• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চোৰাং গৰুৰ ট্ৰাকৰ সৈতে পশু চিকিৎসক আৰু পশুধনৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে কাম কৰা সংগঠনৰ সম্পাদকক আটক

এন ই নাও নিউজ by এন ই নাও নিউজ
September 6, 2019 11:41 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজন পশু চিকিৎসক আৰু পশুধনৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে মাত মতা ব্যক্তি হিচাপে চিহ্নিত এজন লোককে ধৰি মুঠ ১২জন লোকক চোৰাং গৰুৰ ট্ৰাকৰ সৈতে আটক কৰিছে কোকৰাঝাৰ আৰক্ষীয়ে।

দলটো অসম-বংগ সীমান্তইদি বাংলাদেশলৈ গৰুৰ চোৰাং সৰবৰাহৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীৰ জালত পৰে।

Apply Now

বাংলাদেশলৈ চালান দিবলৈ নিয়া ১৬টা গৰু ভৰ্তি ট্ৰাকৰ সৈতে ধৰা পৰা দলটোৰ মূল কাণ্ডাৰী অৰুণ লিংডো এজন পশু চিকিৎসক আৰু আনজন মুন্না শইকীয়া পশুধনৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে সততে সৰৱ হৈ অহা সদৌ ভাৰত পশুধন ব্যৱসায়ী আৰু পৰিবহণকাৰী সংস্থাৰ সম্পাদক।

অসম আৰু মেঘালয় হৈ বাংলাদেশলৈ গৰু চোৰাংকৈ পাৰ কৰি থকা নৈমিত্তিক ঘটনাবোৰৰ আঁত ধৰি যোৱা দুদিনত কোকৰাঝাৰ আৰক্ষীয়ে অসম-বংগ সীমান্ত এলেকাত নিশাৰ ভাগত অভিযান চলাইছিল। এই অভিযানৰ সময়তে দুয়োজনকে আন আন সহযোগীৰ সৈতে জালত পেলাবলৈ আৰক্ষী সক্ষম হয়।

আৰক্ষীয়ে দিয়া তথ্য হ’ল- ৫ ছেপ্টেম্বৰত পশ্চিম বংগৰ পৰা অসম আৰু মেঘালয় হৈ বাংলাদেশলৈ চোৰাংকৈ গৰু পাৰ কৰিবলৈ অসমত প্ৰৱেশ কৰিবৰ বাবে ১৬টা গৰু সহ এখন ট্ৰাক (এ এছ ০১ জি চি/৩৮৩৭) নিশ্ছিদ্ৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে পাৰ কৰাই আনি আছিল সৰ্ব ভাৰতীয় পশু ব্যাৱসায়ী আৰু পৰিবহণ সন্থাৰ স্বয়ং সভাপতি অৰুণ লিংডো আৰু সম্পাদক মুন্না শইকীয়াই।

আৰক্ষীৰ মতে, এ এছ ০১ এ কে/৭৩৬৩ নম্বৰৰ এখন ইন’ভা গাড়ীত বহি এওঁলোক দুজনে সুৰক্ষাৰ দায়িত্ব পালন কৰি আহিছিল।

ইপিনে ডব্লিউ বি ৭০ বি/৮৫৩৯ নম্বৰৰ এখন অ’লটো গাড়ী সহ আৰক্ষীয়ে যোৱা দুদিনত আন আঠগৰাকী গৰুৰ চোৰাং ব্যৱসায়ীক কৰায়ত্ত কৰিছে৷ এই সকলৰ ভিতৰত গুৱাহাটী হাতীগাঁৱৰ খুঁটিৰাম শইকীয়াৰ পুত্ৰ ডাঃ কিশ্বৰুড শইকীয়াও (৪৮) আছে।

আটক হোৱা বাকী চোৰাং ব্যৱসায়ীসকল পশ্চিম বংগৰ এমবোলকাৰ শিবু বৰ্মনৰ পুত্ৰ বিশ্বজিৎ ৰায়(৩০), বৰাইপাৰাৰ শৈলেন্দ্ৰ বৰ্মনৰ পুত্ৰ প্ৰদেপ বৰ্মন(৩২), উত্তৰ দিনাজপুৰ জিলাৰ ধাইঘাটৰ দাশোৰুদ্দিনৰ পুত্ৰ আব্দুল আলম(২৬), দেৰাজ উদ্দিনৰ পুত্ৰ মজিবৰ ৰহমান(৩০), গোপাল মণ্ডলৰ পুত্ৰ মানিক মণ্ডল(৩১), মালিক ফিৰোজ(৪৬) আৰু ৰচিদ আলী(৪০)৷

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd