• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 2, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 16, 2021 7:48 am

1 min read

a doctor
184
VIEWS
Share on FacebookShare on Twitter

অৱশেষত বহু প্ৰত্যাশিত দিনটো আহিল।

আজি সমগ্ৰ দেশৰ লগতে অসমতো কোভিডৰ ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা মতে আজি পোন প্ৰথমে ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে কোভিডৰ ভেকচিন গ্ৰহণ কৰিব।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা মতে প্ৰথমে ভেকচিন  গ্ৰহণ কৰিবলগীয়া জ্যেষ্ঠ চিকিৎসক সকলৰ ভিতৰত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডাঃউমেশ চন্দ্ৰ শৰ্মা,বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডাঃ ধ্ৰুৱজ্যোতি বৰা আদিও আছে।

অসমত আজি ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ৩ শতাংশ লোকক কোভিডৰ ভেকচিন প্ৰদান কৰা হ’ব বুলি স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে সদৰি কৰে।

ক’ৰ’ণা যোদ্ধা আৰু ৰুগীয় লোকক ভেকচিন প্ৰদানৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ’ব বুলি তেওঁ কয়।

প্ৰথম পৰ্যায়ৰ ভেকচিন প্ৰদান কাৰ্যসূচীত প্ৰায় ১ লাখ আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ লোকক সামৰি লোৱা হ’ব।

ইয়াৰোপৰি অম্বুলেন্সৰ চালক, প্ৰায় ১ লাখ ৯০ হাজাৰ চিকিৎসক, নাৰ্চ আদিকো প্ৰথম পৰ্যায়ত ভেকচিন প্ৰদান কৰা হ’ব।

ইতিমধ্যে ভেকচিন প্ৰদান কৰিবলৈ ৮৬৫১ গৰাকী লোকক প্ৰশিক্ষিত কৰি তোলা হৈছে।

ৰাজ্যৰ ৬৫ টা কেন্দ্ৰত আজি ভেকচিন প্ৰদান কৰা হ’ব।

অসমে এতিয়ালৈকে কোভিশ্বিল্ডৰ ২০১,৫০০ টা আৰু কোভাক্সিনৰ ২০,০০০ টা ডোজ লাভ কৰিবলৈ সক্ষম হৈছে।

Recent News

index.jpg12

এসপ্তাহ ধৰি মৰিগাঁৱত দুই কলেজীয়া ছাত্ৰী নিৰুদ্দেশ : চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ জিলাখনত

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

https _cdn.cnn.com_cnnnext_dam_assets_210226001020-palace-of-justice-malaysia-file

সমকামীৰ যৌনতা নিষিদ্ধকৰণৰ বিৰুদ্ধে শীৰ্ষ আদালতত এগৰাকী মুছলমান সমকামীৰ ঐতিসাহিক বিজয়

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd