• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বাধীনতা দিৱস বৰ্জনৰ ঘোষণা কোচ ৰাজবংশী জাতীয় সংগঠনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 8, 2018 10:11 pm
koch rajbangshi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণকে ধৰি বিভিন্ন দাবীত গোৱালপাৰাৰ চৌতাৰাত ৰে’লপথ অৱৰোধ কৰা ৰাইজৰ ওপৰত যোৱা ৬ আগষ্টত লাঠী, গুলী চলাই আৰক্ষীয়ে কৰা আক্ৰমণৰ প্ৰতিবাদত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে আসন্ন স্বাধীনতা দিৱস বৰ্জন কৰাৰ লগতে গোৱালপাৰাৰ আৰক্ষী বিষয়া কমল গুপ্তাৰ তৎকালীন নিলম্বন আৰু শাস্তি দাবী কৰিছে।

জনজাতিকৰণৰ প্ৰতিশ্ৰুতি পালন নকৰা চৰকাৰে শান্তিপূৰ্ণ আন্দোলনৰ ওপৰত গুলী চলাই ৰাজ্যৰ পৰিৱেশ অশান্ত কৰি তুলিব খুজিছে বুলিও সন্মিলনী আৰু সহযোগী সংগঠন আক্ৰাছুৱে আজি ৮ আগষ্টত গোসাইগাঁৱৰ দলগাওঁস্থিত চিলাৰায় ভৱনত সংবাদমেলত অভিযোগ উত্থাপন কৰে।

Apply Now

‘ৰে’ল অৱৰোধ কাৰ্য্যসূচী অতি সুকলমে সম্পন্ন হৈ আছিল৷ আৰক্ষীৰ বাৰম্বাৰ হেঁচা আৰু ৰে’ল যাত্ৰীসকলৰ কষ্টৰ প্ৰতি লক্ষ্য কৰি প্ৰায় ১১ বজাত কাৰ্য্যসূচী সমাপ্ত কৰা হৈছিল আৰু প্ৰতিবাদী ৰাইজক ৰে’ল লাইনৰ পৰা আঁতৰি যোৱাৰ আহ্বানো কৰা হৈছিল৷ কিন্তু তেনে সময়তে আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত অতৰ্কিতে লাঠি চালনা কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে,’ অভিযোগ সংগঠনটোৰ৷

দণ্ডাধীশৰ অনুমতি নোহোৱাকৈয়ে আৰক্ষী বিষয়া কমল গুপ্তাই লাঠী, গুলী চলোৱাৰ নিৰ্দেশ দিছিল বুলিও সংগঠনকেইটাই অভিযোগ কৰিছে। ‘কোনো ধৰণৰ আগজাননী নিদিয়াকৈ তথা উপস্থিত কোনো এগৰাকী দণ্ডাধীশৰ আদেশ নোহোৱাকৈ প্ৰৰোচনামূলকভাৱে লাঠি চালনা, কন্দুৱা গেছ, গুলী চালনাৰে সন্ত্ৰাস সৃষ্টি কৰিছিল আৰক্ষীয়ে,’ অভিযোগ সংগঠনকেইটাৰ।

চৌতাৰাত যুদ্ধসদৃশ পৰিৱেশ সৃষ্টিত স্বয়ং আৰক্ষী বিষয়া গুপ্তাই ‘ইন্ধন যোগাইছিল’ বুলি দাবী কৰি সংগঠনকেইটাই কয় যে আৰক্ষী বিষয়াজনৰ স্বৈৰাচাৰিতা আৰু দমন নীতিৰ ফলতে বহু নিৰীহ লোক চিৰদিনৰ বাবে ঘূনীয়া হ’ব লগীয়া হ’ল৷

আৰক্ষী বিষয়াজনৰ তৎকালীন নিলম্বনৰ লগতে আৰক্ষীয়ে ‘মিছা অভিযোগত’ আটক কৰি ৰখা ১৪ জন নিৰপৰাধী প্ৰতিবাদকাৰীক বিনা চৰ্তে মুকলি কৰি দিয়াৰ বাবেও তেওঁলোকে দাবী জনাইছে৷ ‘অন্যথা কোচ ৰাজবংশী জনগোষ্ঠী হাত সাবটি বহি নাথাকে আৰু ইয়াৰ বাবে চৰকাৰেই জগৰীয়া হ’ব,’ হুংকাৰ জনগোষ্ঠীয় সংগঠনকেইটাৰ।

চৌতালাৰ ঘটনা ‘অতি দুৰ্ভাগ্যজনক আৰু গণতন্ত্ৰৰ পৰিপন্থী’ বুলি আখ্যা দি উক্ত ঘটনাৰ দণ্ডাদীশ পৰ্য্যায়ৰ তদন্তৰো দাবী জনাইছে সন্মিলনীয়ে৷

মুখ্য মন্ত্ৰী, গৃহ সচিব, জিলা উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষক আৰু মহকুমাধিপতিক ইতিমধ্যে এই সম্পৰ্কে স্মাৰক পত্ৰ যোগে অৱগত কৰা হৈছে বুলিও জনাই কোচ ৰাজবংশী নেতাকেইজনে।

আক্ৰাছুৰ মুখ্য উপদেষ্টা প্ৰদীপ ৰায়, কোচ ৰাজবংশী সন্মিলনীৰ সাধাৰণ সম্পাদক ৰঞ্জিত কুমাৰ ৰায়ৰ লগতে আন কেইবাজনো নেতা-কৰ্মী সংবাদমেলত উপস্থিত আছিল৷

কোচ ৰাজবংশীসকলৰ জনজাতিকৰন, পৃথক কমতাপুৰ ৰাজ্য গঠন, অসম বিধান সভা সমষ্টিৰ ৮০ শতাংশ আসন থলুৱাৰ বাবে সংৰক্ষণ, অসমত ইনাৰ লাইন পাৰ্মিটৰ প্ৰৱৰ্তন কৰা আদি দাবীত যোৱা ৬ আগষ্টত ৰে’ল অৱৰোধ কৰিছিল কোচ ৰাজবংশী সন্মিলনী, মহিলা সন্মিলনী, যুৱ ছাত্ৰ সন্মিলনী আৰু আক্ৰাছুৱে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm
যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

June 26, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd