• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰতিশোধৰ নৃশংস পথ! পিতৃৰ সৈতে হোৱা কাজিয়াৰ পোতক তুলিবলৈ তেওঁৰ কন্যা সন্তানক ধৰ্ষণ কৰি হত্যা কৰিলে ১৫ বৰ্ষীয় কিশোৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 2, 2022 6:39 am
child raped and killed
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে ধৰ্ষণ তথা নাৰীজনিত অপৰাধৰ ঘটনা। পিছে সম্প্ৰতি পোহৰলৈ অহা এনে এক অপৰাধৰ ঘটনাই চকু কপালত তুলিছে সকলোৰে। প্ৰতিশোধৰ তাড়নাত কোনো লোক কেনে এক নিকৃষ্ট পৰ্যায়লৈ নামিব পাৰে, তাৰ এক ঘৃণনীয় তথা চাঞ্চল্যকৰ উদাহৰণ হৈ পৰিছে এটি ১৫ বৰ্ষীয় কিশোৰে সংঘটিত কৰা নৃশংস কাণ্ড।

এগৰাকী ব্যক্তিৰ সৈতে কাজিয়াত লিপ্ত হোৱাৰ পিছত এই কাজিয়াৰ প্ৰতিশোধ লোৱাৰ তাড়নাত এটি কিশোৰে ব্যক্তিগৰাকীৰ ৯ বৰ্ষীয় কন্যা সন্তানটিক ধৰ্ষণ কৰি হত্যা কৰিছে। এই নৃশংস কাণ্ড পোহৰলৈ অহাৰ পিছত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

Apply Now

মহাৰাষ্ট্ৰৰ কল্যাণত সংঘটিত হৈছে এই নৃশংস কাণ্ড। বৃহস্পতিবাৰে পুৱা কল্যাণ ৰেল ষ্টেচনৰ সমীপৰ কল্যাণী পশ্চিম অঞ্চলৰ এখন আৱাসিক সমিতিৰ চৌহদত এটি ৯ বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে এই ঘটনা পোহৰলৈ আহে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰি আৰক্ষীৰ এটা দল অঞ্চলটোত উপস্থিত হয়।

ইয়াৰ পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে চিচিটিভি ফুটেজ পৰীক্ষা কৰি কিশোৰগৰাকীক চিনাক্ত কৰে আৰু অঞ্চলটোৰ স্থানীয় লোকক কিশোৰটিৰ বিষয়ে সোধা-পোছা কৰি জিম্মাত লয়।

জেৰাৰ সময়ত অভিযুক্ত কিশোৰগৰাকীয়ে আৰক্ষীক এই চাঞ্চল্যকৰ ঘটনাৰ বিষয়ে অৱগত কৰে। তেওঁৰ ভাষ্য মতে, দুদিনমান পূৰ্বে কন্যা শিশুটিৰ পিতৃৰ সৈতে তেওঁৰ তিক্ত কাজিয়া হৈছিল আৰু এই কাজিয়াৰ সময়ত ব্যক্তিগৰাকীয়ে তেওঁক শাৰীৰিকভাৱে আক্ৰমণো কৰিছিল।

এই আক্ৰমণৰ প্ৰতিশোধ ল’বলৈকে কিশোৰজনে ব্যক্তিগৰাকীৰ ৯ বৰ্ষীয় কন্যা সন্তানটিক অপহৰণ কৰি ধৰ্ষণ কৰে আৰু তাৰ পিছত ব্লেডেৰে ডিঙি কাটি হত্যা কৰে।

কিশোৰটিৰ স্বীকাৰোক্তিৰ ভিত্তিত স্থানীয় মহাত্মা ফুলে আৰক্ষীয়ে যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইন (POCSO) ৰ অধীনত গোচৰ ৰুজু কৰি তেওঁক পৰ্যবেক্ষণ গৃহলৈ প্ৰেৰণ কৰে।

ঘটনা সন্দৰ্ভত অধিক তথ্য-প্ৰমাণৰ বাবে তদন্ত অব্যাহত আছে বুলি এগৰাকী আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত অৱগত কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰৰ নীতি আৰু ন্যায়িক হস্তক্ষেপে ভাৰতক বিশ্ব মধ্যস্থতা কেন্দ্ৰ হোৱাত বাধা দিছে: উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

July 19, 2026 6:47 pm
আমেৰিকাত প্ৰৱেশৰ অনুমতি নাপালে স্পেইনৰ বিশ্বকাপজয়ী তাৰকাই! ফাইনেল চাবলৈ ড’নাল্ড ট্ৰাম্পলৈ কাতৰ আহ্বান কাপডেভিলাৰ

আমেৰিকাত প্ৰৱেশৰ অনুমতি নাপালে স্পেইনৰ বিশ্বকাপজয়ী তাৰকাই! ফাইনেল চাবলৈ ড’নাল্ড ট্ৰাম্পলৈ কাতৰ আহ্বান কাপডেভিলাৰ

July 19, 2026 4:57 pm
৭২সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা : যদুমণি দত্তৰ ‘জুইফুল’লৈ শ্ৰেষ্ঠ ছবিৰ সন্মান

৭২সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা : যদুমণি দত্তৰ ‘জুইফুল’লৈ শ্ৰেষ্ঠ ছবিৰ সন্মান

July 19, 2026 4:01 pm
বিদ্ৰোহী তৃণমূল কংগ্ৰেছৰ সাংসদসকলক আমন্ত্ৰণ; সৰ্বদলীয় বৈঠকৰ পৰা ৱাকআউট বিৰোধীৰ

বিদ্ৰোহী তৃণমূল কংগ্ৰেছৰ সাংসদসকলক আমন্ত্ৰণ; সৰ্বদলীয় বৈঠকৰ পৰা ৱাকআউট বিৰোধীৰ

July 19, 2026 2:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰৰ নীতি আৰু ন্যায়িক হস্তক্ষেপে ভাৰতক বিশ্ব মধ্যস্থতা কেন্দ্ৰ হোৱাত বাধা দিছে: উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

July 19, 2026 6:47 pm
আমেৰিকাত প্ৰৱেশৰ অনুমতি নাপালে স্পেইনৰ বিশ্বকাপজয়ী তাৰকাই! ফাইনেল চাবলৈ ড’নাল্ড ট্ৰাম্পলৈ কাতৰ আহ্বান কাপডেভিলাৰ

আমেৰিকাত প্ৰৱেশৰ অনুমতি নাপালে স্পেইনৰ বিশ্বকাপজয়ী তাৰকাই! ফাইনেল চাবলৈ ড’নাল্ড ট্ৰাম্পলৈ কাতৰ আহ্বান কাপডেভিলাৰ

July 19, 2026 4:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd