• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুনৰ ভাৰতত ১০ জন পাক নাগৰিকক আটক! ভুৱা পৰিচয় লৈ জীৱন নিৰ্বাহ কৰা পাকিস্তানীৰ গ্ৰেপ্তাৰৰ সংখ্যা ১৮ জনলৈ বৃদ্ধি

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 10, 2024 1:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বেংগালুৰুৰ পৰা গ্ৰেপ্তাৰ আৰু ১০ জন পাকিস্তানী নাগৰিক। গ্ৰেপ্তাৰৰ সংখ্যা ১৮ জনলৈ বৃদ্ধি। এই কথা বুধবাৰে আৰক্ষীয়ে প্ৰকাশ কৰে। ধৃতসকলৰ পৰা ভুৱা পৰিচয় পত্ৰ, পাছপ’ৰ্টকে ধৰি কেইবাখনো নথি-পত্ৰও উদ্ধাৰ কৰা হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি বহু দিন ধৰি বাংগালুৰুত ভুৱা পৰিচয় দি পাকিস্তানী নাগৰিকে বাস কৰি আছিল। কিন্তু পাৰভেজ নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ পাছতহে বিষয়টো পোহৰলৈ আহে। ভুৱা আধাৰ, পৰিচয় পত্ৰ আৰু পাছপ’ৰ্ট বনাইছিল। কেৱল সেয়াই নহয়, অনুপ্ৰৱেশকাৰীক বিভিন্ন ধৰণে সহায় কৰাৰ অভিযোগ উত্থাপন হৈছে।

আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি প্ৰথমে পাৰভেজক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পাছতে তেওঁক জেৰাত দেখা গ’ল যে কেইবাজনো পাকিস্তানী নাগৰিকে ভুৱা পৰিচয় পত্ৰ লৈ চহৰখনত বাস কৰি আছে। সেই ভিত্তিতে আৰম্ভ হৈছিল অনুসন্ধান অভিযান।

Apply Now

কিছুদিন পূৰ্বে জিগনিৰ পৰা চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। পাছত পিনিয়াৰ পৰা আৰু চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হয়। বেংগালুৰু আৰক্ষীয়ে তালাচী অভিযান অব্যাহত ৰাখিছে। বুধবাৰে অভিযান চলাই আৰু ১০ জন লোকক আটক কৰে। এনে ভুৱা পৰিচয় থকা আৰু বহু লোক আছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। তালাচী চলোৱা হৈছে। এই গেঙৰ লগত আৰু কোন জড়িত, গেংটোৰ নেটৱৰ্ক কিমান দূৰলৈ বিয়পি আছে, তদন্ত কৰি আছে আৰক্ষীয়ে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দীপাৱলিৰ পূৰ্বে ৰাহুল গান্ধীৰ ৰেলী! ১০ হাজাৰ কোটি টকাৰ লোকচানৰ আশংকাত দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

দীপাৱলিৰ পূৰ্বে ৰাহুল গান্ধীৰ ৰেলী! ১০ হাজাৰ কোটি টকাৰ লোকচানৰ আশংকাত দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

October 27, 2026 2:55 pm
ছ’চিয়েল মিডিয়াত ২১ লাখ ফ’ল’ৱাৰ, কিন্তু নিৰ্বাচন খেলি মুঠ ৩৩টা ভোট পালে ‘কন্টেন্ট ক্ৰিয়েটৰ’য়ে!

ছ’চিয়েল মিডিয়াত ২১ লাখ ফ’ল’ৱাৰ, কিন্তু নিৰ্বাচন খেলি মুঠ ৩৩টা ভোট পালে ‘কন্টেন্ট ক্ৰিয়েটৰ’য়ে!

October 27, 2026 2:49 pm
‘সাহস আছে যদি পঞ্জীয়ন কৰক’! আৰএছএছৰ পুঁজিৰ উৎস আৰু স্বচ্ছতাক লৈ গুৰুতৰ অভিযোগ প্ৰিয়ংক খৰ্গেৰ

‘সাহস আছে যদি পঞ্জীয়ন কৰক’! আৰএছএছৰ পুঁজিৰ উৎস আৰু স্বচ্ছতাক লৈ গুৰুতৰ অভিযোগ প্ৰিয়ংক খৰ্গেৰ

October 27, 2026 2:39 pm
ভেটো ক্ষমতা নাথাকিলে স্থায়ী সদস্যপদ অৰ্থহীন! ৰাষ্ট্ৰসংঘৰ মজিয়াত ক্ষমতা বিকেন্দ্ৰীকৰণৰ দাবী ভাৰতৰ

ভেটো ক্ষমতা নাথাকিলে স্থায়ী সদস্যপদ অৰ্থহীন! ৰাষ্ট্ৰসংঘৰ মজিয়াত ক্ষমতা বিকেন্দ্ৰীকৰণৰ দাবী ভাৰতৰ

October 27, 2026 1:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দীপাৱলিৰ পূৰ্বে ৰাহুল গান্ধীৰ ৰেলী! ১০ হাজাৰ কোটি টকাৰ লোকচানৰ আশংকাত দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

দীপাৱলিৰ পূৰ্বে ৰাহুল গান্ধীৰ ৰেলী! ১০ হাজাৰ কোটি টকাৰ লোকচানৰ আশংকাত দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

October 27, 2026 2:55 pm
ছ’চিয়েল মিডিয়াত ২১ লাখ ফ’ল’ৱাৰ, কিন্তু নিৰ্বাচন খেলি মুঠ ৩৩টা ভোট পালে ‘কন্টেন্ট ক্ৰিয়েটৰ’য়ে!

ছ’চিয়েল মিডিয়াত ২১ লাখ ফ’ল’ৱাৰ, কিন্তু নিৰ্বাচন খেলি মুঠ ৩৩টা ভোট পালে ‘কন্টেন্ট ক্ৰিয়েটৰ’য়ে!

October 27, 2026 2:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd