• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

ত্ৰিপুৰাৰ স্বাস্থ্য মন্ত্ৰীয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি স্বাস্থ্যখণ্ডত সংস্কাৰ আনিবলৈ কৰিলে বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা

ত্ৰিপুৰা by ত্ৰিপুৰা
March 20, 2018 10:30 pm
Pinaki-Das-story-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰাৰ নৱগঠিত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী সুদীপ ৰয় বৰ্মনে আজি নিজৰ বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণাৰে দৃষ্টি আকৰ্ষণ কৰে। ইয়াৰে অন্যতম হিচাপে তেওঁ ৰাজ্যখনত চিকিৎসকসকলৰ অৱসৰৰ বয়স ৬০ ৰ পৰা ৬৫ বছৰলৈ বৃদ্ধি কৰাটোও আছে। ইয়াৰ দ্বাৰা ৰাজ্যখনত ঘটি থকা চিকিৎসকৰ নাটনিৰ জোৰা মাৰিব খোজা হৈছে বুলি কোৱা হয়। তেওঁ আজিৰ ঘোষণাবোৰ চিকিৎসকসকলৰ সৈতে হোৱা এদিনীয়া আলোচনাৰ অন্তত গ্ৰহণ কৰা বুলি জনায়।

আগৰতলাত আজি এখন সংবাদমেল সম্বোধন কৰি স্বাস্থ্য মন্ত্ৰী বৰ্মনে কয়, ‘স্বাস্থ্যখণ্ডক সৰ্বাধিক গুৰুত্ব দিয়া হ’ব বুলি দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি মই আজি চিকিৎসকসকলৰ সৈতে এখন বৈঠকত মিলিত হওঁ।’

Apply Now

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত আধাৰ-ভিত্তিক বায়’মেট্ৰিক উপস্থিতি পঞ্জীয়ন আৰু চি চি টিভিৰ ব্যৱস্থাৰ সূচনা কৰা হ’ব বুলি তেওঁ সাংবাদিকক জানিবলৈ দিয়ে। আনহাতে বিশেষজ্ঞ চিকিৎসকৰ নাটনি দূৰ কৰিবলৈ বাহিৰৰ পৰা ঠিকা ভিত্তিত চিকিৎসক আমদানি কৰা অহা, যাতে বাহিৰলৈ লিখি দিয়া ৰোগীৰ সংখ্যা হ্ৰাস কৰিব পৰা যায়। ইয়াৰ লগতে বহুতো চিকিৎসালয়ক উন্নীত কৰা হ’ব আৰু এইবোৰত কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি কৰা হ’ব। ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰা কেন্দ্ৰ স্থাপন কৰা হ’ব।

আনহাতে টেলিমেডিচিনৰ সুবিধাটোৰো উন্নীত কৰাৰ প্ৰয়াস কৰা হ’ব বুলি মন্ত্ৰীজনে ঘোষণা কৰে। লগতে তেওঁ কয় যে ৰাজ্যখনত ২১খন ই-হস্পিটেল স্থাপন কৰা হ’ব।

জি পি এছ ব্যৱস্থাযুক্ত ৫০খন ১০২ এম্বুলেন্সৰ ব্যৱস্থা কৰাৰ লগতে বিনামূলীয়া স্বাস্থ্য পৰামৰ্শ পাব পৰাকৈ ১০৪ হেল্পলাইন নম্বৰৰ ব্যৱস্থা কৰা হ’ব বুলি জনায়।

স্বাস্থ্যখণ্ডৰ বিভিন্ন কৰ্মচাৰীৰ মাজত তেওঁলোকৰ উন্নত প্ৰদৰ্শনৰ বাবে পুৰস্কাৰৰ ব্যৱস্থা কৰা হ’ব। নাৰ্ছ আৰু ডাক্তৰসকলৰ মাজত দক্ষতা বিকাশৰ কাৰ্য্যসূচী লোৱা হ’ব, শিশুৰ নিৰাপদ প্ৰসৱ সম্ভৱ হয়। আনহাতে চৰকাৰী চিকিৎসকসকলে জেনেৰিক ঔষধৰ নিদান দিয়াটো বাধ্যতামূলক কৰা হ’ব। ঔষধ নিয়ন্ত্ৰক পৰীক্ষাৰ কেন্দ্ৰ স্থাপন কৰা হ’ব, যাতে ভুৱা ঔষধৰ যোগান বন্ধ কৰিব পৰা যায়। তেওঁ আগৰতলাৰ চৰকাৰী মেডিকেল কলেজৰ মাচুলৰ গাঁথনিও পুনৰীক্ষণ কৰা হ’ব বুলি জনায়।

ত্ৰিপুৰা

ত্ৰিপুৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd