• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিক্ৰঙত মাছমৰীয়া নাও দুৰ্ঘটনাগ্ৰস্ত হৈ নিহত ১জন : মৃতদেহৰ সন্ধানত অভিযান অব্যাহত

by
September 26, 2018 3:52 pm
A-fishing-boart-in-a-river-in-Bangladesh.-Photo-collected.

প্ৰতিনিধিত্বমূলক ফটো

247
VIEWS
Share on FacebookShare on Twitter

লখিমপুৰৰ বিহপুৰীয়াৰ ওচৰত সংঘটিত নাও দুৰ্ঘটনা এটাত এজন লোকৰ মৃত্যু হৈছে আৰু পানীত উটি যোৱা অন্য ৩ জনে সাঁতুৰি পাৰত উঠিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে। ঘটনাৰ বিৱৰণি মতে, বিহপুৰীয়াৰ গন্ধিয়াৰ ৪জন মাছমৰীয়াই যোৱা নিশা দিক্ৰঙত এখন সৰু নাৱেৰে মাছ ধৰিবলৈ ওলাই গৈছিল।

প্ৰায় ৪ঘণ্টা ধৰি মাছ ধৰাৰ পাছত তেওঁলোকে যেতিয়া নৈৰ পাৰলৈ নাও চপাবলৈ লয় তেতিয়াই দুৰ্ঘটনাটো সংঘটিত হয়। নদীৰ মাজত নাওখন ওলোটা হৈ পৰাৰ ফলত চাৰিওজন মাছমৰীয়া নদীত পৰি যায়। যদিওবা ইয়াৰে ৩জন মাছমৰীয়াই কোনোমতে সাঁতুৰি পাৰলৈ আহিবলৈ সক্ষম হয় আনজনক দিক্ৰঙৰ কোবাল সোঁতে উটুৱাই নিয়ে। নৈত উটি যোৱা মাছমৰীয়াজনক চিৰন্তন মাল্লা বুলি চিনক্ত কৰা হৈছে।

আজি পুৱা ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ এটা দলে  লোকজনৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ নদীত তালাচী চলায়। অৱশ্যে প্ৰতিৱেদন যুগুত কৰালৈকে উদ্ধাৰকাৰী দলটোৱে মৃতদেহৰ সন্ধান লাভ কৰা নাই।

উল্লেখ্য যে ৩ দিন পূৰ্বে লখিমপুৰ জিলাৰ সোৱণশিৰি নদীত এখন যাত্ৰীবাহী ফেৰী ইঞ্জিন বিকল হোৱাৰ ফলত ঠিক এনেদৰেই দুৰ্ঘটনাগ্ৰস্ত হৈছিল। অৱশ্যে আটাইকেইজনক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

ইতিপূৰ্বে কৈ অহা হৈছে যে লখিমপুৰ জিলাত চলাচল কৰি থকা অধিক সংখ্যক নাওৰেই যথোপযুক্ত মেৰামতি কৰা নহয় আৰু যাত্ৰীৰ নিৰাপত্তাৰ বিষয়টোৰ ওপৰতো চকু দিয়া নহয়। লক্ষ্যণীয় যে এই ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই বিষয়টোলৈ সম্পূৰ্ণ উদাসীনতা প্ৰদৰ্শন কৰি আহিছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd