DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

১৪ মহীয়া শিশুৰ প্ৰাণ কাঢ়ি নিলে মহামাৰী ক’ৰ’না ভাইৰাছে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 8, 2020 10:31 am
১৪ মহীয়া শিশুৰ প্ৰাণ কাঢ়ি নিলে মহামাৰী ক’ৰ’না ভাইৰাছে

প্ৰতিনিধিত্বমূলক চিত্ৰ

51k
VIEWS
Share on FacebookShare on Twitter

ভাৰতত দ্ৰুত হাৰত বৃদ্ধি পাই আছে ক’ৰ’না ভাইৰাছৰ সংহাৰ। গুজৰাটৰ জমানগৰত এটি ১৪ মহীয়া শিশু ক’ৰ’নাত আক্ৰান্ত হৈ মঙলবাৰে মৃত্যু হয়।

মঙলবাৰৰ দিনটোত গুজৰাটত মুঠ চাৰিজন লোকৰ মৃত্যু হয়। এই ভাইৰাছবিধৰ ফলত ৰাজ্যখনত এই পৰ্যন্ত মুঠ ১৬ জন লোকে মৃত্যুবৰণ কৰে।

ইয়াৰ পূৰ্বে মঙলবাৰৰ দিনটোত ৰাজ্যখনৰ ছুৰট আৰু পাটনত এজন এজন লোকৰ মৃত্যু হৈছিল।

গুজৰাটত মঙলবাৰৰ দিনটোত ১৯ গৰাকী লোকৰ দেহত ক’ৰ’না ভাইৰাছ ধৰা পৰিছে, য’ত ১৩ গৰাকী লোকেই আহমেদাবাদৰ।

উল্লেখ্য যে ক’ৰ’না ভাইৰাছৰ বাবে কেন্দ্ৰ চৰকাৰে সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰাৰ পিছতো এই পৰ্যন্ত ইয়াৰ সংহাৰ হ্ৰাস পোৱা পৰিলক্ষিত হোৱা নাই।

স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি দেশত এই পৰ্যন্ত ৪৭৮৪ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে আৰু ইয়াৰ ফলত ১২৪ গৰাকী লোকৰ মৃত্যু হৈছে।

দেশৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক ১০০০ৰো অধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৬৪ গৰাকীৰ মৃত্যু হয়।

জানিব পৰা মতে যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ৫০৮ গৰাকী ক’ৰ’নাত আক্ৰান্ত হৈছে আৰু ১৩ জন লোকে মৃত্যুবৰণ কৰে।

Tags: COVID-19

Recent News

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd