• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০২১ৰ নিবাৰ্চন : নিৰ্বাচনৰ বাবে সাজু ডিব্ৰুগড় নিৰ্বাচন জিলা; জিলাখনত আছে কিমান ভোটাৰ?

অভীক চক্ৰৱৰ্তী by অভীক চক্ৰৱৰ্তী
February 27, 2021 6:37 pm
111195-delhi-voter-id-pti
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইতিমধ্যে নিৰ্বাচন আয়োগে ঘোষণা কৰিছে অন্য পাঁচ ৰাজ্যৰ লগতে অসম বিধানসভা ২০২১ৰ নিৰ্বাচনৰ সূচী।

তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া অমস বিধানসভাৰ ২০২১ৰ নিৰ্বাচনৰ প্ৰথমটো প্ৰৰ্যায় অৰ্থাৎ ২৭ মাৰ্চত উজনি অসমৰ ডিব্ৰুগড় জিলাতো অনুষ্ঠিত হ’ব নিৰ্বাচন।

Apply Now

নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ২ মাৰ্চত জাননী জাৰী কৰা হ’ব আৰু মনোনয়নৰ অন্তিম তাৰিখ ৯ মাৰ্চ। ইয়াৰ পিছত ১০ মাৰ্চত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব আনহাতে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ১২ মাৰ্চ।

জিলাখনত ৭ টা বিধানসভা সমষ্টি আছে আৰু প্ৰতিটো সমষ্টিতে সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ডিব্ৰুগড় নিৰ্বাচন জিলাই প্ৰস্তুতি চলাই আহিছে।

শনিবাৰে জিলাখনৰ উপায়ুক্ত তথা নিৰ্বাচনী বিষয়া পল্লৱ গোপাল ঝাই এক সংবাদ মেল সম্বোধন কৰি কয় যে ডিব্ৰুগড় নিৰ্বাচন জিলাত এইবাৰ মূল ভোটাৰৰ সংখ্যা ১০,৩৮,৬৮৪ গৰাকী।

এই ১০,৩৮,৬৮৪ গৰাকী ভোটাৰে জিলাখনৰ অন্তৰ্গত ৭ টা বিধানসভা সমষ্টিত ভোটদান কৰিব।

উপায়ুক্ত তথা নিৰ্বাচনী বিষয়াগৰাকীয়ে জনোৱা অনুসৰি জিলাখনৰ অন্তৰ্গত মৰাণ ১,৩৯,০৫৫ গৰাকী ভোটাৰ, ডিব্ৰুগড় ১,৪৪,৫৫৬, লাহোৱাল ১,৫২,৫৬২, দুলিয়াজান ১,৫৯,৯৩৮, টিংখাঙ ১,৪৪,৫৪৮, নাহৰকটীয়া ১,৩৮,৬২২ আৰু চাবুৱা বিধানসভা সমষ্টিত ১,৫৯,৩৮৯ গৰাকী ভোটাৰ আছে।

মুঠ ভোটাৰৰ ভিতৰত ২,৮৮৯ গৰাকী বিশেষভাৱে সক্ষম আৰু ১২,৭৭১ গৰাকী ৮০ বছৰৰ উৰ্দ্ধৰ ভোটাৰ আছে ডিব্ৰুগড় নিৰ্বাচন জিলাত।

ডিব্ৰুগড় নিৰ্বাচন জিলাত ১,৫১৪ টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। ৭ জন ৰিটাৰ্নিং বিষয়াৰ উপৰিও নিৰ্বাচনৰ সুস্থিৰভাৱে অনুষ্ঠিত কৰিবলৈ ৭,২৬৮ গৰাকী প’লিং বিষয়া ১,৮১৭ গৰাকী প্ৰিজাইডিং বিষয়া আৰু সম সংখ্যক প্ৰথম শ্ৰেণী ভোটগ্ৰহণ বিষয়া, দ্বিতীয় ভোটগ্ৰহণ বিষয়া আৰু তৃতীয় ভোটগ্ৰহণ বিষয়া নিয়োগ কৰা হ’ব।

পল্লৱ কুমাৰ ঝায়ে জনোৱা অনুসৰি দুলিয়াজান আৰু চাবুৱা সমষ্টিৰ দুটা আৰু জিব্ৰুগড়ৰ এটা ভোটগ্ৰহণ কেন্দ্ৰক অসুৰক্ষিত আৰু লাহোৱাল আৰু নাহৰকটীয়াৰ দুটা, ডিব্ৰুগড়, দুলিয়াজান আৰু টিংখাঙ বিধানসভা সমষ্টিৰ এটাকৈ ভোটগ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ বুলি চিনাক্ত কৰা হৈছে।

আদৰ্শ আচৰণ বিধি ৰূপায়ণ কৰিবলৈ, ফ্লাইং স্কোৱাড, স্থিৰ নিৰীক্ষণ দল, ভিডিঅ’ নিৰীক্ষণ আৰু নিৰক্ষীণ দল আদি গঠন কৰা হ’ব বুলিও জনাইছে পল্লৱ কুমাৰ ঝাএ।

ইফালে ভোট কোডৰ কোনো উলংঘন নকৰাটো নিশ্চিত কৰিবলৈ যোৱা শুকুৰবাৰৰ পৰা ডিব্ৰুগড় নিৰ্বাচন জিলা প্ৰশাসনে প্ৰশিক্ষণ আৰম্ভ কৰা বুলিও প্ৰকাশ কৰিছে।

অভীক চক্ৰৱৰ্তী

অভীক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ছিয়াং বান্ধ প্ৰকল্পক লৈ ক্ষোভৰ জুই, প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি, বিধায়কৰ গৃহ

ছিয়াং বান্ধ প্ৰকল্পক লৈ ক্ষোভৰ জুই, প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি, বিধায়কৰ গৃহ

October 24, 2026 10:09 am
অমিত শ্বাহৰ ঘনিষ্ঠ হোৱাৰ বাবেই মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, অভিযোগ প্ৰাক্তন CEC কুৰেশ্বীৰ

অমিত শ্বাহৰ ঘনিষ্ঠ হোৱাৰ বাবেই মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, অভিযোগ প্ৰাক্তন CEC কুৰেশ্বীৰ

October 24, 2026 9:29 am
লৰেন্স বিষ্ণইৰ প্ৰতিদ্বন্দ্বী, আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতৰ ‘ম’ষ্ট ৱাণ্টেড’ গেংষ্টাৰ হিমাংশু ভাউ

লৰেন্স বিষ্ণইৰ প্ৰতিদ্বন্দ্বী, আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতৰ ‘ম’ষ্ট ৱাণ্টেড’ গেংষ্টাৰ হিমাংশু ভাউ

October 24, 2026 8:39 am
সম্পৰ্ক বজাই ৰখা কঠিন! সুস্থ সম্পৰ্কৰ থাকিবলগীয়া ১০ টা লক্ষণ, সম্পৰ্কক লৈ কেতিয়া নিশ্চিত হ’ব?

সম্পৰ্ক বজাই ৰখা কঠিন! সুস্থ সম্পৰ্কৰ থাকিবলগীয়া ১০ টা লক্ষণ, সম্পৰ্কক লৈ কেতিয়া নিশ্চিত হ’ব?

October 24, 2026 7:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছিয়াং বান্ধ প্ৰকল্পক লৈ ক্ষোভৰ জুই, প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি, বিধায়কৰ গৃহ

ছিয়াং বান্ধ প্ৰকল্পক লৈ ক্ষোভৰ জুই, প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি, বিধায়কৰ গৃহ

October 24, 2026 10:09 am
অমিত শ্বাহৰ ঘনিষ্ঠ হোৱাৰ বাবেই মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, অভিযোগ প্ৰাক্তন CEC কুৰেশ্বীৰ

অমিত শ্বাহৰ ঘনিষ্ঠ হোৱাৰ বাবেই মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, অভিযোগ প্ৰাক্তন CEC কুৰেশ্বীৰ

October 24, 2026 9:29 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd