• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’না যুদ্ধত জয়ী হৈ ঘৰলৈ উভতিল শতায়ু গৰকা বৃদ্ধা; মানসিক শক্তি দেখি আচৰিত চিকিৎসকো

এন ই নাও নিউজ by এন ই নাও নিউজ
May 23, 2020 8:10 am
100-year-old-woman-beats-coronavirus-in-indore

ফটো: economictimes.comৰ সৌজন্যত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাৰাত্মক ভাইৰাছ কৰ’নাৰ বিৰুদ্ধে জীৱন যুঁজত জয়ী হৈ ঘৰলৈ উভতিল এগৰাকী ১০০বছৰীয়া বৃদ্ধা।

মধ্য প্ৰদেশৰ ইন্দোৰৰ চন্দ্ৰ বাই নামৰ শতায়ু গৰকা বৃদ্ধাৰ এই জীৱন যুঁজৰ কাহিনীয়ে সকলোকে আচৰিত কৰি তুলিছে।

Apply Now

কেইদিনমান পূৰ্বে কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ তেওঁৰ পুত্ৰৰ মৃত্যু হৈছিল।

জানিব পৰা মতে, যোৱা ৪মে’ত ইন্দোৰৰ নেহৰু নগৰত বাস কৰা চন্দ্ৰা বাইৰ মাজু ল’ৰা কৰ’না আক্ৰান্ত হোৱাৰ পাছত মৃত্যু মুখত পৰে।

ইয়াৰ পাছতে তেওঁলোকৰ পৰিয়ালৰ ১৬গৰাকী সদস্যৰ কৰ’না পৰীক্ষা কৰা হয়।

যোৱা ১০ মে’ত পৰীক্ষাৰ প্ৰতিবেদনত চন্দ্ৰা বাই, তেওঁৰ সৰু পুত্ৰ, নাতিয়েক তথা নাতিয়েকৰ পত্নী আৰু তেওঁলোকৰ দুটা সন্তানৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰে।

ইয়াৰ পাছতে তেওঁলোক ছয়জনক ইন্দোৰৰ শ্ৰী অৰবিন্দ ইনষ্টিটিউট মেডিকেল ছায়েন্সেছ হাস্পাতলত ভৰ্তি কৰা হয়।

বিগত ১১ দিন ধৰি মাৰাত্মক ভাইৰাছ কৰ’নাৰ সৈতে যুঁজ দিয়াৰ পাছত সুস্থ হৈ ঘৰলৈ উভতিল চন্দ্ৰা বাই।

বৃহস্পতিবাৰে সন্ধিয়া তেওঁক হাস্পাতলৰ পৰা ঘৰলৈ যাব দিয়া হয়। ঘৰ পোৱাৰ সময়ত প্ৰতিবেশীসকলে তেওঁক হাত চাপৰি বজাই উষ্ণ আদৰণি জনায়।

হাস্পাতলখনৰ এগৰাকী জ্যেষ্ঠ চিকিৎসক ডাৰ্বি দোশীয়ে কয় যে বৃদ্ধাগৰাকীয়ে হাস্পাতলত ভৰ্তি হোৱাৰ সময়ত তেওঁৰ গাত অলপ জ্বৰৰ বাহিৰে আন কোনো লক্ষণ নাছিল। য’ত কৰ’না আক্ৰান্ত বয়সস্থ লোকসকলক দীৰ্ঘসময়ৰ বাবে অক্সিজেন দিবলগীয়া হৈছে তাত তেওঁক কেইদিনমানৰ বাবেহে অক্সিজেন দিবলগীয়া হৈছে।

তেওঁ লগতে কয় যে হয়তো পৰিয়ালৰ সৈতে সময় কটোৱাৰ দূৰন্ত বাসনাই তেওঁক মাৰাত্মক ভাইৰাছৰ বিৰুদ্ধে যুঁজাত শক্তি যোগাইছে।

চিকিৎসক দোশীয়ে কয়,’’আনকি আমি যেতিয়া আন ৰোগীসকলক লৈ হতাশ হৈ পৰিছিলো তেতিয়া তেওঁলেই আমাক অনুপ্ৰাণিত কৰাৰ চেষ্টা কৰিছিল।‘’

পুত্ৰক হেৰুৱাৰ পাছতো কৰ’নাৰ বিৰুদ্ধে যুঁজ দি জীৱন যুদ্ধত জয়ী হোৱা ১০০ বছৰীয়া এই বৃদ্ধাৰ কাহিনী বহুতৰ বাবে মানসিক শক্তি তথা প্ৰেৰণাৰ উৎস হৈ ৰ’ব।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

June 14, 2026 2:17 pm
মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

June 14, 2026 11:56 am
বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

June 14, 2026 10:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

June 14, 2026 2:17 pm
মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd