• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাইস্কুল শিক্ষান্ত পৰীক্ষাত বড়ো মাধ্যমৰ শীৰ্ষ দহটা স্থানৰ শিক্ষাৰ্থীক এবছুৰ ‘কমল কুমাৰ ব্ৰহ্ম দেৰহাছাৎ বঁটা’

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
May 27, 2018 12:02 pm
ABSU-press-meet-570x320

এবছুৰ সংবাদ মেল। ফটো : নৰ্থ ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বড়ো মাধ্যমৰ পৰা উত্তীৰ্ণ হোৱা শীৰ্ষ দহ স্থান প্ৰাপ্ত ১২গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক ‘কমল কুমাৰ ব্ৰহ্ম দেৰহাছাৎ বঁটা’ প্ৰদান কৰা হ’ব বুলি এবছুই ঘোষণা কৰিছে। শনিবাৰে বিয়লি কোকৰাঝাৰ চহৰৰ এবছুৰ কেন্দ্ৰীয় কাৰ্যালয় বডোফা হাউছত আয়োজিত এক সংবাদমেলত এবছুৰ কেন্দ্ৰীয় শিক্ষা সচিব কাষ্টম বসুমতাৰীয়ে  এই কথা ঘোষণা কৰিছে।

অহা ৪ জুনত কোকৰাঝাৰস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পত এক আদৰণি সমাৰোহৰ জৰিয়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বড়ো মাধ্যমৰ পৰা উত্তীৰ্ণ হোৱা শীৰ্ষ দহটা স্থানৰ ১২গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক কমল কুমাৰ ব্ৰহ্ম দেৰহাছাৎ বটাঁ প্ৰদান কৰা হ’ব।

Apply Now

শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বিটিএডিৰ সদৰ জিলা কোকৰাঝাৰ জিলাৰ এগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম দহগৰাকীৰ ভিতৰত স্থান লাভ নকৰিলে। জিলা খনৰ সামগ্ৰিকভাবে ফলাফল আশাজনক নাছিল।

কোকৰাঝাৰ জিলাৰ পৰা ৯৭৬০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ১১৩৫গৰাকীয়ে প্ৰথম বিভাগ, ২৫৪৫গৰাকীয়ে দ্বিতীয় আৰু ১৬৪০ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ। মুঠ ৫৩২০ গৰাকী উত্তীৰ্ণ হয়। জিলা খনত ৫৪.২১ শতাংশ উত্তীৰ্ণ হয়৷

বাক্সা জিলাৰ ইউ এন একাডেমীৰ ৰাইদাও বসুমতাৰী, বাক্সা জিলাৰ মেদাঘাটৰ বাথৌ আশ্ৰম হাইস্কুল সৌৰাংছাৰ বসুমতাৰী, কোকৰাঝাৰ জিলাৰ ইউ এন একাডেমীৰ প্ৰয়াম কুমাৰ ব্ৰহ্ম, হাস্কা জিলাৰ ইউ এন একাডেমীৰ মুলুকমা বড়ো, বাক্সা জিলাৰ মেদাঘাটৰ বাথৌ আশ্ৰম হাইস্কুলৰ ধনমনী ৰামছিয়াৰী, কোকৰাঝাৰ জিলাৰ ইউ এন একাডেমীৰ ধনিষ্ঠা মুছাহাৰী আৰু মানিক বসুমতাৰী, বাক্সা জিলাৰ ইউএন একাডেমীৰ অভিজিৎ ব্ৰহ্ম, বাক্সা জিলাৰ বৰিমাখাৰ বাথৌ আশ্ৰম হাইস্কুলৰ য়ুথৰিয়াসাৰ খুংগুৰ বড়ো, নলবাৰী জিলাৰ বাথৌ আশ্ৰম হাইস্কুলৰ জম্মী নাৰ্জাৰী, শালবাৰীৰ হাতৰ্খী পঢ়াশালীৰ কৃষ্ণাজুলী বড়ো, চিৰাং জিলাৰ উলুবাৰী হাইস্কুলৰ মনজিৎ বসুমতাৰীক কমল কুমাৰ ব্ৰহ্ম দেৰহাছাৎ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।

সংবাদমেলত এবছুৰ শিক্ষা সচিব কাষ্টম বসুমতাৰীয়ে বড়োৱে মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকল বিভিন্ন সমস্যাৰে জৰ্জৰিত হোৱাৰ পিছতো সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত সৰ্বমুঠ ১৬০৬ গৰাকীয়ে উত্তীৰ্ণ হোৱাত অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

চৰকাৰে বড়ো মাধ্যমৰ বিদ্যালয়সমূহৰ প্ৰতি অৱহেলা কৰাৰ অভিযোগ তুলি শিক্ষা সচিবগৰাকীয়ে বড়ো মাধ্যমৰ প্ৰাদেশিকীকৃত বিদ্যালয়ত পৰ্যাপ্ত সংখ্যক বিজ্ঞান, অংক আৰু ইংৰাজীৰ শিক্ষকৰ অভাৱৰ লগতে সময়মতে পাঠ্যপুথি যোগান নোহোৱা আৰু বড়ো মাধ্যমৰ বিদ্যালয় প্ৰাদেশিকীকৰণ নোহোৱাকে আন মাধ্যমৰ তুলনাত বড়ো মাধ্যমৰ পৰীক্ষাৰ ফলাফল বেয়া হোৱাৰ কাৰণ বুলি সদৰি কৰে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধানসভাত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা: দুবছৰত বাংলাদেশলৈ বিতাড়ন ১৯৩ গৰাকী বিদেশী ঘোষিত ব্যক্তি আৰু ১৬৭৯ অবৈধ অনুপ্ৰৱেশকাৰী

বিধানসভাত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা: দুবছৰত বাংলাদেশলৈ বিতাড়ন ১৯৩ গৰাকী বিদেশী ঘোষিত ব্যক্তি আৰু ১৬৭৯ অবৈধ অনুপ্ৰৱেশকাৰী

July 14, 2026 3:08 pm
গাখীৰত ডিটাৰজেন্ট, পাম অইল! ৬ মাহত কোটি কোটি লিটাৰ বিক্ৰী; গুৰুতৰ ক্ষতি হ’ব পাৰে লিভাৰ-কিডনিৰ

গাখীৰত ডিটাৰজেন্ট, পাম অইল! ৬ মাহত কোটি কোটি লিটাৰ বিক্ৰী; গুৰুতৰ ক্ষতি হ’ব পাৰে লিভাৰ-কিডনিৰ

July 14, 2026 2:27 pm
ৰাজধানীত চুৰি নগদ ধন আৰু মংগলসূত্ৰ; ৰে’লৱেক ৮০ হাজাৰ টকা ক্ষতিপূৰণৰ নিৰ্দেশ গ্ৰাহক সুৰক্ষা আয়োগৰ

ৰাজধানীত চুৰি নগদ ধন আৰু মংগলসূত্ৰ; ৰে’লৱেক ৮০ হাজাৰ টকা ক্ষতিপূৰণৰ নিৰ্দেশ গ্ৰাহক সুৰক্ষা আয়োগৰ

July 14, 2026 12:35 pm
ৰাজনীতি: সত্তা আৰু শঠতা

ৰাজনীতি: সত্তা আৰু শঠতা

July 14, 2026 11:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধানসভাত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা: দুবছৰত বাংলাদেশলৈ বিতাড়ন ১৯৩ গৰাকী বিদেশী ঘোষিত ব্যক্তি আৰু ১৬৭৯ অবৈধ অনুপ্ৰৱেশকাৰী

বিধানসভাত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা: দুবছৰত বাংলাদেশলৈ বিতাড়ন ১৯৩ গৰাকী বিদেশী ঘোষিত ব্যক্তি আৰু ১৬৭৯ অবৈধ অনুপ্ৰৱেশকাৰী

July 14, 2026 3:08 pm
গাখীৰত ডিটাৰজেন্ট, পাম অইল! ৬ মাহত কোটি কোটি লিটাৰ বিক্ৰী; গুৰুতৰ ক্ষতি হ’ব পাৰে লিভাৰ-কিডনিৰ

গাখীৰত ডিটাৰজেন্ট, পাম অইল! ৬ মাহত কোটি কোটি লিটাৰ বিক্ৰী; গুৰুতৰ ক্ষতি হ’ব পাৰে লিভাৰ-কিডনিৰ

July 14, 2026 2:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd