• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

হৃদয়বিদাৰক! মন্দিৰত চুৰিৰ অভিযোগত গণপ্ৰহাৰত প্ৰাণ হেৰুৱালে ১০ বৰ্ষীয় কন্যা শিশুৱে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 17, 2022 11:33 am
girl killed in mob attack
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তামিলনাডুত সংঘটিত এক নিৰ্মম কাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ। ৰাজ্যখনৰ পুডুকোট্টাইৰত এটা মন্দিৰত চুৰি কৰাৰ অভিযোগত উন্মত্ত জনতাৰ আক্ৰমণৰ বলি হৈ প্ৰাণ হেৰুৱাইছে এটি ১০ বছৰীয়া কন্যা শিশুৱে। এই ঘটনাৰ ভাইৰেল হৈ পৰা এক ভিডিঅ’ই সম্প্ৰতি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰকাশিত খবৰ অনুসৰি, স্থানীয় গাওঁবাসীৰ এটা দলে গাঁওখনত থকা এটা মন্দিৰৰ পৰা সামগ্ৰী চুৰি কৰি নিয়াৰ অভিযোগত ছয়জনীয়া এটা পৰিয়ালক খেদি খেদি আক্ৰমণ কৰে। পৰিয়ালটোৱে এখন অটোৰিক্সাত যাত্ৰা কৰি থকাৰ সময়তে উন্মত্ত উন্মত্ত দলটোৱে বাহনখন আগুৰি কৰে।

Apply Now

অটোৰিক্সাখন ঘেৰি ধৰাৰ পিছত পৰিয়ালটোক ডকাইত বুলি অভিযোগ কৰি নিৰ্মমভাৱে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে দলটোৱে। ঘটনাৰ সম্ভেদ হোৱাৰ পিছতে স্থানীয় আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু আক্ৰমণৰ সন্মুখীন হোৱা পৰিয়ালটোক উদ্ধাৰ কৰে।

ইফালে এই আক্ৰমণৰ সময়তে পৰিয়ালটোৰ সদস্য ১০ বছৰীয়া কন্যা শিশুটিয়ে অসহায়ভাৱে থিয় হৈ থকাৰ মুহূৰ্তত শিশুটিক প্ৰহাৰ কৰাৰ এটা ভিডিঅ’ও ভাইৰেল হৈ পৰিছে। এই আক্ৰমণৰ পাছতে আৰক্ষীয়ে পৰিয়ালটোক উদ্ধাৰ কৰিপুডুকোট্টাই চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰায়।

কিন্তু চিকিৎসালয়তে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শিশুটোৰ বুধবাৰে সন্ধিয়া মৃত্যু হয়। শিশুটিৰ মাতৃয়ে আৰক্ষীৰ ওচৰত দাখিল কৰা অভিযোগত উল্লেখ কৰিছে যে তেওঁলোকৰ পৰিয়াল দুমাহ পূৰ্বে কেইবাটাও মন্দিৰ দৰ্শনৰ বাবে নিজা ঠাই কুড্ডালোৰ এৰি গৈছিল।

যোৱা ১৪ নৱেম্বৰত পুডুকোট্টাইৰস্থিত এক মন্দিৰ দৰ্শনৰ পিছতে তিনিগৰাকী মানুহে কিলানুৰৰ ওচৰত তেওঁৰ সৈতে কাজিয়াত লিপ্ত হৈছিল বুলি তেওঁ আৰক্ষীৰ আগত উল্লেখ কৰিছে।

ইফালে এই কাজিয়াত তেওঁৰ স্বামী সত্যনাৰায়ণ স্বামীয়ে হস্তক্ষেপ কৰাৰ পাছত তিনিগৰাকী ব্যক্তিৰ লগতে সমবেত হোৱা আন একাংশ লোকে পৰিয়ালটোক আক্ৰমণ কৰে বুলি মহিলাগৰাকীয়ে অভিযোগ কৰিছে।

ইফালে, মহিলাগৰাকীৰ এই অভিযোগৰ বিপৰীতে স্থানীয় গাঁওবাসীয়ে প্ৰকাশ কৰা এটা ভিডিঅ’ই ঘটনাক অন্য ৰূপ দিছে। যোৱা ১৪ নৱেম্বৰত এই ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।

এই ভিডিঅ’টোত পুডুকোট্টাই জিলাৰ কিল্লানুৰ গাঁৱৰ ওচৰত এটা দলে মন্দিৰত লুট-পাত চলোৱা দেখিবলৈ পোৱা গৈছিল। আনহাতে গাঁওবাসীয়ে কেমেৰাত বন্দী কৰা এটা ভিডিঅ’ত পৰিয়ালটোৰ পৰা চুৰি কৰা সামগ্ৰী লাভ কৰা দেখিবলৈ পোৱা গৈছে।

স্থানীয় জিলা আৰক্ষীয়ে ইতিমধ্যে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ দিছে আৰু উপযুক্ত প্ৰমাণ লাভ নকৰা পৰ্যন্ত কোনো মন্তব্য দিব পৰা নাযাব বুলি উল্লেখ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd