• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিবিআইৰ জিম্মাৰ পৰাই হেৰাল ১০৩ কেজি সোণ! আদালতে দিলে চিআইডি তদন্তৰ নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 12, 2020 1:46 pm
goldTrading_5fd46b72c5b72

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইতিহাসত এইটো প্ৰথম এনেধৰণৰ ঘটনা। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইৰ বাবে হয়তো ইয়াতকৈ আৰু ডাঙৰ লজ্জাজনক ঘটনা হ’ব নোৱাৰে।

চিবিআইৰ জিম্মাৰ পৰাই তেওঁলোকে বাজেয়াপ্ত কৰা ১ কুইন্টলতকৈয়ো অধিক পৰিমানৰ সোণ হেৰাইছে। এই সোণৰ বজাৰ মূল্য হ’ব প্ৰায় ৪৩ৰ পৰা ৪৫ কোটি টকা।

Apply Now

মাদ্ৰাজ হাইকোৰ্টে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ বিৰুদ্ধে চিআইডি তদন্তৰ নিৰ্দেশ দিছে। চিবিআইৰ বাবে এয়া সঁচাকৈয়ে এক অস্বস্তিকৰ ঘটনা।

বাতৰি অনুসৰি, ২০১২চনত ছুৰানা কৰ্পোৰেশ্যন নামৰ চেন্নাইৰ এটা সংস্থাৰ পৰা এই সোণ চিবিআয়ে বাজেয়াপ্ত কৰিছিল। সোণ-ৰূপৰ আমদানি কৰা সংস্থাটোৰ বিৰুদ্ধে ৮বছৰ পূৰ্বে উত্থাপিত নিয়ম বহিৰ্ভূত আমদানিৰ অভিযোগত মুঠ ৪০০কেজি সোণ চিবিআইয়ে বাজেয়াপ্ত কৰিছিল।

সংস্থাটোৰ ভল্টত ৰখা সেই সোণ নিৰাপদে থকাৰ কথা জনাইছিল সংস্থাটোৱে। যিবোৰ ভল্টত সেইবোৰ ৰখা হৈছিল তাৰ চাবি চেন্নাইৰ চিবিআইৰ এখন বিশেষ আদালতত জমা দিয়া হৈছিল।

অৱশ্যে, চিবিআইয়ে সেই চাবি আদালতখনত কেতিয়া জমা দিছিল সেয়া জনাব পৰা নাই।

যোৱা বছৰত উক্ত সোণক লৈ বহু গোচৰ চলিছিল যদিও সেই সোণখিনি ঠিকেই আছেনে নাই সেইটো ফহিয়াই চোৱাৰ কোনো প্ৰয়োজনবোধ কৰা নাছিল।

যোৱা বছৰ ডিচেম্বৰত নেস্যনেল কোম্পানী ল ট্ৰিবিউনেলে সেই সোণ ছুৰানা কৰ্পোৰেশ্যনৰ ঋণ পৰিশোধ কৰাৰ বাবে এছবিআইকে ধৰি ছয়টা বেংকৰ মাজত ভাগ কৰি দিয়াৰ পৰামৰ্শ দিয়ে।

চিবিআইৰ বিষয়াসকলে সেই বেংকসমূহৰ বিষয়াসকলৰ সন্মুখত সোণখিনি মুকলি কৰিবলৈ গৈয়েই হতবাক হৈ পৰে। দেখা যায় যে প্ৰায় ১০৩ কেজি সোণ কম ওলাইছে।

আদালতত এই ঘটনাৰ তদন্তৰ দাবীত গোচৰ দাখিল কৰা হয়। আদালতত চিবিআইৰ অধিবক্তাই যুক্তি দৰ্শাই যে সেই সোণসমূহ বাজেয়াপ্ত কৰাৰ সময়ত একেলগে জোখা হৈছিল। পাছত সেইবোৰ বেলেগে জোখা হয়। হয়তো এই সময়ত এই সোণৰ ওজন কোনোধৰণে কমি গৈছে।

চিবিআইৰ এই হাস্যকৰ যুক্তি মানি ল’ব নোৱাৰিলে আদালতে। ন্যায়াধীশে স্পষ্ট কৰি জনাই দিয়ে যে সোণ ভাং নহয় যে সেয়া উৰি যাব।

শুকুৰবাৰে মাদ্ৰাজ হাইকোৰ্টে এই সোণ হেৰুওৱাৰ তদন্তৰ দায়িত্ব চিবি-চিআইডিক অৰ্পণ কৰে। চিবিআইয়ে চিআইডিৰ তদন্তত আপত্তি দৰ্শাই আন কোনো কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা তদন্তৰ দাবী কৰে যদিও আদালতে সেয়া নাকচ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd