• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ফলাফল ঘোষণাৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছত বিসম্বাদ; ৰিপুন বৰাৰ বিৰুদ্ধে ১৩ গৰাকী জ্যেষ্ঠ নেতাৰ ৰাহুল গান্ধীলৈ পত্ৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 22, 2019 7:07 pm

1 min read

24-04-19-Guwahati-Ripun-Borah-press-conference-4-1140x570

ৰিপুন বৰাৰ ফাইল ফটো।

1.4k
VIEWS
Share on FacebookShare on Twitter

লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে কৰ্ণাটকৰ পাছত এইবাৰ বিসম্বাদ আৰম্ভ হৈছে অসম প্ৰদেশ কংগ্ৰেছত।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ বিৰুদ্ধে দলৰ ৰা্ষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীক অভিযোগ প্ৰেৰণ কৰিছে অসমৰ ১৩ গৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতাই।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দ্বিজেন শৰ্মা, আব্দুল হামিদ, বলীন কুলি, ললিত মোহন শুক্লবৈদ্য, নুৰ জামাল চৰকাৰ, মঞ্জুশ্ৰী পাঠক, ৰমেন বৰঠাকুৰ, ৰমানন্দ দাস, এম এইচ চৌধাৰী, অৰুণ দত্ত মজুমদাৰ, পাৰ্থ প্ৰতিম বৰা, সুদীপ ঘোষ আৰু সন্দ্বীপ শৰ্মাই কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে ভেনুগোপালৰ জৰিয়তে ৰাহুল গান্ধীলৈ অভিযোগ পত্ৰখন প্ৰেৰণ কৰে।

আনহাতে, ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰা পত্ৰখনত লোকসভা নিৰ্বাচনত টিকত বিতৰণৰ ক্ষেত্ৰত ৰিপুন বৰাই ব্যাপক ধনৰ লেনদেন কৰা, এ আই য়ু ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ পৰা ধন লোৱা আদি অভিযোগ উত্থাপন কৰিছে।

তদুপৰি, ক্ষুব্ধ কংগ্ৰেছী জ্যেষ্ঠ নেতাকেইগৰাকীয়ে অসমত ৰিপুন বৰাৰ ভাৱমুৰ্তি অতি বেয়া বুলি উল্লেখ কৰি শীঘ্ৰে বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা অপসাৰণ কৰাৰ দাবী জনাইছে।

উল্লেখযোগ্য যে, অসমৰ পূৰ্বে কৰ্ণাটকতো কংগ্ৰেছৰ জ্যেষ্ঠ নেতা এগৰাকীয়ে মুকলিকৈ ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd