• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পদ ২০০, নিযুক্তি ১২০০ জনক! নাগালেণ্ড আৰক্ষীত বিষম কাণ্ডৰ অভিযোগ

Nenow এন ই নাও নিউজ
গুৱাহাটী , February 15, 2020 6:57 pm

1 min read

naga

নাগালেণ্ড

188
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ড আৰক্ষীৰ দুশটা (২০৬) পদৰ বাবে বিজ্ঞাপন দি বাৰশজনক নিযুক্তি দিয়াৰ অভিযোগে চৰ্চা লাভ কৰিছে।

স্থানীয় এক জনজাতীয় সংগঠনৰ প্ৰতিবাদৰ পিছত নিযুক্তসকলৰ প্ৰশিক্ষণ প্ৰক্ৰিয়া কৰ্তৃপক্ষই বন্ধ কৰিছে।

কিন্তু প্ৰশিক্ষণ কেন্দ্ৰত পৰ্য্যাপ্ত আন্তঃগাঁথনিৰ অভাৱৰ বাবেহে এনে কৰা হৈছে বুলি নাগালেণ্ড আৰক্ষীয়ে জনোৱা বুলি বাতৰিত প্ৰকাশ।

যোৱা নৱেম্বৰতে এই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল যদিও শেহতীয়াকৈহে ঘটনাটো পোহৰলৈ অহা বুলি প্ৰকাশ।

ডিমাপুৰৰ নাগালেণ্ড সশস্ত্ৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত শুকুৰবাৰৰ পৰা প্ৰশিক্ষণটো আৰম্ভ হোৱাৰ কথা আছিল।

চুমুকেদিমা চহৰৰ নাগা ট্ৰাইবেল ইউনিয়নে নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ কৰিবলৈ চৰকাৰক দাবী জনাই কৈছে যে অন্যথা নিযুক্তি পোৱা সকলোকে প্ৰশিক্ষণত যোগ দিয়াত তেওঁলোকে বাধা দিব।

নাগা ষ্টুডেণ্টছ ফেডাৰেচনেও ২২ ফেব্ৰুৱাৰিত বিষয়টো সন্দৰ্ভত আলোচনাৰ বাবে এক সভা আহ্বান কৰিছে।

Recent News

a job

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ওলাইছে চাকৰি, কোনে ,কেতিয়ালৈ কৰিব পাৰিব আবেদন? পঢ়ক সৱিশেষ

index.jpg

কাশ্মীৰৰ কুলগামত আইডি বিস্ফোৰণ : ১ গৰাকী জোৱান নিহত, আহত ৩ জোৱান

a ulfa

সময়সীমা বান্ধি দিলে আলফাই: ১৬ ফেব্ৰুৱাৰীৰ ভিতৰত মুক্তিপণ আদায় নিদিলে হত্যা কৰিব অপহৃত বিষয়া ৰাম কুমাৰক

Teok

টীয়কত কা বিৰোধিতাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পথ সভা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd