃত্যুক লৈ যোৱা সোমবাৰে হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ পিছত কণিষ্ঠ চিকিৎসকসকলে নিৰাপত্তা বিচাৰি তীব্ৰ প্ৰতিবাদ কৰিছিল।

বিজুলী সৰবৰাহ বন্ধ থকাৰ বাবেই ৰোগীজনৰ মৃত্যু ঘটা বুলি ধৰি লৈ ৰোগীজনৰ পৰিয়ালৰ লোকে পিছত চিকিৎসালয়খন লণ্ড-ভণ্ড কৰাৰ লগতে চিকিৎসককো আক্ৰমণ কৰিছিল। মহাবিদ্যালয়খনৰ আই চি য়ুত কালি ২৩ জুলাইৰ সন্ধিয়া ৪০ মিনিট সময় ধৰি নাছিল বিজুলী যোগান।

কিন্তু বিজুলী যোগান নথকাৰ বাবে ৰোগীজনৰ মৃত্যু হোৱা নাছিল আৰু তেওঁক বচাবলৈ জ্যেষ্ঠ হৃদ শল্য বিশেষজ্ঞ ডাঃ আহমেদ চৌধুৰীকে ধৰি চিকিৎসকৰ দলটোৱে আপ্ৰাণ চেষ্টা কৰিছিল বুলি নৰ্থ ইষ্ট নাও-ক জনাইছিল মহাবিদ্যালয় ছাত্ৰ সন্থাৰ সভাপতি জিয়াউৰ ৰহমানে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

September 2, 2026 11:14 am
অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

September 2, 2026 10:24 am
সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

September 2, 2026 9:09 am
গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

September 2, 2026 11:14 am
অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

September 2, 2026 10:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd