• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মিজোৰাম

২০১৩ চনৰ পৰা মিজোৰামত দুৰাৰোগ্য মেলেৰিয়াই প্ৰাণ ল’লে ৮৫ জন লোকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 26, 2018 1:56 pm
worldmalariaday-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মিজোৰাম স্বাস্থ্যখণ্ডৰ এক পয়ালগা ছবি। ৰাজ্যখনত ২০১৩ চনৰ পৰা দুৰাৰোগ্য মেলেৰিয়া ৰোগত আক্ৰান্ত হৈ প্ৰায় ৮৫ জন লোকে মৃত্যুক আকোৱালি লৈছে। বিশ্ব মেলেৰিয়া দিৱসৰ দিনাই মিজোৰাম চৰকাৰে এই ভয়াবহ তথ্য সদৰী কৰে।

ৰাজ্য চৰকাৰে প্ৰকাশ কৰা এই তথ্যত মেলেৰিয়াৰ ফলত ৰাজ্যখনত মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৫৫.৫৬ শতাংশলৈ হ্ৰাস পোৱা বুলি জনায়।

Apply Now

বিগত ২০১৭ বৰ্ষত ৰাজ্যখনত ৫,৭১৫ গৰাকী লোক মেলেৰিয়াত আক্ৰান্ত হৈছিল আৰু ইয়াৰে চাৰিগৰাকী লোকে মৃত্যুবৰণ কৰিছিল।

ইফালে চলিত বছৰৰ মাৰ্চ মাহলৈ ৰাজ্যখনত ৪২৬ গৰাকী লোক মেলেৰিয়াত আক্ৰান্ত হোৱা বুলিও উক্ত তথ্যত প্ৰকাশ পায়।

বিজাণুৰ পৰা হ’ব পৰা ৰোগ নিয়ন্ত্ৰণ ৰাজ্যিক আঁচনিৰ (State Vector Borne Diseases Control Programme) জৰিয়তে ৰাজ্যখনত মেলেৰিয়া ৰোগ ৰোধ কৰাৰ বাবে সক্ৰিয় ভূমিকা পালন কৰা হৈছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালক প্ৰধান ড০ এফ লালিয়ানহিৰাই জানিবলৈ দিয়ে।

তেওঁ লগতে কয় যে মেলেৰিয়া নিয়ন্ত্ৰণ আঁচনিৰ উপৰি ৰাজ্যখনৰ পৰা ডেংগু আৰু চিকুংগুনিয়া সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ বাবে ৰাজ্য চৰকাৰে অন্য আঁচনিও আৰম্ভ কৰিছে।

মনকৰিবলগীয়া যে সমগ্ৰ বিশ্বৰ লগতে মিজোৰামতো বুধবাৰে মেলেৰিয়া দিৱস উদযাপন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে বিভিন্ন অঞ্চলত দুৰাৰোগ্য মেলেৰিয়া ৰোগৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি তথা কিদৰে প্ৰতিৰোধ কৰিব পাৰি সেই সম্পৰ্কে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে।

মিজোৰামৰ ৰাজধানী আইজলৰ জাৰক’ট অঞ্চলৰ এখন উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা মেলেৰিয়া দিৱস অনুষ্ঠানত ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী লাল থানজ’ৱাৰা উপস্থিত থাকে। দিৱসৰ লগত সংগতি ৰাখি এটা সজাগতা মূলক বাইক ৰেলী উলিওৱা হয়। বাইক ৰেলীটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে স্বাস্থ্য মন্ত্ৰী থানজ’ৱাৰাই।

অনুষ্ঠানত মন্ত্ৰী লাল থানজ’ৱাৰাই ২০৩০ চনৰ ভিতৰত মিজোৰামক এখন মেলেৰিয়া মুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিব বুলি তাৎপৰ্যমূলক মন্তব্য কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd