• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কেন্দ্ৰৰ নতুন নিৰ্দেশনা: ১ ফেব্ৰুৱাৰীৰ পৰা ১০০ শতাংশ দৰ্শকেৰে চলাব পাৰিব দেশৰ ছবিগৃহসমূহ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 31, 2021 9:05 am

1 min read

100% occupancy allowed in cinema
185
VIEWS
Share on FacebookShare on Twitter

কোভিডৰ ভেকচিন সৰ্বসাধাৰণ লোকৰ বাবে উপলদ্ধ হোৱাৰ সমাভান্তৰাল ভাবে দেশ এতিয়িা ক্ৰমাগত ভাবে কমি আহিছে কোভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা।

এনে পৰিস্থিতিত চৰকাৰেও কোভিড প্ৰ’চোকল সমূহ লাহে লাহেএ শিথিল কৰিবলৈ লৈছে।

সেই মৰ্মে  ১ ফেব্ৰুৱাৰীৰ পৰা  দেশৰ ছবিগৃহসমূহত ১০০ শতাংশ দৰ্শকৰ উপস্থিতিৰ অনুমতি দিছে কেন্দ্ৰীয় চৰকাৰে।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা নতুন কোভিড প্ৰ’টোকল অনুসৰি কেতবোৰ বিশেষ বিধি মানি অহা ১ ফেব্ৰুৱাৰীৰ পৰা দেশৰ ছবি ঘৰ সমূহ ১০০ শতাংশ দৰ্শকেৰে চলাব পৰা যাব।

উল্লেখ্য শাসকীয় দলৰ বিভিন্ন সভা-সমিতিত হাজাৰ হাজাৰ লোকৰ সমাগম হোৱাৰ সময়তে কোভিড প্ৰ’টোকলৰ দোহাই দি দেশৰ ছবিগৃহ সমূহত মাত্ৰ ৫০ শতাংশ দৰ্শকহে উপস্থিত থাকিব পাৰিব বুলি কেন্দ্ৰই পূৰ্বে জাৰি কৰা নিৰ্দেশনাকলৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

বহুতে এই বুলি প্ৰশ্ন কৰিছিল যে বিজেপিৰ সভাৰ ক্ষেত্ৰত কোভিড প্ৰ’টোকল প্ৰযোজ্য নহয় নেকি?

এনে বিতৰ্কৰ মাজতে কেন্দ্ৰই দেশৰ ছবিঘৰ সমূহতো ১০০ শতাংশ দৰ্শক উপস্থিত থাকিব পাৰিব বুলি নতুন নিৰ্দেশনা জাৰি কৰে।

নতুন নিৰ্দেশনা ছবিগৃহত উপস্থিত থকা লোকে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ লগতে ছবিঘৰৰ বাহিৰত মানুহে কমেও ৬ ফুট দূৰত্ব বজাই ৰাখিব লাগিব বুলি কোৱা হৈছে।

য’তে-ত’তে থু-খেকাৰ পেলোৱাও নিষিদ্ধ কৰা হৈছে।

Recent News

১০০ দিন অতিক্ৰমিলে কৃষক বিদ্ৰোহে, হাৰিয়ানাত পাঁচ ঘণ্টাজোৰা পথ বন্ধ প্ৰতিবাদী কৃষকৰ

১০০ দিন অতিক্ৰমিলে কৃষক বিদ্ৰোহে, হাৰিয়ানাত পাঁচ ঘণ্টাজোৰা পথ বন্ধ প্ৰতিবাদী কৃষকৰ

prafulla VS Suresh

বঢ়মপুৰত খেলিব মহন্তই, কংগ্ৰেছ মহাজোঁটে মহন্তক এৰি দিব নেকি সমষ্টিটো?

বাংলাদেশ : প্ৰথমবাৰৰ বাবে নিউজ চেনেলত নিউজ ৰীডাৰ হিচাপে দেখা যাব তৃতীয় লিংগৰ ব্যক্তিক

বাংলাদেশ : প্ৰথমবাৰৰ বাবে নিউজ চেনেলত নিউজ ৰীডাৰ হিচাপে দেখা যাব তৃতীয় লিংগৰ ব্যক্তিক

আইচিচি টেষ্ট ৰেংকিং : নিউজিলেণ্ডক ওফৰাই শীৰ্ষ স্থানত উপনীত বিৰাট কোহলী বাহিনী

আইচিচি টেষ্ট ৰেংকিং : নিউজিলেণ্ডক ওফৰাই শীৰ্ষ স্থানত উপনীত বিৰাট কোহলী বাহিনী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd