• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সীমান্ত অতিক্ৰমী ১২ গৰাকী বাংলাদেশৰ নাগৰিকৰ ভাৰতত অবৈধভাৱে প্ৰৱেশৰ চেষ্টা

এন ই নাও নিউজ এন ই নাও নিউজ
আগৰতলা , July 13, 2020 6:08 pm

1 min read

সীমান্ত অতিক্ৰমী ১২ গৰাকী বাংলাদেশৰ নাগৰিকৰ ভাৰতত অবৈধভাৱে প্ৰৱেশৰ চেষ্টা

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

730
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে ত্ৰিপুৰাত থকা ভাৰত-বাংলাদেশ সীমান্তৰে ১২ গৰাকী বাংলাদেশী নাগৰিক অবৈধভাৱে ভাৰতত প্ৰৱেশৰ বাবে চেষ্টা কৰা যদিও সীমান্ত সুৰক্ষা বাহিনীৰ চোকা পহৰাৰ বাবে ব্যৰ্থ হয়।

ত্ৰিপুৰাৰ চিপাহী জিলাৰ মধুপুৰ সীমান্তৰে বাংলাদেশী নাগৰিক কেইগৰাকীয়ে ভাৰতত প্ৰৱেশৰ বাবে চেষ্টা কৰিছিল।

স্থানীয় লোকে জনোৱা মতে, বাংলাদেশী নাগৰিক কেইগৰাকীয়ে বাংলাদেশৰ কাইটীয়া তাৰ পাৰ হৈ ভাৰতত প্ৰৱেশৰ বাবে চেষ্টা কৰিছিল যদিও বি এছ এফৰ পহৰাৰ কাৰণে ভাৰতৰ কাইটীয়া তাৰ অতিক্ৰম কৰিবলৈ সক্ষম নহ’ল।

মধুপুৰ ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ পৰা মাত্ৰ ৩৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত।

স্থানীয় লোকে অভিযোগ কৰা অনুসৰি বাংলাদেশী নাগৰিক কেইগৰাকীয়ে ভাৰতৰ ভূখণ্ডৰ ভিতৰত অস্থায়ীভাৱে নিজৰ ঘৰো নিৰ্মাণ কৰিছে আৰু মাজে সময়ে আহি থাকে।

আনহাতে, এই সন্দৰ্ভত বি এছ এফৰ তৰফৰ পৰা কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা হোৱা নায়।

ত্ৰিপুৰাত বাংলাদেশৰ নাগৰিকে অবৈধভাৱে সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰা এটা দীৰ্ঘদিনীয়া সমস্যা।

ক’ৰ’নাৰ সংক্ৰমণে বাংলাদেশকো বেয়াকৈ জুৰুলা কৰাৰ সময়ত চৰকাৰে বি এছ এফক সীমান্তত তীক্ষ্ন নজৰ ৰখাৰ বাবে নিৰ্দেশ দিছে।

Recent News

COVID19-image-credit-Odishatv-750x375

গোলাঘাটত দৈনিক বাঢ়িছে ক’ভিড পজিটিভৰ সংখ্যা; যোৱা ২৪ ঘন্টাত ১১ জন ক’ভিড ৰোগী চিনাক্ত

Park-street

পাঁচ মহলীয়া আট্টালিকাৰ পৰা পাঁচ যুৱতীৰ একেলগে জঁপিযাই আত্মহত্যাৰ চেষ্টা : ক’ত আৰু কিয়?

_100707788_a30f995d-99d8-4eeb-a521-1250a29e53e9

উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ভাৰোত্তোলক মীৰাবাই চানুৰ নতুন অভিলেখ স্থাপন

index.jpg8

কৰোনাৰ আতংকত কঁপিছে দেশ! : ২ সপ্তাহৰ লকডাউন ঘোষণা এখন ৰাজ্যত; কোন ৰাজ্য?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd