• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত একেদিনাই চিনাক্ত ১১৭ ক’ভিড আক্ৰান্ত, পাঁচ চিকিৎসকো পজিটিভ

Nenow পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , August 26, 2020 8:07 pm

1 min read

Covid19: 1351 persons discharged in Assam on Sunday

প্ৰতিনিধিত্বমূলক চিত্ৰ

353
VIEWS
Share on FacebookShare on Twitter

১১৭গৰাকী ব্যক্তি শিৱসাগৰত বুধবাৰে ক’ভিড ১৯ পজিটিভ চিনাক্ত হৈছে।

শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ পৰা এই তথ্য লাভ কৰা হৈছে।

এইসকল ব্যক্তিৰ ভিতৰত বহুকেইজন শিক্ষক-শিক্ষয়িত্ৰী বুলি জানিবলৈ পৰা গৈছে।

২২ আগষ্টত ১০০০গৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ শ্বাব সংগ্ৰহ কৰা হৈছিল।

আজি কভিড১৯ পজিটিভ ধৰা পৰা ১১৭গৰাকীৰ লোকৰ ভিতৰত কিমানগৰাকী শিক্ষক-শিক্ষয়িত্ৰী সেই তথ্য এতিয়ালৈকে লাভ কৰা নাই স্বাস্থ্য বিভাগে।

আনহাতে ২৫ আগষ্টত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত কৰ্মৰত পাঁচগৰাকী চিকিৎসকো কভিড১৯ পজিটিভ চিনাক্ত হৈছে।

কভিড আক্ৰান্ত চিকিৎসক কেইজন হ’ল ডাঃ প্ৰশান্ত প্ৰতীম শৰ্মা, ডাঃ মৃন্ময় বৰুৱা, ডাঃ কস্তুৰী দাস, ডাঃ নিৰ্মলা চৌধুৰী আৰু ডাঃ বাস্তৱ বৰগোঁহাই।

এইসকল কৰ’না যোদ্ধা চিকিৎসকৰ উপৰিও চিকিৎসালয়খনত কৰ্মৰত বহুকেইগৰাকী নাৰ্চ, ৱাৰ্ড বয়ো কভিড১৯ পকিজিভ চিনাক্ত হৈছে।

শিৱসাগৰত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ৪৯৭ (।)

Tags: COVID-19

Recent News

IMG-20210115-WA0005

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd