• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১০২ বছৰীয়া আইতাৰ পতাকা উত্তোলন বামুণীমৈদামৰ মাদাৰ বৃদ্ধাশ্ৰমত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 15, 2018 4:43 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশবাসীয়ে আজি ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ সমান্তৰালভাৱে গুৱাহাটীৰ বামুণীমৈদামৰ পূব জ্যোতিনগৰস্থিত মাদাৰ বৃদ্ধাশ্ৰমত পতাকা উত্তোলন কৰে ১০২ বছৰীয়া এগৰাকী আইতা সুভদ্ৰা দেৱীয়ে।

উল্লেখযোগ্য যে প্ৰত্যেকবছৰৰ দৰে এইবছৰো পুত্ৰ-কন্যা অথবা পৰিয়ালৰ লোকৰ পৰা বিছিন্ন হৈ থকা বৃদ্ধাশ্ৰমৰ ককা আইতাসকলক লগত লৈ স্বাধীনতা দিৱসটি উদযাপন কৰিলে মাদাৰ বৃদ্ধাশ্ৰমৰ উৎপল হৰ্ষবৰ্দ্ধন আৰু মনিকা শৰ্মাই।

Apply Now

আজি স্বাধীনতা দিৱস উপলক্ষে বৃদ্ধাশ্ৰমখনত পুৱা ৯ বজাত পতাকা উত্তোলন কাৰ্যসূচী অনুষ্ঠিত হয় আৰু ককা -আইতাসকলৰ মাজত এক অন্তৰংগ আলাপ অনুষ্ঠিত হয়।

ইফালে পতাকা উত্তোলনৰ অন্তত বৃদ্ধাশ্ৰমখনৰ আটাইতকৈ পুৰণি তথা ১০২ বছৰীয়া আইতাই নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত পতাকা উত্তোলন কৰি বহু আনন্দ লাভ কৰা বুলি কয়। লগতে কয় যে ‘মোৰ লগৰ প্ৰায়বোৰৰ ইতিমধ্যে মৃত্যু হৈছে, কিন্তু মই পতাকা উত্তোলন কৰিছো।’

উল্লেখযোগ্য যে ১০২ বছৰীয়া আইতাগৰাকীৰ ভাতৃ আৰু ভগ্নী স্বাধীনতা সংগ্ৰামৰ সময়ৰ আন্দোলনকাৰী আছিল। ভাতৃ আৰু ভগ্নীৰ প্ৰসংগ তুলি ধৰি তেওঁ নৰ্থ ইষ্ট নাওৰ আগত কয় ‘সেইসময়ত টেলিফোনৰ ব্যৱহাৰ নাছিল। গতিকে তেওঁলোকে স্বাধীনতা সংগ্ৰামৰ সময়ত ক’ৰবাত সভা-সমিতি অনুষ্ঠিত কৰিবলৈ হ’লে সকলোকে খবৰবোৰ যোগান ধৰিছিল।’

তেওঁ লগতে কয় যে ‘বহু কষ্ট কৰি আমি স্বাধীনতা লাভ কৰিছো। আমি বন্দুক-বাৰুদ ধৰিবলৈ যোৱা নাই, কিন্তু আমি সেইসময়ত যিখিনি কৰিছিলো, সেয়া বৰ্তমানৰ লোকসকলে কৰিব নোৱাৰে।’

আনহাতে সাক্ষাৎকাৰৰ শেষৰ ফালে আইতাগৰাকীয়ে দুখ প্ৰকাশ কৰি কয় ‘এবাৰ দেশখন স্বাধীন হওঁতেই বহু কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিল। কেনেবাকৈ আকৌ যদি দেশখন আন কাৰোবাৰ হাতলৈ যায়, বৰ চিন্তা লাগে।‘

ইয়াৰোপৰি মাদাৰ বৃদ্ধাশ্ৰমখনৰ সভাপতি উৎপল হৰ্ষবৰ্দ্ধে আমাক জনাই যে তেওঁলোকৰ বৃদ্ধাশ্ৰমত থকা ককা-আইতাৰ ভিতৰৰ বহুকেইজনেই প্ৰাক স্বাধীনতা কালৰ।

তেওঁ লগতে কয় যে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল তেওঁলোকৰ বৃদ্ধাশ্ৰমলৈ আহি আজিৰ দিনটোত ককা-আইতাসকলক খাদ্য বস্তু যোগান ধৰাৰ লগতে তেওঁলোকৰ সৈতে আনন্দ-ফুৰ্তি কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

August 20, 2026 1:15 pm
১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

August 20, 2026 1:15 pm
১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd