• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহাৰাষ্ট্ৰৰ গৃহ নিৰ্মাণ মন্ত্ৰীৰ ষ্টাফৰ ১৪ গৰাকী সদস্য ক’ৰ’নাত আক্ৰান্ত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 14, 2020 8:13 am

1 min read

5557172616b9854c40b14e1a2b161dfb
696
VIEWS
Share on FacebookShare on Twitter

মহাৰাষ্ট্ৰ চৰকাৰৰ গৃহ নিৰ্মাণ বিভাগৰ মন্ত্ৰী জিতেন্দ্ৰ আৱহাৰৰ ব্যক্তিগত ষ্টাফৰ ১৪ গৰাকী লোকৰ দেহত ক’ৰ’না ভাইৰাছ ধৰা পৰিছে। ১৪ গৰাকীৰ ভিতৰত ৫ গৰাকী আৰক্ষী কনিষ্টবল আৰু বাকী ৯ গৰাকী ঘৰুৱা কৰ্মচাৰী আৰু দলৰ কৰ্মকৰ্তা।

এই ১৪ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পিছতে কেবিনেট মন্ত্ৰী জীতেন্দ্ৰ নিজে কোৱাৰেণ্টাইনত যায়।

সোমবাৰে এন চি পি নেতা জীতেন্দ্ৰই আৱহাৰে জানিবলৈ দি কয় যে তেওঁ এজন এনেকুৱা ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিল যিজন পিছত ক’ৰ’নাত পজিটিভ পাইছিল। ইয়াৰ পিছতে তেওঁ কোৱাৰেণ্টাইনত যোৱাৰ কথা ঘোষণা কৰে।

মন্ত্ৰী জীতেন্দ্ৰ থানে জিলাৰ কালৱা-মুম্ৱ্ৰা বিধানসভাক প্ৰতিনিধিত্ব কৰে, আৰু যোৱা কিছুদিনত এই অঞ্চলটোত অধিক হাৰত ক’ৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে।

নিউজ এজেন্সি পি টি আইৰ সূত্ৰই জনোৱা মতে মন্ত্ৰী জীতেন্দ্ৰই কিছুদিন পূৰ্বে এজন আৰক্ষী বিষয়াৰ সম্পৰ্কত আহিছিল, আৰু সেই বিষয়াজন পিছত ক’ৰ’নাত আক্ৰান্ত হয়।

উল্লেখ্য যে ক’ৰ’নাৰ বাবে কোৱাৰেণ্টাইনত যোৱা তেওঁ ৰাজ্যৰ প্ৰথম মন্ত্ৰী। তেওঁ নিজৰ বিধানসভাৰ জনসাধাৰণক নিজৰ নিজৰ ঘৰত থাকি লকডাউন মানি চলিবলৈ আহ্বান জনায়।

Tags: COVID-19

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd