• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩০ মে’ৰ ভিতৰত কৰ্মচাৰীৰ সমস্যাসমূহ সমাধানৰ দাবী কৰ্মচাৰী পৰিষদৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 11, 2018 10:58 am
21-11-15 Guwahati- Asam Karmachari Parishad protest (1)

গুৱাহাটীত পূৰ্বতে সদৌ অসম কৰ্মচাৰী পৰিষদে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ এটি মুহূৰ্ত : ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম কৰ্মচাৰী পৰিষদে ৰাজ্যখনৰ কৰ্মচাৰী সমাজখনৰ স্বাৰ্থত উত্থাপন কৰা কেতবোৰ সমস্যা ৩০ মে’ৰ ভিতৰত আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ দাবী উত্থাপন কৰিছে। ৬ মে’ত শিলচৰত অনুষ্ঠিত পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ সভাত এই দাবী উত্থাপন কৰা হয়।

দৰমহা আসোঁৱাহ সমিতিৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ লগতে উল্লেখিত আসোঁৱাহসমূহ দূৰীকৰণ, ৰাজ্যিক কৰ্মচাৰী তথা পেঞ্চনাৰসকলৰ বাবে বিনামূলীয়া চিকিৎসা সেৱা আঁচনিৰ প্ৰৱৰ্তন কৰা, ৰাজ্যখনৰ বিভিন্ন  বিভাগত কৰ্মৰত কেজুৱেল, ফিক্সড্‌ পে, মাষ্টাৰৰোল কৰ্মচাৰীৰ দৰমহা তথা অন্যান্য সা-সুবিধা বৃদ্ধি কৰা, সংশোধিক দৰমহা ১ জানুৱাৰী, ২০১৬ তাৰিখৰ পৰা কাৰ্যকৰী কৰা, দৰমহাৰ সংশোধনীৰ বাবদ পাবলৈ বাকী থকা ২১ মাহৰ বকেয়া আদায় দিয়া আদি বিভিন্ন দাবীৰ কথা ইতিমধ্যে তেওঁলোকে চৰকাৰক জনাই আহিছে।

Apply Now

তদুপৰি,  সংশোধিত বিত্তীয় উন্নীতকৰণৰ ব্যৱস্থা সবলীকৰণ কৰা, ৰাজ্যখনৰ বিভিন্ন আঁচনিত ঠিকাভিত্তিত নিযোজিত কৰ্মচাৰীসকলক উপয়ুক্ত দৰমহা দিয়া আৰু তেওঁলোকৰ চাকৰিৰ নিৰাপত্তা নিশ্চিত কৰা, অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ মৃত্যুৰ পাছত অবিবাহিতা কন্যাক আজীৱন পেঞ্চন দিয়াৰ ব্যৱস্থা কৰা, প্ৰাথমিক পৰ্যায়ৰ শিক্ষকৰ দৰমহাৰ বিভ্ৰান্তি দূৰ কৰা আৰু বিদ্যালয় প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত থকা অচলাৱস্থা দূৰ কৰা আদি সমস্যাসমূহ ৰঙালী বিহুৰ আগতে পৰিষদৰ লগতে  আলোচনাৰে মীমাংসাৰ ব্যৱস্থা কৰিবলৈ চাৰি এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত হোৱা পৰিষদৰ কৰ্ণধাৰ সমিতিৰ সভাই ৰাজ্য চৰকাৰলৈ আহ্বান জনাইছিল।

পৰিষদৰ কৰ্ণধাৰ সমিতিৰ এনে আবেদনৰ কথা অসমৰ মুখ্যমন্ত্ৰী, বিত্ত মন্ত্ৰী আৰু মুখ্য সচিবক যথাসময়ত পত্ৰযোগে অৱগত কৰা হৈছিল।

যোৱা ৬ মে’ত শিলচৰত অনুষ্ঠিত সভাত বিষয়টো পুনৰ আলোচনা কৰা হয়। কৰ্মচাৰীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে দেখুওৱা উদাসীনতাত সভাই গভীৰ উদ্বেগ প্ৰকাশ লগতে অহা ৩০ মে’ৰ ভিতৰত উত্থাপিত দাবীকেইটা আলোচনাৰ জৰিয়তে মীমাংসাৰ ব্যৱস্থা নকৰিলে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিবলৈ কেন্দ্ৰীয় সমিতিয়ে পৰিষদৰ কৰ্ণধাৰ সমিতিক কৰ্তৃত্ব প্ৰদান কৰিছে।

সেয়েহে উক্ত সিদ্ধান্তৰ পথত আগবঢ়াৰ পূৰ্বে ৩০ মে’ৰ আগতে সমস্যাসমূহ সমাধানৰ ব্যৱস্থা কৰিবলৈ সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ চন্দ্ৰ কলিতা আৰু সম্পাদকপ্ৰধান ফকৰউদ্দিন আহমেদে ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

July 11, 2026 10:51 am
ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

July 11, 2026 9:44 am
অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

July 11, 2026 8:52 am
শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

July 11, 2026 10:51 am
ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

July 11, 2026 9:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd