• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰতিভাৰ সন্ধানত অহা ৭ জানুৱাৰিত ধুবুৰীৰ ১৪খন বিদ্যালয়ৰ এক অনন্য অনুষ্ঠান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 27, 2018 2:52 pm

2 min read

Dhubri student

ফটো : নৰ্থ-ইষ্ট নাও

274
VIEWS
Share on FacebookShare on Twitter

ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন সুপ্ত প্ৰতিভা বিকশিত কৰাৰ উদ্দেশ্য আগত ৰাখি ধুবৰী জিলাৰ আগমণি শিক্ষাখণ্ডৰ অন্তৰ্গত এক ভিতৰুৱা অঞ্চলৰ লোহাজানি মণ্ডল সমল কেন্দ্ৰৰ শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সকলৰ প্ৰচেষ্টাত আৰু নীতি আয়োগৰ পৃষ্ঠপোষকতাত অহা বৰ্ষৰ ৭ জানুৱাৰিত এক অনন্য অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

ৰমেশ্বৰ চন্দ্ৰ চৰকাৰ চাটম খেল পথাৰত লোহাজানি সমল কেন্দ্ৰৰ অন্তৰ্ভুক্ত ১৪ খন বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলৰ অংশগ্ৰহনেৰে পৰম্পৰাগত সাজ-পাৰ পৰিধানেৰে এক প্ৰতিভা সন্ধান মূলক অনুষ্ঠানৰ আয়োজন কৰিব বুলি আয়োজকে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে উক্ত দিনা ৰাতিপুৱা ১০ বজাত বৃক্ষ ৰোপনেৰে অনুষ্ঠান আৰম্ভ কৰি ছাত্র-ছাত্ৰীসকলে ক্ৰমে আধুনিক, পৰম্পৰাগত আৰু স্থানীয় জনগোষ্ঠী কোচ ৰাজবংশী সাজেৰে “Ramp Walk” ৰ লগতে একক, দলীয় নৃত্য, বিহু নৃত্য,  কবিতা আবৃত্তি, নাটক আদি কৰিব বুলি আয়োজক সমিতিয়ে অৱগত কৰায়।

25490047-436f-43e6-a8e2-8ac26c977d37
ফটো : নৰ্থ-ইষ্ট নাও

আনহাতে অনুষ্ঠানৰ বিশেষ আকৰ্ষণ হিচাপে কোচ ৰাজবংশী সকলৰ পোষণা সংক্ৰান্তিৰ লগত সংগতি ৰাখি ভেলা ঘৰ প্ৰদৰ্শনীৰো ব্যৱস্থা থাকিব। সেই উপলক্ষে এতিয়াৰ পৰাই আয়োজক সমিতি, বিদ্যালয় সমূহৰ শিক্ষক-শিক্ষয়ত্ৰী তথা ছাত্র-ছাত্ৰীসকলে পূৰ্ণ উদ্যমেৰে অনুশীলন আৰু প্ৰস্তুতি চলাই গৈছে।

উল্লেখ্য যে এই ক্ষেত্ৰত কোচ ৰাজবংশী চলচিত্ৰ জগতৰ কেইজনমান সুহৃদয় ব্যক্তি কৌশিক ৰায়, কৃষ্ণকান্ত ৰায় আৰু মিৰাভা দাসে বিভিন্ন দিশত সহায়-সহযোগিতা আগবঢ়াই আহিছে।

Recent News

a melas

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন আৰু বিদেশী সমস্যা সমাধানৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

a melas

ক্ষমতাত নথকা ট্ৰাম্পৰ সৈতে ফটো এখন উঠিবলৈও অনিচ্ছা মেলানিয়াৰ! চাওঁক ভিডিঅ’

couple died corona after celebrating 70th anniversary

মাৰাত্মক কৰ’না! নিজৰ ৭০তম বিবাহবাৰ্ষিকী উদযাপন কৰাৰ পাছতে কৰ’নাত মৃত্যু দম্পতিৰ

সকলো লোককে দিয়া হ’ব বিনামূলীয়া কোভিড ভেকচিন; এইখন ৰাজ্যৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ

বহু কেইখন দেশলৈ কোভিড ভেকচিনেৰে সহায় ভাৰতৰ; আমেৰিকাৰ উচ্চ প্ৰশংসা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd