• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাতীগাওঁ ব্যৱসায়ীৰ হত্যাকাণ্ডৰ সৈতে জড়িত ৪ জনক গ্ৰেপ্তাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 24, 2018 6:51 pm
Guwahati- Four arrest Hatigaon Business men murder case
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি মহানগৰ আৰক্ষীয়ে এক অভিযান চলাই হাতীগাঁৱৰ ব্যৱসায়ী হেমন্ত চৌৰাচিয়াৰ হত্যাৰ লগত জড়িত ৪ জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

ধৃত লোককেইজনৰ নাম অভয়াপুৰীৰ ছফিকুল ইছলাম, দক্ষিণ শালমৰাৰ নুৰ আলম মোল্লা, ৰমেশ যাদৱ আৰু মুকুতা দাস বুলি জানিব পৰা গৈছে।

Apply Now

ব্যৱসায়ীজনৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত আৰক্ষী আয়ুক্ত হীৰেন নাথে আজি এখন সংবাদমেল পাতি কয়, ‘কালি আৰক্ষীৰ দল কেইবাটাও শাখাত ভাগ হৈ লোককেইজনৰ সন্ধানত অভিযান চলাইছিল। পূব গুৱাহাটীৰ আৰক্ষী আয়ুক্ত, পূব গুৱাহাটী অতিৰিক্ত আৰক্ষী আয়ুক্ত আৰু অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ সৈতে যোৱা আৰক্ষীৰ দলে হত্যাকাণ্ডটোৰ লগত জড়িত ৪ জন লোকক গ্ৰেপ্তাৰ কৰে।’

হত্যাকাণ্ডৰ সৈতে জড়িত ৰমেশ যাদৱে ডিমাপুৰৰ পৰা ৯ এম এম পিষ্টলটো আনি দিয়া বুলি নাথে জানিবলৈ দিয়ে।

তেওঁৰ মতে, ‘ছয়গাঁৱৰ মুকুতা দাসৰ ঘৰত হত্যাকাণ্ডৰ সৈতে জড়িত গোটেইকেইজনে বাহৰ পাতি আছিল।’

ধৃত লোককেইজনৰ কবলৰ পৰা এটা ৯ এম এম পিষ্টল আৰু ৪ জাঁই সক্ৰিয় গুলী তথা ২৫ হেজাৰ টকা উদ্ধাৰ কৰা হয় বুলি নাথে জানিবলৈ দিয়ে।

আনহাতে আৰক্ষীৰ জেৰাত ছফিকুল ইছলামে ব্যৱসায়ীজনক গুলী মৰাৰ কথা স্বীকাৰ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে।

ব্যৱসায়ী হেমন্ত চৌৰাচিয়াৰ বেগত ৪,০৬,০০০ টকা আছিল বুলি উল্লেখ কৰি নাথে কয় যে ইয়াৰে ১ লাখ টকা ছফিকুলে লাভ কৰে।

৭ জনীয়া হত্যাকাৰীৰ দলটোৰ বাকী ৩ জনক বিচাৰি অভিযান চলাই আছে যদিও আৰক্ষীয়ে বৰ্তমানলৈকে কৰায়ত্ত কৰিব পৰা নাই বুলি আয়ুক্ত নাথে জানিবলৈ দিয়ে।

ধৃত দুই অভিযুক্ত ৰমেশ যাদৱ আৰু মুকুতাৰ জেইলত চিনাকি হোৱা বুলি সদৰী কৰি নাথে কয় যে চফিকুলক বন্দুক চলাব পৰাৰ বাবে মোল্লা আৰু অন্য এজনে অভয়াপুৰীৰ পৰা লৈ যায়।

তেওঁৰ মতে, ‘উক্ত সাত গৰাকী হত্যাকাৰীৰ ভিতৰত দুজনমান শিক্ষিত যুৱকো জড়িত আছে, তেওঁলোকে লেপটপ, মোবাইলৰ প্ৰযুক্তিগত দিশটো ভালদৰে ব্যৱহাৰ কৰিব জানে।’

হত্যাকাণ্ডটোত নিহত হেমন্ত চৌৰাচিয়াৰ হাতীগাওঁ থানাৰ ওচৰৰ কৈলাস নগৰত এখন গেলামালৰ দোকান আছিল। দোকান বন্ধ কৰি ঘৰলৈ যাবলৈ লওঁতেই মটৰ চাইকেলত অহা দুৰ্বৃত্তই তেওঁক গুলীয়াইছিল।

গুলীবিদ্ধ হেমন্তক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও কিছু সময়ৰ পিছতে তেওঁৰ মৃত্যু হয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm
“এনে সাহস কেনেকৈ হ’ল?” প্ৰতিবাদকাৰী ছাত্ৰলৈ জাননী প্ৰেৰণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত নয়ডাৰ দণ্ডাধীশ

“এনে সাহস কেনেকৈ হ’ল?” প্ৰতিবাদকাৰী ছাত্ৰলৈ জাননী প্ৰেৰণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত নয়ডাৰ দণ্ডাধীশ

September 9, 2026 3:59 pm
সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিৱেশ

সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিৱেশ

September 9, 2026 2:54 pm
আমেৰিকাৰ ভয়ংকৰ প্ৰত্যুত্তৰ : ইৰানৰ পাঁচখন তেলবাহী জাহাজ ধ্বংস, পুনৰ যুদ্ধৰ আশংকাত কঁপিছে মধ্যপ্ৰাচ্য

আমেৰিকাৰ ভয়ংকৰ প্ৰত্যুত্তৰ : ইৰানৰ পাঁচখন তেলবাহী জাহাজ ধ্বংস, পুনৰ যুদ্ধৰ আশংকাত কঁপিছে মধ্যপ্ৰাচ্য

September 9, 2026 2:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm
“এনে সাহস কেনেকৈ হ’ল?” প্ৰতিবাদকাৰী ছাত্ৰলৈ জাননী প্ৰেৰণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত নয়ডাৰ দণ্ডাধীশ

“এনে সাহস কেনেকৈ হ’ল?” প্ৰতিবাদকাৰী ছাত্ৰলৈ জাননী প্ৰেৰণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত নয়ডাৰ দণ্ডাধীশ

September 9, 2026 3:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd