• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজহুৱা স্থানত পিকালে অথবা প্ৰস্ৰাৱ কৰিলে ভৰিব লাগিব ১০০০ টকা জৰিমনা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 18, 2020 5:06 pm

1 min read

ৰাজহুৱা স্থানত পিকালে অথবা প্ৰস্ৰাৱ কৰিলে ভৰিব লাগিব ১০০০ টকা জৰিমনা

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

993
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশৰ লগতে ৰাজধানী নতুন দিল্লীতো ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি হৈ আছে।

ক’ৰ’না ভাইৰাছৰ ক্ৰমাগত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নতুন দিল্লী পৌৰ নিগমে (এন ডি এম চি) ৰাজহুৱা স্থানত পিকোৱা আৰু প্ৰস্ৰাৱ কৰা নিষিদ্ধ কৰিছে।

পৌৰ নিগমে যিসকল লোকে প্ৰশাসনৰ নিয়ম উলংঘা কৰি ৰাজহুৱা স্থানত পিকাই অথবা প্ৰস্ৰাৱ কৰে সেইসকল লোকে ১০০০ টকা জৰিমনা ভৰিব লাগিব বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে, ইয়াৰপূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে ল’কডাউনৰ সময়ত দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত ৰাজহুৱা স্থানত পিকোৱাতো শাস্তিমূলক অপৰাধ হিচাপে ঘোষণা কৰিছিল।

ৰাজধানী দিল্লীত বৰ্তমানলৈ ১৭০০ অধিক লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।

ভাৰততো ক’ৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৪,০০০ অতিক্ৰম কৰাৰ বিপৰীতে এই ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৫০ অতিক্ৰম কৰিছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ মে’ লৈ ল’কডাউন বৃদ্ধিৰ কথা ঘোষণা কৰাৰ সময়ত ২০ এপ্ৰিললৈ যাতে সকলো ৰাজ্যই কঠোৰ নিৰ্দেশনাৰ মাজেৰে  ল’কডাউন পালন কৰি সেই কথা নিশ্চিত কৰিবলৈ প্ৰতিখন ৰাজ্যৰ আৰক্ষী আৰু প্ৰশাসনক আহ্বান জনাইছিল।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd