• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হায় ন্যায় ব্যৱস্থা! ৫৩ বছৰ ন্যায়ৰ অপেক্ষাত কটাই জীৱন সামৰিলে ১০৮বছৰীয়া ব্যক্তিয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 23, 2021 2:44 pm
Representative image

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোৱা হয় যে ভাৰতৰ ন্যায় ব্যৱস্থা যথেষ্ট লেহেমিয়া। আদালতত একোটা অভিযোগ অথবা আবেদন জমা দিয়াৰ পাছত ৰায়ৰ বাবে বছৰৰ পাছত বছৰ ধৰি অপেক্ষা কৰিব লগা হ’ব পাৰে।

বিশেষকৈ দেশৰ ভিতৰুৱা গ্ৰাম্যাঞ্চলৰ লোকসকলে এই অৱস্থাৰ সন্মুখীন হৈ অহাটো সাধাৰণ কথা।

Apply Now

শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ এজন লোকৰ বাতৰিয়ে দেশৰ সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰা দেখা গৈছে।

ৰাজ্যখনৰ ভিতৰুৱা অঞ্চল এটাৰ বাসিন্দা সপান নৰসিংহ গাইকোৱাড নামৰ এজন লোকে ১৯৬৮ চনতে ভূমিবিবাদ সম্পৰ্কীয় এটা মামলাত জড়িত হৈ পৰিছিল।

১৯৬৮ চনত এখন স্থানীয় আদালতত তেওঁ ভূমি বিবাদটোৰ গোচৰৰ আবেদন কৰিছিল। তাৰ পাছৰ পৰ্যায়ত আবেদনটো ১৯৮৮ চনত বম্বে হাইকোৰ্টলৈ প্ৰেৰণ কৰা হয়, কিন্তু ২০১৫ চনত ২৭ বছৰ ধৰি কেইবাটাও শুনানিৰ পাছত উচ্চ ন্যায়ালয়ে গোচৰৰ আবেদন খাৰিজ কৰে।

ইয়াৰ পাছতে লোকজনে ২০১৫ চনৰ অক্টোবৰ মাহত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। অৱশেষত ৫৩ বছৰৰ পাছত, উচ্চতম ন্যায়ালয়ে চলিত বৰ্ষৰ ১২ জুলাই তাৰিখে শুনানিৰ বাবে মান্তি হয়।

উচ্চতম ন্যায়ালয়ে ভূমি বিবাদটোৰ আনটো পক্ষৰ প্ৰতিক্ৰিয়াও আঠ সপ্তাহৰ ভিতৰতে জমা দিবলৈ গোহাৰি জনাইছে।

কিন্তু গাইকোৱাডৰ আইনী উপদেষ্টা বিৰাজ কদমে সংবাদ মাধ্যমক জনায় যে লোকজন বৰ্তমান জীৱিত অৱস্থাত নাই।

অতি আশ্বৰ্যজনকভাৱে উচ্চতম ন্যায়ালয়ে গোচৰটোৰ শুনানিৰ গ্ৰহণৰ সিদ্ধান্ত লোৱাৰ কিছু ক্ষণ পূৰ্বেই ১০৮ বৰ্ষীয় গাইকোৱাডৰ মৃত্যু হয়।

আইনী উপদেষ্টাগৰাকীয়ে জনোৱা মতে, ১২ জুলাই তাৰিখে শুনানিৰ সিদ্ধান্তৰ কিছু সময়ৰ পাছতহে তেওঁ মৃত্যুৰ খবৰ মহাৰাষ্ট্ৰৰ ভিতৰুৱা অঞ্চলটোৰ পৰা লাভ কৰা হয়।

গাইকোৱাডৰ মৃত্যুৰ পাছত এতিয়া তেওঁৰ বৈধ উত্তৰাধিকাৰীয়ে গোচৰটোৰ শুনানি লাভ কৰিব পাৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm
দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

October 17, 2026 12:00 pm
তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

October 17, 2026 11:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd