• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘শ্ৰীয়া মিছ ইণ্ডিয়া’ সৌন্দৰ্য প্ৰতিযোগিতাত ভাগ ল’ব কোকৰাঝাৰৰ সুন্দৰী দেইজী বসুমতাৰীয়ে

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
February 21, 2018 12:47 pm
Daisy with her parents
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা মাহত ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতা ‘শ্ৰীয়া মিছ ইণ্ডিয়া‘ ২০১৮ প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হৈছে কোকৰাঝাৰৰ ২১ বছৰীয়া সুন্দৰী দেইজী বসুমতাৰী।

সুভাষ বসুমতাৰী আৰু মিনু বসুমতাৰীৰ জীয়ৰী দেইজীয়ে সৰুৰে পৰা ফেশ্বন জগতখনত প্ৰৱেশ কৰাৰ দুৰ্বাৰ হেঁপাহ পুহি ৰাখিছিল আৰু নিজৰ সোতৰ বছৰ বয়সতে এই ক্ষেত্ৰখনত সফলতাৰে খোজ পেলাইছিল।

Apply Now

সৌন্দৰ্য প্ৰতিযোগিতাখনত দেইজীয়ে দেশৰ ৫০ গৰাকী সুন্দৰীৰ লগত শ্ৰেষ্ঠত্বৰ মুকুটৰ বাবে সৌন্দৰ্যৰ প্ৰদৰ্শন কৰিব।

প্ৰতিযোগিতাখনৰ মূল পৰ্যায়লৈ নিৰ্বাচিত হোৱাৰ পূৰ্বে দেইজীয়ে গুৱাহাটীত অনুষ্ঠিত হোৱা অডিশ্যনত সকলোকে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পৰিণতিতে কোকৰাঝাৰৰ সুন্দৰীগৰাকীক মূল পৰ্যায়লৈ নিৰ্বাচিত কৰা হয়।

দেইজীৰ লগতে প্ৰতিযোগিতাখনত উত্তৰ-পূবৰ আন দুগৰাকী সুন্দৰীয়েও অংশগ্ৰহণ কৰিব। ইয়াৰে এগৰাকী হ’ল অসমৰ দৰং জিলাৰ মঙলদৈৰ আৰু আনগৰাকী হ’ল অৰুণাচল প্ৰদেশৰ।

Daisy Basumatary

‘জয়পুৰত অহা মাহৰ পৰা অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাখনৰ বাবে মই অধিক আগ্ৰহেৰে বাট চায় আছো। প্ৰতিযোগিতাখনত মই অসম তথা উত্তৰ-পূবক প্ৰতিনিধিত্ব কৰিম। শ্ৰেষ্ঠত্বৰ মুকুট আজুৰি আনি গৃহ চহৰৰ লগতে অসম তথা উত্তৰ-পূবলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰিম বুলি মই সম্পূৰ্ণ আশাবাদী’ এন ই নাওৰ সাংবাদিকৰ আগত এনেদৰে প্ৰকাশ কৰে দেইজীয়ে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে তেওঁ ২০১৬ চনত অনুষ্ঠিত হোৱা মিছ বড়োলেণ্ডৰ খিতাপৰ লগতে মিছ হেইনাৰ উপখিতাপ দখল কৰিবলৈ সক্ষম হৈছিল।

শেহতীয়াকৈ মিছ মেগা নৰ্থ-ইষ্ট ২০১৭ সৌন্দৰ্য প্ৰতিযোগিতাত অংশ লৈ তেওঁ ছেমিফাইনেলৰ পৰা বাহিৰ হৈছিল।

দেইজীয়ে আৰু কয়, ‘নৰ্থ-ইষ্ট ২০১৭ সৌন্দৰ্য প্ৰতিযোগিতাখনৰ পৰা মই যথেষ্ট শিকিব পাৰিছো। আৰু এই অভিজ্ঞতাই মোক ভৱিষ্যত জীৱনত আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। মোক এই ক্ষেত্ৰত মায়ে যথেষ্ট সহায় কৰাৰ লগতে আগুৱাই যোৱাত অনুপ্ৰাণিত কৰিছে’।

কেন্দ্ৰীয় বিদ্যালয়ত শিক্ষা জীৱনৰ পাতনি মেলা দেইজীয়ে উচ্চতৰ মাধ্যমিকৰ শিক্ষা লয় পাঠশালাৰ পৰা আৰু ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ পৰা।

জীয়ৰীৰ এই সাফল্যত মাক-দেউতাক তথা পৰিয়ালৰ লোকৰ লগতে সমগ্ৰ কোকৰাঝাৰবাসী যথেষ্ট উৎসাহী হোৱা পৰিলক্ষিত হৈছে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd