DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিষাক্ত সুৰা পান কৰি ১৪জন প্ৰব্ৰজিত শ্ৰমিকৰ মৃত্যু; তদন্তৰ নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 16, 2020 12:18 pm
WhatsApp Image 2020-10-16 at 11.35.33 AM

প্ৰতিনিধিত্বমূলক ফটো।

35.5k
VIEWS
Share on FacebookShare on Twitter

বিষাক্ত সুৰা পান কৰি মধ্য প্ৰদেশত ১৪জন প্ৰব্ৰজিত শ্ৰমিকৰ মৃত্যু ঘটিছে। ৰাজ্যখনৰ উজ্জয়িনীত সংঘটিত হোৱা এই ঘটনাৰ বাবে চাৰিগৰাকী আৰক্ষী বিষয়াক নিলম্বিত কৰা হৈছে।

আনহাতে, অবৈধভাৱে মদ প্ৰস্তুত কৰি বিক্ৰী কৰাৰ অপৰাধ ১২জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

বাতৰি অনুসৰি, বুধবাৰে নিশা উজ্জয়িনীৰ বিভিন্ন স্থানৰ পৰা ৭জন প্ৰব্ৰজিত শ্ৰমিকৰ মৃত্যুৰ খৱৰ পোহৰলৈ আহে। তাৰ পাছত বৃহস্পতিবাৰে পুৱা খাৰাকৌন আৰক্ষী থানা অঞ্চলত দুজনৰ মৃত্যু হয়। সেইদৰে পাছত হাস্পাতলতো দুজনৰ মৃত্যু হয়।

ইয়াৰ পাছত দিনটোৰ ভিতৰত বিভিন্ন স্থানৰ পৰা আন তিনিজনৰ মৃত্যুৰ খৱৰ আহে। তাৰ পাছতে তৎপৰ হৈ পৰে আৰক্ষী।

জানিব পৰা মতে, স্থানীয়ভাৱে প্ৰস্তুত পোলাটি মদ খোৱাৰ বাবে তেওঁলোকৰ মৃত্যু ঘটিছে। এই মদ প্ৰস্তুত কৰোতে জিনজাৰ টিংচাৰ নামৰ এবিধ ৰাসায়নিক পদাৰ্থ প্ৰয়োগ কৰা হয় বুলি কোৱা হৈছে।

ঘটনাৰ পাছতে মধ্য প্ৰদেশ চৰকাৰে খাৰাকৌন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া এম এল মীনা, উপ-পৰিদৰ্শক নিৰঞ্জন সৰকাৰৰ লগতে দুজন কনিষ্টবলক নিলম্বন কৰে।

আৰক্ষীয়ে অবৈধভাৱে মদ প্ৰস্তুত কৰা ১২ জন লোকক গ্ৰেপ্তাৰ কৰে। এই লোককেইজনে জানিবলৈ দিয়া মতে তেওঁলোকে এই মদ প্ৰস্তুত কৰোতে ইথাইল ইথাৰ হেক্সেন নামৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰিছিল।

বিষাক্ত সুৰা পান কৰি এইদৰে ১৪জন লোকে প্ৰাণ হেৰুৱা ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহানে। ইয়াৰ বাবে তিনিজনীয়া এক বিশেষ কমিটিও গঠন কৰি দিছে।

Recent News

আম আদমি পাৰ্টীত যোগদান এআইউডিএফৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ

আম আদমি পাৰ্টীত যোগদান এআইউডিএফৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ

বঙাইগাঁও চেম্বাৰ অৱ কমাৰ্চৰ দ্বি -বাৰ্ষিক সাধাৰণ সভা ,চেম্বাৰ্ছ ডায়েলগ স্মৰণিকা উন্মোচন

বঙাইগাঁও চেম্বাৰ অৱ কমাৰ্চৰ দ্বি -বাৰ্ষিক সাধাৰণ সভা ,চেম্বাৰ্ছ ডায়েলগ স্মৰণিকা উন্মোচন

Stampede broke out: প্ৰসাদৰ বাবে ল’ৰা ঢপৰা; পদপিষ্ট হৈ কমেও ১৭ জন ভক্ত আহত

Stampede broke out: প্ৰসাদৰ বাবে ল’ৰা ঢপৰা; পদপিষ্ট হৈ কমেও ১৭ জন ভক্ত আহত

নিশা অহা এজাক মুষলধাৰ বৰষুণতে বুৰ গ’ল ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰ

নিশা অহা এজাক মুষলধাৰ বৰষুণতে বুৰ গ’ল ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd