• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পাকিস্তানৰ পৰা হিৰ’ইনসহ অস্ত্ৰ কঢ়িয়াই অনা শ্ৰীলংকাৰ নাও জব্দ কৰিলে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 25, 2020 4:48 pm

1 min read

index.jpgk
445
VIEWS
Share on FacebookShare on Twitter

কৰাচীৰ পৰা হিৰ’ইনসহ অস্ত্ৰ-সস্ত্ৰ কঢ়িয়াই অনা এখন নাও জব্দ কৰিছে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে।

তামিলনাডুৰ উপকূলত ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে প্ৰায় ১০০ কিলোগ্ৰাম ৰিহ’ইন, ৫ টা পিষ্টল আৰু ছেটেলাইট ফোনসহ বৃহৎ নাওখন জব্দ কৰে।

জব্দ কৰা নাওখনত উক্ত মাদকদ্ৰৱ্যবোৰ পাকিস্তানৰ কৰাচীৰ পৰা শ্ৰীলংকা হৈ অষ্ট্ৰেলিয়ালৈ লৈ যোৱা হৈছিল বুলি জানিব পৰা গৈছে।

প্ৰকাশিত তথ্য অনুসৰি বিশেষ সূত্ৰে ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে পাকিস্তানৰ পৰা অস্ত্ৰসহ মাদক দ্ৰৱ্য সৰবৰাহ কৰা খবৰ আগতীয়াকৈ লাভ কৰিছিল।

সেই তথ্য তথা খবৰৰ ভিত্তিতে যোৱা ১৭ নৱেম্বৰৰ পৰা ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে সমুদ্ৰত নিছিদ্ৰ তালাচী অব্যাহত ৰাখিছিল।

জানিব পৰা মতে বৃহৎ নাওখনৰ গৰাকী হৈছে ফাৰ্ণাণ্ড’ নামৰ শ্ৰীলংকাৰ নেগেম্ব চহৰৰ এগৰাকী নাগৰিক।

ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে নাওখনক জব্দ কৰাৰ লগতে চালকসহ ছজনলোকক আটক কৰে। ধৃত লোককেইজনক ভাৰতীয় চোৰাংচোৱা সংস্থাবোৰে জেৰা আৰম্ভ কৰিছে।

ভাৰতীয় উপকূল বাহিনীয়ে নাওখনত বৃহৎ পৰিমাণৰ মাদক দ্ৰৱ্যসহ অস্ত্ৰ-সস্ত্ৰ জব্দ কৰাতোৱে প্ৰমাণ কৰিছে সুমদ্ৰ পথেদি পাকিস্তানে বেই আইনী কামৰ লগতে সন্ত্ৰাসবাদী কাম কাজো অব্যাহত ৰাখিছে।

Recent News

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

Samujjal-750x375

আছুৰ হৈ আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব সমুজ্জ্বল ভট্টাচাৰ্যই; স্পষ্ট কৰি দিলে সম্পাদক শংকৰজ্যোতিয়ে

WhatsApp Image 2021-01-24 at 9.08.34 PM

মিছা কথাৰে শাসন ক্ষমতা দখল কৰা বিজেপি চৰকাৰ কৃষক, শ্ৰমিক, দুখীয়া ৰাইজৰ পক্ষত নাই : গৌৰৱ গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd