• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১০০% গেৰান্টি দি ক’ব পাৰোঁ, গৌৰৱ গগৈৰ ল’ৰা আৰু ছোৱালী ভাৰতীয় নাগৰিক নহয় : হিমন্ত বিশ শৰ্মা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 2, 2025 3:31 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“গৌৰৱ গগৈয়ে যদি নিজৰ নাবালক সন্তান ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰিব পাৰে মই মুখ্যমন্ত্ৰী পদ এৰি দিম।” কিছুদিন পূৰ্বে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈক এইদৰে প্ৰত্যাহ্বান জনাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈক আক্ৰমণ কৰি কয় যে যোৰহাট সাংসদগৰাকীৰ সন্তান দুটা ভাৰতীয় নাগৰিক নহয় । যদিও ইয়াৰে এজনৰ জন্ম ভাৰতত আৰু সেয়েহে জন্মসূত্ৰে ভাৰতৰ নাগৰিক হ’ব লাগিছিল।

Apply Now

ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, “মই নিশ্চিত যে গৌৰৱ গগৈৰ পুত্ৰ আৰু কন্যা ভাৰতীয় নাগৰিক নহয়। কংগ্ৰেছৰ সাংসদগৰাকীৰ দুই সন্তানৰ নাগৰিকত্ব ভাৰতীয় নহয় বুলি মোৰ ওচৰত প্ৰমাণ আছে। তেওঁলোকৰ নাগৰিকত্বৰ মৰ্যাদা গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীয়ে তেওঁলোকৰ অজ্ঞাতে সলনি কৰিছিল।”

“গৌৰৱ গগৈয়ে তেওঁৰ নাবালক সন্তান ভাৰতীয় নাগৰিক নহয় বুলি অস্বীকাৰ কৰিব পাৰিলে মই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিম। তেওঁৰ পত্নী ভাৰতীয় নাগৰিক নহয় আৰু তেওঁৰ নাবালক পুত্ৰ-কন্যাও ভাৰতৰ নাগৰিক নহয়। কোনে জানে গৌৰৱ গগৈয়ে কেতিয়া ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰে।”

ইয়াৰ পূৰ্বে শৰ্মাই বৃহস্পতিবাৰে সন্ধিয়া ‘এক্স’ৰ এটা পোষ্টত দাবী কৰিছিল যে “অসমৰ এজন সংসদৰ নাবালক সন্তান ভাৰতৰ নাগৰিক নহয়”।

মুখ্যমন্ত্ৰী শৰ্মাই পোষ্টটোত লিখিছে, “মই এই কথা সম্পূৰ্ণ দায়িত্ব লৈ কৈছো, অসমৰ এজন সংসদৰ নাবালক ল’ৰা-ছোৱালী এতিয়া ভাৰতৰ নাগৰিক নহয়। কিন্তু এয়া মাত্ৰ আৰম্ভণিহে। আৰু বহু কথা প্ৰকাশ কৰিবলগীয়া আছে।”

আনহাতে, যোৰহাটৰ সাংসদগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক অন্ধকাৰত ৰাখি ১৫ দিন পাকিস্তানত থাকি অহা বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এছ আই টিৰ তদন্তত আৰু বহু কথা ওলাই পৰিব বুলিও মুখ্যমন্ত্ৰী হিন্ত বিশ শৰ্মাই মন্তব্য কৰে।হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণৰ সময়ত কি কৰিছিল, ক’ত আছিল সেই কথা তেওঁ অসমৰ ৰাইজক জনাব লাগে। অৱশ্যে এই সম্পৰ্কে এতিয়াও কোনো স্পষ্টীকৰণ দিয়া নাই গৌৰৱ গগৈয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

October 12, 2026 1:40 pm
ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

October 12, 2026 12:39 pm
২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

October 12, 2026 11:13 am
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

October 12, 2026 10:04 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

October 12, 2026 1:40 pm
ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

October 12, 2026 12:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd