• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এন আৰ চিৰ চূড়ান্ত তালিকাত থাকিব অসমত বাস কৰা সকলো প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম: শৈলেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 17, 2018 7:39 pm
Register-General-of-India-Sailesh
123
VIEWS
Share on FacebookShare on Twitter

এন আৰ চিৰ চূড়ান্ত তালিকাত অসমত বাস কৰা সকলো প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম সন্নিৱিষ্ট হ’ব, এই মন্তব্য ভাৰতৰ মহাপঞ্জীয়ক শৈলেশৰ।

ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাই এনআৰচিৰ প্ৰথম তালিকাৰ পৰা ৯০ শতাশং ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকৰ নাম বাদ পৰিছে বুলি কৰা অভিযোগৰ প্ৰতুত্তৰত মহাপঞ্জীয়ক গৰাকীয়ে উক্ত মন্তব্য কৰে।

উল্লেখযোগ্য যে অসম প্ৰদেশ কংগ্ৰছ কমিটীৰো সভাপতি বৰাই ৪ জানুৱাৰিত ভাৰতৰ মহাপঞ্জীয়ক গৰাকীলৈ প্ৰৰণ কৰা পত্ৰত এন আৰ চিৰ প্ৰথম তালিকাৰ পৰা বাদ পৰা ৯০ শতাংশ লোকেই ৰাজ্যখনৰ ১৩খন জিলাৰ বুলি অভিযোগ কৰি বিষয়টোৰ এক অনুসন্ধানৰ দাবী জনাইছিল।

বৰাই উল্লেখ কৰা জিলাকেইখন হৈছে মৰিগাওঁ, গোৱালপাৰা, দৰং, ধুবুৰী, কাচাৰ, নগাওঁ, কৰিমগঞ্জ, কোকৰাঝাৰ, মানকাচাৰ, হাইলাকান্দি, নলবাৰী, বঙাইগাওঁ আৰু বৰপেটা।

বৰাৰ অভিযোগৰ প্ৰত্যুত্তৰত  শৈলেশে কয় যে ২০১৭ চনৰ ৩১ ডিচেম্বৰত প্ৰকাশ পোৱা পথম তালিকাত ৩.২৯ কোটি আবেদনকাৰীৰ ১.৯০ কোটি নাম সন্নিবিষ্ট হৈছিল, আনহাতে বাদ পৰি ৰোৱা বাকী আৱেদনকাৰী সকলৰ নথি-পত্ৰ পৰীক্ষা কৰি থকা হৈছে।

উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত এন আৰ চি কাম চলি থকা বুলি উল্লেখ কৰি তেওঁ কয়, ‘বাকী আৱেদনকাৰী সকল পুনৰীক্ষণৰ বিভিন্ন স্তৰত আছে, তেওঁলোকৰ নথি-পত্ৰ পৰীক্ষা সম্পুৰ্ণ হোৱাৰ পিছতে চুড়ান্ত এন আৰ চি তালিকা প্ৰকাশ পাব।’

এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়া নিকা আৰু বস্তুনিষ্ঠ পদ্ধতিত চলি আছে বুলি দাবী কৰি শৈলেশে কয়, ‘নাগৰিকত্ব বিধি ২০০৩, অনুসৰি অসমত এন আৰ চি উন্নীতকৰণ চলি আছে আৰু এই কাম সম্পুৰ্ণ নিকা আৰু বস্তুনিষ্ঠ পদ্ধতিৰে কৰা হৈছে।’

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd