• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এগৰাকী ১২ বছৰীয়া ছোৱালীৰ এটা প্ৰশ্নই ভাবগধুৰ কৰি তুলিলে মুখ্যমন্ত্ৰী সোণোৱালক, কি সুধিছিল তুতছিয়ে?

এন ই নাও নিউজ by এন ই নাও নিউজ
November 21, 2020 5:16 pm
12-Year Kid Asks CM Sonowal To Work
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী ১২ বছৰীয়া কিশোৰী। আন দহ গৰাকী কিশোৰীৰ দৰেই ৰং মনেৰে পখিলা খেদি ফুৰাৰ বয়স তেওঁৰ।

কিন্তু জীৱনৰ কেতবোৰ বিশেষ ঘটনাকলৈ বিৰক্ত কিশোৰী গৰাকী।

Apply Now

নাম তেওঁৰ তুতছি ৰামচিয়াৰী। UNICEF Assam ৰ এগৰাকী সদস্যা তুতছিৰ কেতবোৰ প্ৰশ্নই আজি ভাব গধুৰ কৰি তুলিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক।

বিশ্ব শিশু দিৱসৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি তেওঁৰ চৰকাৰী বাসভৱনত ইউনিচেফ ইণ্ডিয়াৰ বিষয়াবৰ্গৰ উপৰি ইউনিচেফ  অসমৰ সদস্য একাংশৰ সৈতে মত বিনিময় কৰে।

উক্ত অনুষ্ঠানতে তুতছি ৰামচিয়াৰী নামৰ ১২ বছৰীয়া কিশোৰী গৰাকীয়ে তেওঁৰ জীৱনৰ দুখৰ অধ্যায় বৰ্ণনা কৰি কয় যে তেওঁৰ জন্মৰ পিছতে তেওঁৰ মাকৰ মৃত্যু ঘটিছিল।

 

As part of #WorldChildrensDay celebrations, a delegation comprising of @UNICEFIndia officials and children called on CM Shri @sarbanandsonwal at his official residence in Guwahati.

The children presented a Children’s Manifesto to the CM and shared recommendations with him. pic.twitter.com/aoZHh8S52e

— Chief Minister Assam (@CMOfficeAssam) November 21, 2020

মাকৰ মৃত্যুৰ বাবে  তেওঁৰ পিতৃয়ে তুতছিয়েই দায়ী বুলি ধৰি লৈছিল আৰু সেয়ে তুতছিক পৰিত্যাগ কৰিছিল।এনেদৰে নিজৰ জীৱনৰ দুখৰ কথা বৰ্ণনা কৰি তুতছিয়ে মুখ্যমন্ত্ৰী সোণোৱালক সুধিছিল—‘মই যদি ল’ৰা হ’লোহেঁতেন তেন্তে দেউতাই মোক পৰিত্যাগ কৰিলেহেঁতেন নে’?

১২ বছৰীয়া ছোৱালীজনীৰ প্ৰশ্নই ক্ষন্তেকৰ বাবে হ’লেও ভাবগধুৰ কৰি তুলিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক।

তুতছি ৰামচিয়াৰীয়ে তেওঁ ভোগ কৰা সমস্যা যাতে আন কোনেও ভোগ কৰিব নালাগে তাৰ বাবে লিংগ বৈষম্য দূৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী সোণোৱালক অনুৰোধ জনায়।

অনুষ্ঠানত চেলিব্ৰেল পালচি ৰোগত আক্ৰান্ত ১১ বছৰীয়া ৰিমঝিম শইকীয়াই তেওঁৰ দৰে শিশুসকলে নাচ-গান কৰিব পৰাকৈ ৰাজ্যৰ প্ৰতি খন জিলাতে বিশেষ বিদ্যালয় স্থাপন কৰাৰ বাবে আহ্বান জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd