DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোলাঘাটৰ দহমাইলখুঁটিত ১০ টা বান্দৰসহ দুটা বিৰল প্ৰজাতিৰ চৰাই উদ্ধাৰ : ৩ জনক আটক

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
March 16, 2021 6:04 pm
IMG_20210316_171532
277
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট ঘিলাধাৰী আৰক্ষী থানাৰ অন্তৰ্গত জামুগুৰিৰ দহমাইলখুঁটিত আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত ১০ টাকৈ বান্দৰ আৰু ২ টা বিৰল প্ৰজাতিৰ চৰাই উদ্ধাৰ কৰা হয়।

জানিব পৰা মতে এ এচ ০১- ই এ ৪৭০৭ নম্বৰৰ এখন স্ক’ৰপিঅ’ গাড়ীত মণিপুৰৰ ইম্ফলৰ পৰা সুদূৰ চেন্নাইলৈ লৈ যোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় এই বিৰল প্ৰজাতিৰ বন্যপ্ৰাণীকেইটা।

সমগ্ৰ ঘটনাৰ লগত জড়িত থকা তিনিজন লোককো আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে। আটকাধীন লোক কেইজন হৈছে ক্ৰমে অৰ্জুন আগৰৱালা (তামিলনাডু), মহম্মদ ফাৰুক (ইম্ফল) আৰু আইচ খান (মণিপুৰ)।

ইফালে ঘটনা সন্দৰ্ভত ঘিলাধাৰী আৰক্ষীয়ে জামুগুৰি বন বিভাগক খবৰ দিয়াত বনবিভাগৰ লোক আহি উপস্থিত হয় আৰু আৰক্ষীয়ে বন্যপ্ৰাণী কেইটা বনবিভাগক গতাই দিয়ে।

উল্লেখ্য যে বনবিভাগৰ সূত্ৰ অনুসৰি ক্ৰমে নিঃশেষ হবলৈ লোৱা এই বিৰল প্ৰজাতিৰ বন্যপ্ৰাণীকেইটা কেৱল ব্ৰাজিল আৰু দক্ষিণ আমেৰিকাতহে পোৱা যায়।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd