• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দেশত ড্ৰাগছৰ অতিমাত্ৰা সেৱনৰ বাবে প্ৰতি সপ্তাহত ১২ জন লোকৰ মৃত্যু! এনচিআৰবিৰ উদ্বেগজনক পৰিসংখ্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 9, 2025 9:47 am
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত ড্ৰাগছৰ অতিমাত্ৰা সেৱনৰ বাবে প্ৰতি সপ্তাহত কমেও ১২ জন লোকৰ মৃত্যু হয়। এই পৰিসংখ্যা এনচিআৰবি বা নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ। এনচিআৰবিৰ তথ্য অনুসৰি ২০২৩ চনত এই সংখ্যা গড়ে দিনটোত প্ৰায় দুজন লোকৰ মৃত্যু হৈছিল। কেৱল সেয়াই নহয়, এনচিআৰবিয়ে দাবী কৰিছে যে দেশৰ কিছুমান ৰাজ্যত ড্ৰাগছৰ অতিমাত্ৰা সেৱনৰ ফলত মৃত্যুৰ হাৰ বিপজ্জনকভাৱে বৃদ্ধি পাইছে। আৰু এই তালিকাৰ শীৰ্ষত আছে পঞ্জাৱ আৰু ৰাজস্থানৰ নাম।

তথ্য অনুসৰি ২০১৯ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ড্ৰাগছৰ অতিমাত্ৰা সেৱনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৩ হাজাৰৰো অধিক। তাৎপৰ্যপূৰ্ণভাৱে এই মৃত্যুৰ সংখ্যা কেৱল নথিৰ মাজতে সীমাবদ্ধ। ইয়াত বেচৰকাৰী উৎসৰ বিৱৰণী অন্তৰ্ভুক্ত কৰা হোৱা নাই। আন এটা উল্লেখযোগ্য কথা হ’ল যে অতিমাত্ৰা সেৱনৰ ফলত হোৱা মৃত্যুৰ ক্ষেত্ৰত কোনো ‘মাদক’ বা আন কোনো প্ৰেছক্ৰিপচন ঔষধৰ ব্যৱহাৰ জড়িত নেকি সেই বিষয়ে এনচিআৰবিয়ে স্পষ্ট কৰা নাছিল। কিন্তু বিশেষজ্ঞসকলৰ মতে এনে ক্ষেত্ৰত সাধাৰণতে বিষনাশক বা টোপনিৰ বড়িৰ ব্যৱহাৰ দায়ী। গতিকে এই অভাৰড’জ কিয়, এই বিষয়ত চিকিৎসকৰ মাজত ভিন্নমত দেখা যায়। তেওঁলোকৰ মতে ইয়াৰ কাৰণ ইচ্ছাকৃত বা আকস্মিক হ’ব পাৰে।

Apply Now

এনচিআৰবিৰ তথ্য অনুসৰি কিশোৰ-কিশোৰীসকলৰ মাজত এই মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে। প্ৰেছক্ৰিপচন ঔষধৰ তালিকাত থকা ঔষধসমূহৰ ভিতৰত সাধাৰণতে ‘অপব্যৱহাৰ’ কৰা ঔষধসমূহ হ’ল অপিঅ’ইড বিষনাশক, উদ্বেগ নিবাৰণকাৰী ঔষধ, শান্তকাৰী আৰু উদ্দীপক। তাৎপৰ্যপূৰ্ণভাৱে এন চি আৰ বিৰ তথ্য অনুসৰি ২০২০ চনত দেশত ড্ৰাগছৰ অতিমাত্ৰা সেৱনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস পাইছে।ইয়াৰ কাৰণ সেই সময়ত Covid বৃদ্ধি হোৱা বুলি কোৱা হৈছে। কিন্তু পিছৰ বছৰত ই সৰ্বাধিক বৃদ্ধি পাই ৭৩৭ জন লোকৰ মৃত্যু হয়। তামিলনাডুত আৰম্ভণিতে এনে মৃত্যুৰ হাৰ অধিক আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd