• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সমাজ কল্যাণ বিষয়া হৈয়ো ছাত্ৰ-ছাত্ৰীক দুৰ্ব্যৱহাৰৰ কৰাৰ অভিযোগ যোৰহাট দৃষ্টিহীন বিদ্যালয়ৰ অধ্যক্ষাৰ বিৰুদ্ধে

সুস্মিতা ভট্টাচাৰ্য্য by সুস্মিতা ভট্টাচাৰ্য্য
February 16, 2018 6:32 pm
JorhatBlindSchoolProtest

যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদত প্ৰতিবাদত নমা যোৰহাট দৃষ্টিহীন বিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰী।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাজ কল্যাণ বিভাগৰ বিষয়া হৈয়ো দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীৰ প্ৰতি প্ৰয়োজনীয় সহমৰ্মিতা নথকা যোৰাহাট দৃষ্টিহীন বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষাৰ বিৰুদ্ধে প্ৰিতবাদত নামিল বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল।

বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ভুগি থকা দীৰ্ঘদিনীয়া অৱহেলা তথা অন্যায় ব্যৱহাৰৰ প্ৰতিবাদত তথা বিদ্যালয়খনত বিজ্ঞান আৰু গণিতৰ শিক্ষক নিযুক্তি নিদিয়াৰ অভিযোগ তুলি আজি ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণী বৰ্জন কৰি জিলা উপায়ুক্তৰ কাৰ্য্যলয় চৌহদত অৱস্থান গ্ৰহণ কৰে।

Apply Now

প্ৰতিবাদী কাৰ্য্যসূচীৰ সময়ত তেওঁলোকে বিদ্যালয়খনৰ অধ্যক্ষাকে ধৰি কেইজনমান শিক্ষক-শিক্ষয়িত্ৰীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে।

আনহাতে দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰী বেবি সাধনী দাসে কয় যে বিজ্ঞান আৰু গণিতৰ শিক্ষক নথকাৰ ফলত পৰীক্ষাৰ আগ মুহূৰ্তত তেওঁলোকৰ সন্দেহ নিৰসন কৰিবলৈ সহায় কৰাৰ কোনো উপায় নাই।

লগতে তেওঁ অভিযোগ কৰে যে সংগীত আৰু নৃত্যৰ প্ৰেকটিকেল পৰীক্ষাৰ বিষয়ে শিক্ষকে তেওঁলোকক আগতীয়াকৈ জনোৱা নাছিল। ইয়াৰ ফলত তেজপুৰৰ এজন ছাত্ৰীয়ে পৰীক্ষা দিব নোৱাৰিলে। কাৰণ তেওঁক পৰীক্ষাৰ দিনা পুৱাহে টেলিফোন যোগে জনোৱা হৈছিল। পিছদিনা ছাত্ৰীগৰাকী আহিলত তেওঁৰ পৰীক্ষা লোৱা হয়, যাতে বিদ্যালয় কৰ্তৃপক্ষই নিজৰ ভুল নোহোৱা দেখুৱাব পাৰে। ছাত্ৰীগৰাকীয়ে এইদৰে কয়।

আন এজন ছাত্ৰই কয় যে বিদ্যালয়খনত কোনো গ্ৰন্থাগাৰিক নাই। ফলত আলমিৰাত তলা বন্ধ কৰি থোৱা কিতাপবোৰ তেওঁলোকে ব্যৱহাৰৰ পৰা বঞ্চিত হৈছে।

ছাত্ৰ-ছাত্ৰীসকলে কয় যে কেইবাবাৰো অভিযোগ দিয়া সত্ত্বেও কোনেও তেওঁলোকৰ অভিযোগৰ ওপৰত ব্যৱস্থা লোৱা নাই।

‘এইবোৰ কথা দীৰ্ঘদিনৰ পৰা কৈ আহিছো যদিও আমাৰ বিদ্যালয়ৰ অধ্যক্ষা সংগীতা বৰঠাকুৰে এই ক্ষেত্ৰত আমাৰ সৈতে কোনো কথা পতা নাই। আন এজন শিক্ষকে আমাক মিছা প্ৰতিশ্ৰুতিৰে আভুৱা ভাঁৰি থাকে।’ এইদৰে কয় আন এজন ছাত্ৰই।

উল্লেখযোগ্য যে জিলাখনৰ সমাজ কল্যাণ বিষয়া সংগীতা বৰঠাকুৰ যোৰহাট দৃষ্টিহীন বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা হৈ আছে।

বিদ্যালয়খনৰ অধ্যক্ষা বৰঠাকুৰ আৰু আন দুজন কৰ্মচাৰী নিৰোদ দেউৰী আৰু ৰুবি দাস জিলাৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালক লগ কৰি পৰিস্থিতিটো অৱগত কৰে।

উপায়ুক্ত মিট্টালে কয় যে সমস্যাবোৰৰ সমাধান কৰিবলৈ দিহা কৰা হৈছে। সৰ্ব শিক্ষা অভিযানৰ পৰা শিক্ষক আনি গণিত আৰু বিজ্ঞান শিকোৱাৰ ব্যৱস্থা কৰিব।

আনহাতে দুৰ্ব্যৱহাৰৰ প্ৰসংগত উপায়ুক্তজনে কয় যে তেওঁ অধ্যক্ষা আৰু তেওঁৰ সহকৰ্মীসকলক ছাত্ৰী-ছাত্ৰীসকলক ভাল ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে।

সুস্মিতা ভট্টাচাৰ্য্য

সুস্মিতা ভট্টাচাৰ্য্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

October 12, 2026 3:00 pm
দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

October 12, 2026 2:59 pm
উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

October 12, 2026 1:40 pm
ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

October 12, 2026 12:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

October 12, 2026 3:00 pm
দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

October 12, 2026 2:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd